জয়প্ৰকাশ নাৰায়ণ

জয়প্ৰকাশ নাৰায়ণ (ইংৰাজী: Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।

জয়প্ৰকাশ নাৰায়ণ
জয়প্ৰকাশ নাৰায়ণ
জন্ম ১১ অক্টোৱৰ, ১৯০২
সীতাৰদিয়াৰা, সাৰন সংমণ্ডল, চাপৰা বিহাৰ, বিহাৰ
মৃত্যু ৮ অক্টোবৰ, ১৯৭৯ (৭৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব জয়প্ৰকাশ নাৰায়ণ ভাৰত

জন্ম আৰু পৰিয়াল

জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ১৯০২ চনত ১১ অক্টোবৰত বিহাৰৰ সীতাৰদিয়াৰা নামেৰে এখন সৰু গাঁৱত। তেওঁ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম হৰ্য়ুদ আৰু মাকৰ নাম ফুলৰাণী। তেওঁ প্ৰভাৱতীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

শিক্ষা জীৱন

জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ আমেৰিকালৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা ইস্পাত কাৰখানাত, কেতিয়াবা ৰেষ্টুৰাঁ আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

জয়প্ৰকাশ নাৰায়ণ জন্ম আৰু পৰিয়ালজয়প্ৰকাশ নাৰায়ণ শিক্ষা জীৱনজয়প্ৰকাশ নাৰায়ণ তথ্য সংগ্ৰহজয়প্ৰকাশ নাৰায়ণ বাহ্যিক সংযোগজয়প্ৰকাশ নাৰায়ণ

🔥 Trending searches on Wiki অসমীয়া:

হুঁচৰিগুৱাহাটীধ্যান চান্দশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কাৰেংঘৰচিপাহী বিদ্ৰোহ ১৮৫৭ব্ৰিটিছ ৰাজমাটিৰ হিচাপটুক্ৰেশ্বৰী দেৱালয়অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিবিল গেট্‌ছপ্ৰাকৃতিক সম্পদসংবিধান দিৱস (ভাৰত)বাজেটযোৰহাট জিলাঅসমীয়া বৰ্ণমালাশদিয়াকোচ ৰাজবংশীবেটুপাতজোনবিল মেলাঅসমত দেখা পোৱা মাছৰ তালিকাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনবুৰঞ্জীসংযুক্ত মুক্তি বাহিনী, অসমঅসমীয়া সাহিত্যভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশৰৎ ঋতুদিনভূপেন হাজৰিকাপদ্মধৰ চলিহাপাৰিজাত হৰণ নাটভাৰতীয় দৰ্শনকাৰ্বি ভাষাআইজাক নিউটনবহুকোষী জীৱবিজ্ঞানক্ৰিকেটঅসমীয়া জাতিজ'মাট'বৰ্মণ ৰাজবংশমানস ৰাষ্ট্ৰীয় উদ্যানৰঙিয়া ৰেলৱে সংমণ্ডলঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবাথৌ পূজাপাইথেগাৰাছবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসম বিধানসভাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবুৰঞ্জী সাহিত্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবিশ্বনাথ চাৰিআলিদ্বিতীয় বিশ্বযুদ্ধশক্তিমাতৃভাষাআমেৰিকা যুক্তৰাষ্ট্ৰকাৰেঙৰ লিগিৰীহৰপ্পাপৃথুঅসম আৰক্ষীযোৰহাটসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাডিব্ৰুগড় জিলাবিশেষ্য পদভবেন্দ্ৰ নাথ শইকীয়াঅৰ্কিডসিন্ধু সভ্যতাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘইণ্টাৰনেটৰাতি বিহুএলবাৰ্ট আইনষ্টাইনখোলনাৰীবাদ🡆 More