ডিমাপুৰ জিলা: নাগালেণ্ডৰ জিলা

ডিমাপুৰ (Pron:/ˌdɪməˈpʊə/) নাগালেণ্ডৰ এখন জিলা। ইয়াৰ সদৰ ঠাই হৈছে ডিমাপুৰ চহৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত আটাইতকৈ জনবহুল জিলা।

ডিমাপুৰ জিলা
—  নাগালেণ্ডৰ জিলা  —
ডিমাপুৰ জিলা: জনসংখ্যা, জৈৱবৈচিত্ৰ্য, শিক্ষা
নাগালেণ্ডত ডিমাপুৰৰ অৱস্থান
নাগালেণ্ডত ডিমাপুৰৰ অৱস্থান
দেশ ডিমাপুৰ জিলা: জনসংখ্যা, জৈৱবৈচিত্ৰ্য, শিক্ষা ভাৰত
ৰাজ্য নাগালেণ্ড
চৰকাৰ
 - লোকসভা সমষ্টি নাগালেণ্ড
জনসংখ্যা (২০১১)
 - মুঠ ৩,৭৯,৭৬৯ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 25°48′N 93°47′E / 25.8°N 93.783°E / 25.8; 93.783 93°47′E / 25.8°N 93.783°E / 25.8; 93.783
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি ডিমাপুৰ জিলাৰ জনসংখ্যা ৩৭৯,৭৬৯ জন, তুলনামূলকভাৱে মালদ্বীপ দেশৰ সমান। গতিকে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা ডিমাপুৰৰ স্থান ৫৬৩তম। ২০০১-২০১১ চনত ডিমাপুৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল শূন্য। ডিমাপুৰ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ ভিতৰত মহিলাৰ সংখ্যা হৈছে ৯১৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ হৈছে ৮৫.৪৪%

এই জিলাৰ জনসংখ্যা ভিন্ন জাতি আৰু ধৰ্মৰ লোকেৰ সমষ্টি। ইয়াৰে সংখ্যাগৰিষ্ঠ লোকসকল হৈছে নগা জনজাতিৰ লোক। [উদ্ধৃতিৰ প্ৰয়োজন]

জৈৱবৈচিত্ৰ্য

১৯৮৬ চনত ডিমাপুৰৰ একাংশ ৰঙাপাহাৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। এই অভয়াৰণ্যৰ মাটিকালি হৈছে ৪.৭ বৰ্গ কিলোমিটাৰ।

শিক্ষা

ডিমাপুৰ জিলাখনত ভালেসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰ সৰহভাগ বিদ্যালয়তে শিক্ষাৰ মাধ্যম ইংৰাজী আৰু বিদ্যালয়সমূহ নাগালেণ্ড ব’ৰ্ড অব স্কুল এড্যুকেশ্যনৰ অধীনত পৰিচালিত হয়। নাগালেণ্ডৰ প্ৰধান বিদ্যালয়সমূৰ ভিতৰত পাটকাই বিদ্যালয় (Patkai School), হ’লি ক্ৰ’ছ বিদ্যালয় (Holy Cross School), চেইণ্ট প’ল উচ্চতৰ মাধ্যমিক বিদ্যালয় (St Paul Hr Sec School), কাৰমেল উচ্চতৰ মাধ্যমিক বিদ্যালয় (Carmel Hr. Sec. School (Chekiye)), এছ ডি জৈন উচ্চতৰ মাধ্যমিক বিদ্যালয় (SDJain Higher Secondary School), প্ৰণব বিদ্যপীঠ (Pranab Vidyapith), ডিমাপুৰ ৰে’লৱে উচ্চ মাধ্যমিক বিদ্যালয় (Dimapur Railway High School), চেইণ্ট জোছেফ উচ্চতৰ মাধ্যমিক বিদ্যালয় (St. Joseph's Hr Sec School) ইত্যাদি প্ৰধান।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, নাগালেণ্ড (National Institute of Technology Nagaland) ডিমাপুৰৰ চুমুকেডিমাত শেহতীয়াকৈ আৰম্ভ হৈছে। তাৰ উপৰিও ডিমাপুৰ জিলাত মুঠতে ১৮খন প্ৰতিষ্ঠিত মহাবিদ্যালয় আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য মহাবিদ্যলয় সমূহ হৈছে, পাটকাই খ্ৰিষ্টিয়ান কলেজ (Patkai Christian College), ডিমাপুৰ চৰকাৰী মহাবিদ্যলয় (Dimapur Government College), এছ. ডি. জৈন মহাবিদ্যালয় (S.D. Jain College), প্ৰণবানন্দ মহিলা মহাবিদ্যলয় (Pranabananda Women’s College) আদি।

ক্ৰীড়া

ডিমাপুৰৰ এক উল্লেখযোগ্য ফুটবল ক্লাব হৈছে ডিমাপুৰ ইউনাইটেড (Dimapur United)। এই ক্লাবটোৱে নাগালেণ্ড প্ৰিমিয়াৰ লীগত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।

সংস্কৃতি

ডিমাপুৰৰ ডিজেফে (Diezephe) গাঁৱত কাৰুশিল্পৰ সংগ্ৰহালয় (Diezephe Craft Museum) অৱস্থিত।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ডিমাপুৰ জিলা জনসংখ্যাডিমাপুৰ জিলা জৈৱবৈচিত্ৰ্যডিমাপুৰ জিলা শিক্ষাডিমাপুৰ জিলা ক্ৰীড়াডিমাপুৰ জিলা সংস্কৃতিডিমাপুৰ জিলা তথ্যসূত্ৰডিমাপুৰ জিলা বাহ্যিক সংযোগডিমাপুৰ জিলানাগালেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

ভঠেলিবিপন্ন প্ৰজাতিকৃষ্ণকোষ (জীৱবিজ্ঞান)মাধৱদেৱহস্তীবিদ্যাৰ্ণৱঢ়কুলিঅম্বুবাচীডিমাছা জনগোষ্ঠীবৰ্মণ ৰাজবংশবৰপেটা (লোকসভা সমষ্টি)অসমৰ লোকবাদ্যকামৰূপী লোকগীতনৱ-বৈষ্ণৱ ধৰ্মঅসমৰ ৰাজ্যপালসকলৰ তালিকামৰাণ জনগোষ্ঠীঅংকীয়া নাটশিক্ষকবিশ্বনাথ চাৰিআলিমেলেৰিয়াআউনীআটী সত্ৰখ্ৰীষ্টান ধৰ্মভূৱন মোহন বৰুৱাহেমচন্দ্ৰ গোস্বামীপৰম্পৰাশালস্তম্ভ ৰাজবংশনীলমণি ফুকন (জ্যেষ্ঠ)ব্যাকৰণঅসম বিধানসভাশিৱসাগৰ পুখুৰীঅসমত দেখা পোৱা মাছৰ তালিকাকোচ ৰাজবংশীত্ৰিভুজহেম বৰুৱাভাৰতৰ নিৰ্বাচন আয়োগবিহুৰ সাজ-পোচাক আৰু অলংকাৰবাঁহী (আলোচনী)হেমকোষপাৰ চৰাইঅৰুণোদইকবিতাভাৰতীয় দৰ্শনৰাজ্যসভাঅসমীয়া খাদ্যাভ্যাসখাদ্য সুৰক্ষাবেলিমাৰ (নাটক)ফাকে জনগোষ্ঠীৰোমাণ্টিক কবিতানলবাৰী জিলাকথা কবিতাঈয়াৰুইঙ্গমপৰ্যাবৃত্ত তালিকাব্ৰহ্মগুপ্তবহনক্ষম উন্নয়নৰ লক্ষ্যলীলা গগৈকৃষ্ণকান্ত সন্দিকৈঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহসমাজআহোম-মোগলৰ সংঘৰ্ষকাৰ্বি ভাষাভাৰত ত্যাগ আন্দোলনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তননাৰী সবলীকৰণগুগলএৰী ৰেচমদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানডুবি তাম্ৰলিপি আৰু ছীলমৌখিক ইতিহাসনুৰ জাহান (মোগল সম্ৰাজ্ঞী)আকাশবাণী গুৱাহাটী🡆 More