গ্ৰন্থ আধুনিক অসমীয়া কবিতা-মঞ্জৰী: গ্ৰন্থ

আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা। গ্ৰন্থখনত সন্নিৱিষ্ট কবিসকলৰ নাম হৈছে ক্ৰমে- নৱকান্ত বৰুৱা, মহিম বৰা, কেশৱ মহন্ত, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাম গগৈ, নীলমণি ফুকন, ভৱেন বৰুৱা, হৰেকৃষ্ণ ডেকা।

আধুনিক অসমীয়া কবিতা-মঞ্জৰী  
লেখক ড॰ নগেন শইকীয়া
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় অসমীয়া কবিতাৰ সংকলন
প্ৰকাৰ কবিতা
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৯৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৬৫
আই.এচ.বি.এন. 81-7339-142-4

তথ্য সংগ্ৰহ

Tags:

অজিৎ বৰুৱাঅসমীয়া কবিতাকেশৱ মহন্তনগেন শইকীয়ানিৰ্মলপ্ৰভা বৰদলৈনৱকান্ত বৰুৱামহিম বৰামহেন্দ্ৰ বৰাহীৰেন ভট্টাচাৰ্যহৰেকৃষ্ণ ডেকাৰাম গগৈ

🔥 Trending searches on Wiki অসমীয়া:

জুবিন গাৰ্গমানৰ অসম আক্ৰমণনেতাই ধুবুনী ঘাটবড়োলেণ্ডৰংঘৰশ্ৰী সূৰ্য পাহাৰহীৰেন গোহাঁইপৰিৱেশবাদচুটিগল্পহাঁচতিমৌখিক সাহিত্যৰাম সৰস্বতীআন্তৰ্জাতিক নাৰী দিৱসৰীতা গাংগুলীদীপলিনা ডেকাশক্তিৰ সংৰক্ষণশীলতাৰাম গগৈব’হাগভাৰতৰ জাতীয় পতাকাৰূপনাথ ব্ৰহ্মঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰঘুনাথ চৌধাৰীআহোম জনগোষ্ঠীদক্ষিণপাট সত্ৰভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাকাৰ্বি জনগোষ্ঠীবঙালী ভাষানামঘৰয়ুৰি গেগেৰিনহিউৱেন-চাংচ্যু-খ্ৰং-ফামাৰিয়া মণ্টেছৰীগোৱালপৰীয়া লোকগীততাল (বাদ্যযন্ত্ৰ)অংগনবাদীহোমেন বৰগোহাঞিবৰাইল পৰ্বতঅসমৰ ৰাজ্যপালসকলৰ তালিকাশব্দ প্ৰদূষণম’বাইল ফোনতোলনি বিয়াঅভিমন্যুনেলছন মেণ্ডেলাগীতাৱলী ৰাজকুমাৰীপৰিৱেশ তন্ত্ৰঅসমৰ বনৌষধিলভিতাঅসম সাহিত্য সভাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহপূৰবী বৰমুদৈইন্দ্ৰা নূয়ীবুৰঞ্জী সাহিত্যনামদাঙৰ শিলৰ সাঁকোহয়গ্ৰীৱ মাধৱ মন্দিৰবিহুৰ খাদ্যতথ্যচীনা সাম্যবাদী বিপ্লৱকানাই বৰশী বোৱা শিলালিপিমৃত্যুকলীয়াভোমোৰা সেতুকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমুহাম্মাদখেলমা জনগোষ্ঠীশিৱনতুন দিল্লীদাণ্ডী যাত্ৰাকম্পিউটাৰবগীবিল দলংলিংগভিত্তিক অধ্যয়নগুণাভিৰাম বৰুৱাঅসমীয়া সাহিত্যমাহপ্ৰথম বিশ্বযুদ্ধনাৰী সবলীকৰণকলিতা জনগোষ্ঠীএ পি জে আব্দুল কালাম🡆 More