জুনহেব'ট'

জুনহেব'ট' (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ।

জুনহেব'ট'
—  নগৰ  —
Image of Zunheboto.jpegজুনহেব'ট' নগৰৰ দৃশ্য
অন্য নাম: লেণ্ড অৱ ওৱৰীৱৰ্চ
ভৌগোলিক স্থানাংক: 25°58′00″N 94°31′00″E / 25.9667°N 94.51667°E / 25.9667; 94.51667
দেশ জুনহেব'ট' ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা জুনহেব'ট'
উচ্চতা ১,৮৫২ মিটাৰ (৬,০৭৬.১২ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২২,৮০৯ জন
 - জনঘনত্ব ৩৩১ প্ৰতি বৰ্গ কি.মি. 
(৮৫৭.৩ প্ৰতি বৰ্গ মাইল)
ভাষাসমূহ
 - আধিকাৰিক ইংৰাজী আৰু ছুমি
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ NL-06
ৱেবছাইট zunheboto.nic.in

শিক্ষা প্ৰতিষ্ঠানসমূহ

মন কৰিব: তলৰ তালিকাখন বৰ্ণানুক্ৰমিক নহয়।

বিদ্যালয়সমূহ

  • Woodland Hr. Sec School
  • Immanuel School
  • Olympic hr. sec. School
  • Love Dale hr. sec. School
  • Corner Stone Foundation School
  • Bloomfield Hill School
  • St. Anthony School
  • New Era School
  • Sunbeam School
  • Step By Step School
  • Merry Hill School
  • Seven Home School
  • Kids World Montessori
  • Little Spring School
  • Sacred Heart School
  • Eden Garden School
  • Shamrock School
  • Govt hr sec school
  • Kendriya vidyalaya ,lumami

মহাবিদ্যালয়সমূহ

  • Zunheboto govt. College
  • Nito Theological College
  • Anderson Theological College
  • Khelhoshe Polytechnic Atoizu

বিশ্ববিদ্যালয়

  • নাগালেণ্ড বিশ্ববিদ্যালয়, লুমামি

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, জুহনেব'ট'ৰ জনসংখ্যা ২২,৮০৯জন, য'ৰ ৫৫% পুৰুষ আৰু ৪৫% মহিলা। গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৫%, যি ৭৪.০৪%-ৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক: পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮১% আৰু মহিলাৰ ৭৭%। প্ৰায় ১৪% জনসংখ্যা ০-৬ বছৰীয়া শিশু।

জলবায়ু

জুহনেব'ট'ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 23.5
(74.3)
25.0
(77.0)
29.1
(84.4)
32.2
(90.0)
33.9
(93.0)
30.5
(86.9)
33.1
(91.6)
31.1
(88.0)
31.0
(87.8)
31.5
(88.7)
29.5
(85.1)
26.0
(78.8)
33.9
(93.0)
গড় উষ্ণতা - উচ্চ °C (°F) 16.6 17.9 22.1 24.1
(75.4)
24.4
(75.9)
24.9
(76.8)
25.0
(77.0)
25.4
(77.7)
25.0
(77.0)
23.4
(74.1)
20.6
(69.1)
17.7
(63.9)
22.2
(72.0)
গড় উষ্ণতা - নিম্ন °C (°F) 8.1
(46.6)
9.3
(48.7)
12.7
(54.9)
15.6
(60.1)
16.9
(62.4)
18.1
(64.6)
18.8
(65.8)
18.9
(66.0)
18.1
(64.6)
16.6
(61.9)
13.1
(55.6)
9.4
(48.9)
14.6
(58.3)
সৰ্বনিম্ন উষ্ণতা °C (°F) 1.0
(33.8)
2.3
(36.1)
4.0
(39.2)
5.0
(41.0)
10.0
(50.0)
9.4
(48.9)
7.8
(46.0)
8.3
(46.9)
8.9
(48.0)
5.0
(41.0)
3.1
(37.6)
2.8
(37.0)
1.0
(33.8)
বৰ্ষাপাত mm (ইঞ্চি) 11.7
(0.461)
35.4
(1.394)
47.6
(1.874)
88.7
(3.492)
159.2
(6.268)
333.8
(13.142)
371.8
(14.638)
364.0
(14.331)
250.1
(9.846)
126.0
(4.961)
35.2
(1.386)
7.8
(0.307)
1,831.3
(72.098)
Avg. rainy days 2.0 3.9 5.8 12.2 16.9 23.1 24.6 22.9 19.1 10.7 3.6 1.4 146.2
[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

Tags:

জুনহেব'ট' শিক্ষা প্ৰতিষ্ঠানসমূহজুনহেব'ট' জনগাঁথনিজুনহেব'ট' জলবায়ুজুনহেব'ট' তথ্যসূত্ৰজুনহেব'ট'নাগালেণ্ডভাৰত

🔥 Trending searches on Wiki অসমীয়া:

কোণতথ্য জনাৰ অধিকাৰ আইন, ২০০৫এৰিষ্ট'টলভাৰতৰ ইতিহাসব’হাগপাৰিপাৰ্শ্বিক সংঘাতব্ৰহ্মগুপ্তপ্ৰাকৃতিক দুৰ্যোগচলচ্চিত্ৰভাষাবিজ্ঞানযাদৱ পায়েংঔষধি উদ্ভিদসম্পাদনাকেঁচুঅসমীয়া গালি-গালাজআন্তৰ্জাতিক শ্ৰমিক দিৱসসৌৰভ কুমাৰ চলিহাশাল গছজাভাম’বাইল ফোনবিশ্বকোষধেমাজি জিলাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানামঘৰশৰৎ ঋতুকামৰূপী লোকগীতঈয়াৰুইঙ্গমঅৰ্কিডপৰিমেয় সংখ্যাশ্ৰী সূৰ্য পাহাৰজল সংৰক্ষণসমাজতত্ত্বআনন্দৰাম ঢেকিয়াল ফুকনপ্ৰাকৃতিক সম্পদনাগৰিকত্বফলৰ তালিকামাধৱ কন্দলিশ্ৰী শ্ৰী বটদ্ৰৱা থানভূমিকম্পলোকভাষাডিগবৈঅসমৰ মাছ ধৰা সঁজুলিভাৰতীয় দৰ্শনবিশ্ব বেংকপদ্মনাথ গোহাঞি বৰুৱাধৰ্মঅৰুণাচল প্ৰদেশকৃষ্ণচূড়াছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)আফগানিস্তানপোৱামক্কাঅসমৰ পৰম্পৰাগত সাজ- পাৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅনিৰুদ্ধদেৱগোৱালপৰীয়া লোকগীতবাণীকান্ত কাকতিশিক্ষা মনোবিজ্ঞানমুগা (ৰেচম)কানাই বৰশী বোৱা শিলালিপিমানচিত্ৰআত্মজীৱনীঅসমীয়া বৰ্ণমালাকাৰেংঘৰজৈৱিক কৃষিআকাশবাণী গুৱাহাটীঅসমচৰাইনিমাতী কইনাপৰিৱেশ তন্ত্ৰজিকিৰহীৰেন গোহাঁইমালিতাবাল্য বিবাহআলি আঃয়ে লৃগাংনীলমণি ফুকন (কনিষ্ঠ)🡆 More