আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা

ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই.এচ.এচ.এন.

যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ২০০৭ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰী তাৰিখৰ পৰা আই.এচ.বি.এনক ১৩-ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে। এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি ৪৬/এচচি ৯।

আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা
A 13-digit ISBN, 978-3-16-148410-0, as represented by an EAN-13 bar code.

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ কাঁহ শিল্পচীনা নৱবৰ্ষদৰ্শনচৰ্যাপদআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১গৰু বিহুলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানসত্ৰীয়া নৃত্যজুবিন গাৰ্গভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসমীয়া জলপানবনঘোষামৈৰামৰা দৌলবকুল ফুলৰ দৰে (গ্ৰন্থ)ব'হাগ বিহুবৰপেটামাটিমহেশ্বৰ নেওগঅৰ্ণৱ, আস্থা আৰু JECবায়ু প্ৰদূষণঅৰুণোদয় আঁচনিজানমণি (২০১১ চলচ্চিত্ৰ)চাহেবপুৰাৰ বৰষুণমঞ্জিল প্ৰতীম শইকীয়াঅশোক ফুলচ্যু-কা-ফাচীনা-তিব্বতীয় ভাষাঅসমৰ ভূগোলকৃষ্ণগান্ধী জয়ন্তীঅসম চিকিৎসা মহাবিদ্যালয়বুটহিমালয়কৰবী ডেকা হাজৰিকাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবেদব্যাসঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাস্নায়ু তন্ত্ৰগোলকীকৰণভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবৰা (উপাধি)চুদিংফাইনচুলিন গছমণিৰাম দেৱানমহাভাৰতভৌতিক সংস্কৃতিবিয়া নামঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামুহাম্মাদজাপিঅসম সাহিত্য সভানাৰীবাদপ্ৰতিমানহীনতাপায়ু সংগমবড়ো জনগোষ্ঠীৰামভাৰতীয় জাতীয় কংগ্ৰেছময়ূৰ বৰাপূৰবী বৰমুদৈঅসমৰ চলচ্চিত্ৰভাওনামাধৱদেৱনাটকৰংঢেঁকীনগাঁও (লোকসভা সমষ্টি)মধ্যাহ্ন ভোজন আঁচনিছিৰিয়াচক্ৰধ্বজ সিংহ (নাটক)ভেকুলী বিয়াচাদৰনামঘৰৰিহাঅসমীয়া প্ৰতিদিন🡆 More