প্ৰাগজ্যোতিষপুৰ ৰাজ্য: সাম্ৰাজ্য

পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।

প্ৰাগজ্যোতিষপুৰ ৰাজ্য
-ৰ অৱস্থান
-ৰ অৱস্থান
ৰাজধানীপ্ৰাগজ্যোতিষপুৰ

ৰামায়ণত লিখা আছে যে বিশ্বমিত্ৰ মুনিৰ পুত্ৰ প্ৰপিতামহ (আজো ককাক) কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য পাতিছিল। ‘প্ৰাগ’ শব্দৰ অৰ্থ হল ‘পূব’, ‘জ্যোতিষ’ মানে চন্দ্ৰ, সূৰ্য, আদি গ্ৰহ-নক্ষত্ৰসমূহৰ অৱস্থানৰপৰা মানুহৰ ভাগ্য গণনা কৰা বিদ্যা। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। কথিত আছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই এবাৰ ইয়াত এটা নক্ষত্ৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰপৰাই এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ হয়।

অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। বৰ্তমান গুৱাহাটীয়েই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ। গুৱাহাটীৰ পূবফালে শচিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰে এতিয়াও প্ৰমাণ কৰে যে এই ঠাইত এসময়ত জ্যোতিষ চৰ্চা কৰা হৈছিল। এই মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক নিত্যপূজা কৰাৰ ৰীতি আজিও চলি আছে।

তথ্য সংগ্ৰহ

Tags:

আহোম জনগোষ্ঠীকামৰূপ ৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

গগনাসংগীতপাণিনিপ্ৰথম বিশ্বযুদ্ধনিৰুপমা বৰগোহাঞিমহাকাব্যৰোমাণ্টিক কবিতাফলৰ তালিকাশিৱসাগৰ জিলাইষ্ট ইণ্ডিয়া কোম্পানীতোলনি বিয়ালোক-সংগীতভাওনাঅৰ্কিডবাগ্‌ধ্বনিহেমকোষশ্ৰীমদ্ভগৱতগীতাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঘৰ শালিকাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ চলচ্চিত্ৰফাকে জনগোষ্ঠীএচিদ বৰষুণসাত বিহুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাসিন্ধু সভ্যতাকাৰ্বি ভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯জৈৱিক কৃষিইজৰাইলমৰুভূমিপানীডিমাছা জনগোষ্ঠীভাৰত-আৰ্য ভাষা পৰিয়ালতিনিচুকীয়া জিলাপদ্মধৰ চলিহামানৱ ভূগোলপাৰিজাত হৰণ নাটভিটামিনৰবীন্দ্ৰনাথ ঠাকুৰসেউজ গৃহ প্ৰভাৱআধুনিকতাবাদইয়াণ্ডাবু সন্ধিফুলগড়মূৰ সত্ৰবাংলাদেশপৰিসংখ্যাসাপবহনক্ষম ভূমি ব্যৱস্থাপনা২৭ এপ্ৰিলঅৰ্জুন ভঞ্জনসপ্তকাণ্ড ৰামায়ণআমেৰিকা যুক্তৰাষ্ট্ৰমাছআনন্দৰাম বৰুৱাজল সংৰক্ষণচি++বিশ্ব বেংকআকাশবাণী গুৱাহাটীমে ডাম মে ফিৱিকিপিডিয়াবিল গেট্‌ছঅসমত দেখা চৰাইবোৰহাড়ভট্টদেৱৰ গদ্যশৈলীপাৰিপাৰ্শ্বিক সংঘাতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবৌদ্ধ ধৰ্মশামুকইংলেণ্ড🡆 More