চন্দন ৰয়: ভাৰতীয় অভিনেতা

চন্দন ৰয়(জন্ম:২০ ডিচেম্বৰ,১৯৯৫) এগৰাকী ভাৰতীয় অভিনেতা। The Viral Fever ৰ দ্বাৰা নিৰ্মিত পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) ৰ দ্বাৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰে। দীপক কুমাৰ গুপ্তাৰ দ্বাৰা পৰিচালিত ৱেব ছিৰিজ খনত ৰয়ে প্ৰবীণ অভিনেতা ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, জীতেন্দ্ৰ কুমাৰ আদিৰ সৈতে বিকাশ শুক্লাৰ চৰিত্ৰত অভিনয় কৰিছে। ৱেব ছিৰিজ খনত অভিনয় কৰাৰ পিছৰে পৰা তেওঁ দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা সমালোচনাত্মক মূল্যায়ন লাভ কৰিছে।

চন্দন ৰয়
নেটফ্লিক্সৰ ছোনাত চন্দন ৰয়
জন্ম ২০ ডিচেম্বৰ, ১৯৯৫ (২৮ বছৰ)
মহনাৰ, বিহাৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান পাটনা বিশ্ববিদ্যালয়
ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠান, দিল্লী
পেচা অভিনেতা
জনা যায় পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)


প্ৰাৰম্ভিক জীৱন

চন্দন ৰয়ৰ ঘৰ বিহাৰৰ মহনাৰৰ এখন গাঁৱত। স্কুলীয়া দিনত তেওঁ স্কুলৰ নাটক আৰু সামূহিক অনুষ্ঠানত অভিনয় কৰিছিল, যাৰ ফলত অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি উঠিছিল। তাৰ পিছত ৰয়ে পাটনা বিশ্ববিদ্যালয়ৰ পৰা গণ যোগাযোগত স্নাতক ডিগ্ৰী লাভ কৰাৰ উদ্দেশ্যে পাটনালৈ যায়। পাটনাত তেওঁ কলেজৰ থিয়েটাৰ চাৰ্কিটৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল, বাটৰ নাট পৰিৱেশন কৰিছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত নামভৰ্তি কৰে আৰু ৰেডিঅ' আৰু টেলিভিছনত ডিপ্ল'মা লাভ কৰে।

কেৰিয়াৰ

ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী পোৱাৰ পিছত তেওঁ দৈনিক জাগৰণত সাংবাদিক হিচাপে কাম কৰিছিল। তদুপৰি ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানত থকা কালছোৱাত ৰয়ে দিল্লীত বাহৰুপ থিয়েটাৰ গ্ৰুপ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আৰু নেচনেল স্কুল অৱ ড্ৰামা আদিৰ সৈতে জড়িত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

জাগৰণত ডেৰ-দুবছৰ কাম কৰাৰ পিছত ৰয়ে চাকৰি এৰি ২০১৭ চনত মুম্বাইলৈ গুচি যায়।কিন্তু ২০১৯ চনত তেওঁ বিকাশ শুক্লাৰ চৰিত্ৰত পঞ্চায়তত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয় হৈ পৰে।

চলচ্চিত্ৰপঞ্জী

Key
চন্দন ৰয়: প্ৰাৰম্ভিক জীৱন, কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী  "বৰ্তমানলৈকে মুক্তি নাইপোৱা" এই অৰ্থত বুজোৱা হৈছে।

ফিল্ম

বৰ্ষ ফিল্ম চৰিত্ৰ টোকা Ref.
২০২০ জামুন দিনো
২০২১ State of Siege: Temple Attack মহচিন A ZEE5 original film
সনক ৰিয়াজ আহমেদ মটলেকাৰ
হনক চন্দন ৰয়: প্ৰাৰম্ভিক জীৱন, কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী  জিল্লে

ৱেব ছিৰিজ

বৰ্ষ শিৰোনাম চৰিত্ৰ মাধ্যম Ref.
২০২০ পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক) বিকাশ শুক্লা এমাজন প্ৰাইম ভিদিঅ'
২০২১ হোষ্টেল ডেজ ছিজন ২ সন্তোষ এমাজন প্ৰাইম ভিদিঅ'
২০২২ চুনাচন্দন ৰয়: প্ৰাৰম্ভিক জীৱন, কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী  বিষ্ণু নেটফ্লিক্স
পঞ্চায়ত ছিজন ২ বিকাশ শুক্লা এমাজন প্ৰাইম ভিদিঅ'

তথ্য সংগ্ৰহ

Tags:

চন্দন ৰয় প্ৰাৰম্ভিক জীৱনচন্দন ৰয় কেৰিয়াৰচন্দন ৰয় চলচ্চিত্ৰপঞ্জীচন্দন ৰয় তথ্য সংগ্ৰহচন্দন ৰয়জীতেন্দ্ৰ কুমাৰনীনা গুপ্তাপঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)

🔥 Trending searches on Wiki অসমীয়া:

বুলু ফিল্মগোলকীকৰণগোলকীয় উষ্ণতা বৃদ্ধিসৌৰজগতৰাম সৰস্বতীবিজ্ঞানশ্বজিবু নোংমা পানবাকমতা ৰাজ্যফুলৰাজ্যসভাঅসমৰ লোকবাদ্যপ্ৰশান্ত মহাসাগৰমালিতাঅশোক স্তম্ভনতুন দিল্লীলাচিত বৰফুকনমাজুলীমৰাণ জনগোষ্ঠীভাৰত ত্যাগ আন্দোলনবৌদ্ধ দৰ্শনবাগৰুম্বা৯ জুনঅসমীয়া লোকসাহিত্যকাৰেংঘৰকামৰূপ ৰাজ্যইউক্লিডকুমাৰ ভাস্কৰ বৰ্মাবৃশ্চিক (ৰাশি)আহোম ৰাজ্যবুৰঞ্জীছক্ৰেটিছঈয়াৰুইঙ্গমগ্ৰহাণুঅজন্তা গুহাসমূহমাটিৰ হিচাপবায়ু প্ৰদূষণস্বচ্ছ ভাৰত অভিযানঅংগনবাদীপৰিৱেশবাদউমানন্দহনুমানগৌতম বুদ্ধসামাজিক উপভাষাভাৰতৰ ৰাষ্ট্ৰপতিগড়গাঁওগামোচাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাশিক্ষা মনোবিজ্ঞানমনজন গণ মনএলবাৰ্ট আইনষ্টাইনডিমাছা জনগোষ্ঠীনগাঁও জিলাস্বৰাজআৰ্যভট্টমোগল সাম্ৰাজ্যৰামধেনু (আলোচনী)ৰোজাঅসম আন্দোলনহেঙুল আৰু হাইতালহুঁচৰিসিন্ধু সভ্যতাভাৰতৰ নিৰ্বাচন আয়োগনীলমণি ফুকন (কনিষ্ঠ)ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা২৮ মাৰ্চঋকবেদঅসমীয়া লিপিৰ বুৰঞ্জীসত্ৰজল প্ৰদূষণভাৰতৰ উচ্চতম ন্যায়ালয়ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহইন্দ্ৰা নূয়ীলক্ষ্মীনাথ বেজবৰুৱা🡆 More