দৈনিক বাতৰি

দৈনিক বাতৰি হ'ল যোৰহাট জিলাৰপৰা অসমীয়া ভাষাত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত। ১৮৮০ৰ দশকত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই অসমৰ যোৰহাট জিলাত ঠেঙাল ভৱন নিৰ্মাণ কৰিছিল আৰু ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল। এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল। কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন।

দৈনিক বাতৰি
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক প্ৰধান নীলমণি ফুকন (জ্যেষ্ঠ)
প্ৰতিষ্ঠা ১৯৩৫ চন
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় যোৰহাট, অসম

প্ৰকাশ

দৈনিক বাতৰি কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৩৫ চনত।

সমল

দৈনিক বাতৰিয়েই ৰয়টাৰ, এচোছিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ বাতৰি কিনি সেয়া অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ নিদৰ্শন প্ৰথমে দাঙি ধৰিছিল আৰু এই কাকতখনক নিৰ্ভৰ কৰিয়েই বহু সাংবাদিকে সাংবাদিকতাক পেছা ৰূপে গ্ৰহণ কৰিছিল।

লগতে চাওক

তথ্যসূত্ৰ

Tags:

দৈনিক বাতৰি প্ৰকাশদৈনিক বাতৰি সমলদৈনিক বাতৰি লগতে চাওকদৈনিক বাতৰি তথ্যসূত্ৰদৈনিক বাতৰিঅসমঅসমীয়া ভাষাঠেঙাল ভৱননীলমণি ফুকন (জ্যেষ্ঠ)যোৰহাট জিলাশিৱ প্ৰসাদ বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

বেক্টেৰিয়ানাৰীআৱাহন (আলোচনী)ভাৰতীয় টকাবিষ্ণুপ্ৰসাদ ৰাভাদশৰথৰবীন্দ্ৰনাথ ঠাকুৰগাঁও পঞ্চায়ততৎসমমাটিলোকসভাধেমাজি জিলাবৌদ্ধ ধৰ্মমহা মৃত্যুঞ্জয় মন্দিৰআলোচনীকালিকা পুৰাণওডিছীঅসমৰ পুৰণি স্থাপত্যখেৰাইআইদেউ সন্দিকৈছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)দুৰ্গাৰামমোহন ৰায়ভাস্কৰ (প্ৰথম)অসমীয়া লোকসাহিত্যগড়মূৰ সত্ৰত্ৰিভুজলক্ষ্যধৰ চৌধুৰীশব্দলিংগ (জৈৱিক)অসম চুক্তিবসন্ত ঋতুনেপালী জনগোষ্ঠীসমোচ্চাৰিত শব্দলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীদুৰ্গা পূজাডিমাছা জনগোষ্ঠীপুথিভঁৰালভাৰতৰ উপৰাষ্ট্ৰপতিবুৰঞ্জী সাহিত্যবাঁহমাধৱদেৱসত্যনাথ বৰাদ্য টাইমছ অৱ ইণ্ডিয়ানীলমণি ফুকন (কনিষ্ঠ)ভৃগু কুমাৰ ফুকনমহিলাৰ বিৰুদ্ধে হিংসাকলিমাঅসমৰ ইতিহাসঅৰুণাচল প্ৰদেশঅসমৰ সত্ৰসমূহৰ তালিকাযুধিষ্ঠিৰফুলফাকুৱাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানগাঁও জিলাথমাছ আলভা এডিচনহৰপ্পাকথা কবিতাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকলাভূমিকম্পনৱ-বৈষ্ণৱ ধৰ্মঅসমৰ চাহ জনগোষ্ঠীআধুনিকতাবাদঅসম আৰক্ষীপৰিৱেশ বিজ্ঞানগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতৰ ইতিহাসকনকলতা বৰুৱামানৰ অসম আক্ৰমণঅসমীয়া সাহিত্যছোৱাইন ফ্লু🡆 More