উত্তৰ চেণ্টিনেল দ্বীপ

দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।

উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান, যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে। দ্বীপটোৰ দৈৰ্ঘ্য প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) আৰু বহল ৭ কিলোমিটাৰ (৪.৩ মাইল) আৰু ইয়াৰ আয়তন প্ৰায় ৬০ বৰ্গ কিলোমিটাৰ (২৩ বৰ্গমাইল)।

উত্তৰ চেণ্টিনেল দ্বীপ
ভৌগোলিক
অৱস্থান বংগোপ সাগৰ
ভৌগোলিক স্থানাংক 11°33′25″N 92°14′28″E / 11.557°N 92.241°E / 11.557; 92.241 92°14′28″E / 11.557°N 92.241°E / 11.557; 92.241
দ্বীপপুঞ্জ আন্দামান দ্বীপপুঞ্জ
মাটিকালি ৫৯.৬৭ km2 (23.039 sq mi)
দৈৰ্ঘ্য ৭.৮ km (4.85 mi)
প্ৰস্থ ৭.০ km (4.35 mi)
তটৰেখা ৩১.৬ km (19.64 mi)
সৰ্বোচ্চ উচ্চতা ১২২ m (400 ft)
ৰাষ্ট্ৰ
জনগাঁথনি
জাতিৰ নাম উত্তৰ চেণ্টিনেলী জনগোষ্ঠী
জনসংখ্যা 39
অতিৰিক্ত তথ্য
প্ৰশাসনিক ৱেবছাইট andaman.nic.in

১৯৫৬ চনৰ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ আদিবাসী জনজাতি সুৰক্ষা আইন অনুসৰি দ্বীপটোলৈ যাত্ৰা কৰা নিষিদ্ধ, আৰু ৫ নটিকেল মাইল (৯.৩ কিলোমিটাৰ)তকৈ ওচৰৰ যিকোনো ধৰণৰ পৰিবহন নিষিদ্ধ, যাতে এই জনজাতীয় সম্প্ৰদায়ক "মূল ভূখণ্ড" সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায় । ইয়াৰ কাৰণ হʼলযে তেওঁলোকৰ (সম্ভৱতঃ) কোনো আয়ত্ব কৰা ৰোগৰ প্ৰতিৰোধ ক্ষমতা কম। এই অঞ্চলত কেৱল ভাৰতীয় নৌসেনাৰহে টহলৰ অনুমতি আছে।

তথ্যসূত্ৰ

Tags:

সাঁচ:সম্পাদনা দ্বন্দ্ব

🔥 Trending searches on Wiki অসমীয়া:

অসমসাক্ষৰতাব্ৰহ্মপুত্ৰ উপত্যকামুদ্ৰাশিশু সাহিত্যমিচিং জনগোষ্ঠীৰ সাজপাৰএশিঙীয়া গঁড়দিছপুৰভাৰতত নাৰীবাদঅসমীয়া ভাষা উন্নতি সাধিনী সভাউপভাষাভাৰতৰ স্বাধীনতা আন্দোলনলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানজাপিবাঁহঅসমীয়া বৰ্ণমালাগদ্যখ্ৰীষ্টান ধৰ্মকাৰ্বি ভাষাবিদ্যুৎপ্ৰাচীৰ পত্ৰিকাসংঘাতপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যজ্যোতিৰেখা হাজৰিকাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালোকসভাৰ অধ্যক্ষবাথৌ ধৰ্মঅসমৰ তামোল-পাণ সংস্কৃতিঅসম আন্দোলননাৰ্জীবেউলাশুৱালকুছিহিন্দু ধৰ্ম২৯ এপ্ৰিলঅজামিলধৰ্মঅসমীয়া গালি-গালাজঢ়বিশ্ব বাণিজ্য সংস্থাউপেন্দ্ৰনাথ ব্ৰহ্মযোৰানামগুৱাহাটী বিশ্ববিদ্যালয়অসমৰ ৰেচম শিল্পগোলোকচন্দ্ৰ গোস্বামীঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহেমাঙ্গ বিশ্বাসঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাভূমিকম্পঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহেমচন্দ্ৰ গোস্বামীফলৰ তালিকাপানীবাল্য বিবাহপ্ৰহ্লাদ চৰিত্ৰধ্ৰুৱবাদদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰঅসমীয়া জাতিহাবুংনৰসিংহ (উদ্ভিদ)চিত্ৰ-ভাগৱতবড়োলেণ্ডকিৰাটঅসমৰ জাতীয় গীতবাঢ়ৈটোকাঅসমৰ মন্ত্ৰ-সাহিত্যঅসীমত যাৰ হেৰাল সীমাঅসমীয়া ভাষাৰ শব্দসম্ভাৰদেৱতা (হিন্দু ধৰ্ম)খেৰাইবড়ো সাহিত্য সভাযৌতুকঅসম বিধানসভাবিশ্ব পশু চিকিৎসা দিৱসআগালমাকা🡆 More