মাণ্ডৱী

মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল।

মাণ্ডৱী
ৰামায়ণৰ চৰিত্ৰ
মাণ্ডৱী
মাণ্ডৱী আৰু তিনি ভগ্নীৰ বিবাহ
তথ্য
পৰিয়াল
দাম্পত্যসঙ্গী ভৰত
সন্তান তক্ষ
পুষ্কল

তেওঁ দশৰথ নন্দন ভৰতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তক্ষ আৰু পুষ্কল নামে দুটি পুত্ৰ সন্তান জন্ম হয়। সীতাৰ পিছতে মাণ্ডৱী ৰঘুবংশৰ আৰু ৰজা দশৰথৰ দ্বিতীয় গৰাকী ডাঙৰ বোৱাৰী।

তথ্য সংগ্ৰহ

Tags:

ভৰত (ৰামায়ণ)লক্ষ্মীশ্ৰুতকীৰ্তিৰামৰামায়ণ

🔥 Trending searches on Wiki অসমীয়া:

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিজুবিন গাৰ্গৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানইজৰাইলকণী যুঁজমুঠিখাৰুকীৰ্তন-ঘোষাঅসমঅসমৰ ভূগোলঅসমীয়া ভাষা উন্নতি সাধিনী সভাত্ৰিভুজনীতি আয়োগগীতি-ৰামায়ণমহো-হো উৎসৱঅসমৰ ধান খেতিৰ সঁজুলিসমূহসমাৰ্থক শব্দদাগ (চলচ্চিত্ৰ)শিৱসাগৰৰ শিৱদৌলপুথিভঁৰালকানাডাগুৱাহাটী বিশ্ববিদ্যালয়ইণ্ডোনেছিয়াসৌৰ শক্তিঅসমীয়া ভাষাতিনিচুকীয়া জিলাকৰ্কট ৰোগ৪ মে'অসমীয়া কবিতামানস ৰাষ্ট্ৰীয় উদ্যানকৃষ্ণঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকেন্দ্ৰীয় শাসিত অঞ্চলজোনবিল মেলাটিলিঙা মন্দিৰমণিপুৰশ্ৰীমদ্ভগৱতগীতাসত্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমৰ পুৰণি স্থাপত্যকীৰ্তিচন্দ্ৰ বৰুবৰুৱাসূৰ্যকুমাৰ ভূঞাকমলাবাৰী সত্ৰশ্ৰীকৃষ্ণকীৰ্তনষ্টিফেন হকিংবাণাসুৰসোণোৱাল কছাৰীদেউৰী জনগোষ্ঠীআগ্নেয়গিৰিপৰিৱেশ তন্ত্ৰক্ষবিৰিঞ্চি কুমাৰ বৰুৱাস্বাস্থ্যগুণাভিৰাম বৰুৱাপঞ্চভুজচৈয়দ আব্দুল মালিকপদ্মনাথ গোহাঞি বৰুৱানামঘোষাভাৰতত মহিলা শিক্ষাপ্ৰ'কোষকেন্দ্ৰীয় জীৱআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাঁহঅসম বিধানসভাবৰবৰুৱাহুঁচৰিশকুন্তলাভাৰতীয় দণ্ড বিধিআৱাহন (আলোচনী)বৃত্তকামৰূপী উপভাষানিমাতী কইনাপঁইতা ভাতমঙ্গল গ্ৰহ৮ মে'বিজ্ঞাপনবেণুধৰ শৰ্মা🡆 More