অভিযন্তা দিৱস

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

অভিযন্তা দিৱস (ইংৰাজী: Engineer's Day) বছৰটোৰ বিভিন্ন তাৰিখত বিশ্বৰ কেইবাখনো দেশত পালন কৰা হয়। ২০১৯ চনৰ ২০ নৱেম্বৰলৈকে, ৱৰ্ল্ড ফেডাৰেচন অৱ ইঞ্জিনিয়াৰিং সংগঠনসমূহে (WFEO) ৪ মাৰ্চক ‘World Engineering Day for a Sustainable World’ হিচাপে নিৰ্ধাৰিত কৰিছে।

দেশ তাৰিখ টোকা
আৰ্জেণ্টিনা ১৬ জুন
অষ্ট্ৰেলিয়া Week of 4 to 10 August in 2014
বাংলাদেশ ৭ মে
বাহৰেইন ১ জুলাই
বেলজিয়াম ২০ মাৰ্চ
বোলিভীয়া ১৬ অক্টোবৰ
ব্ৰাজিল ১১ ডিচেম্বৰ ১৯৩৩ Day that the Law 23.659 regulated the Engineer, Architect and Surveyor professions.
Bulgaria Week of 17 to 23 February in 2014
কানাডা মাৰ্চ মাহত
চিলি ১৪ মে
কলম্বিয়া ২৯ মে https://sci.org.co/controversia-sobre-el-dia-del-ingeniero-en-colombia/
কোষ্টা ৰিকা ২০ জুলাই Corresponds to the date of Panamerican engineer's day
ক্ৰোয়েশিয়া ২ মাৰ্চ Engineer's Day is celebrated on 2 March as a tribute to the date in 1878 on which first associatian of engineers was established in Zagreb.
ডোমিনিকান গণতন্ত্ৰ ১৪ আগষ্ট ২০১৪
ইকুয়েডৰ ২৯ জুন
ইজিপ্ত চেপ্তেম্বৰ, date variable
ফ্ৰান্স ৩ এপ্ৰিল ২০১৪
গুৱতেমালা ৩০ জানুৱাৰী
গ্ৰীক ১০ মাৰ্চ
হোণ্ডুৰাস ১৬ জুলাই
আইসলেণ্ড ১০ এপ্ৰিল
ভাৰত ১৫ চেপ্তেম্বৰ It is celebrated as tribute to the Indian engineer and Bharat Ratna Sir Mokshagundam Viswesvaraya (popularly known as Sir MV).
ইৰান Week of 19 to 25 February - (24 February every year) This day is celebrated to respect Nasir al-Din al-Tusi, Iranian scientist.
আয়াৰলেণ্ড ৯-১৫ ফেব্ৰুৱাৰী ২০১৪
ইজৰাইল ২২ জানুৱাৰী יום המהנדס/ת הישראלי/ת - Israel Engineer's day
ইটালী ১৫ জুন
Korea ৩০ মাৰ্চ ২০১৪
Luxembourg ৮ ফেব্ৰুৱাৰী ২০১৪
মালয়েছিয়া Movable. Engineer’s week in 2017 20-26 August
Mauritius ১৩ চেপ্তেম্বৰ
মেক্সিকো ১ জুলাই
নেপাল Shrawan 3, (Vikram Samvat calendar) Nepali Students and Groups affiliated with NOSK Celebrates Engineer's Day on Software Freedom Day
Netherlands মাৰ্চ মাহৰ তৃতীয়টো বুধবাৰ (e.g. 19 March 2014).
পাকিস্তান ১০ জানুৱাৰী ২০১৪ When Pakistan Engineering Council came into being for the regulation of engineering profession and education in Pakistan. Only celebrated in 2014
Paraguay ২৩ জুলাই
Panama ২৬ জানুৱাৰী
Perú ৮ জুন
পোলেণ্ড ১৪ আগষ্ট ২০১৪
Portugal ২৩ নৱেম্বৰ ২০১৪
Puerto Rico ১৩-১৯ মে ২০১৪ Engineer's & Geometer's week
Romania, South Africa ১৪ চেপ্তেম্বৰ
ৰাছিয়া ২২ ডিচেম্বৰ Power Engineer's day
ছিংগাপুৰ ২৩-২৪ জুলাই ২০১৬ Organised by The Institution of Engineers, Singapore (IES)
Slovakia ১৬ মাৰ্চ ২০১৪
স্পেইন ১৯ মাৰ্চ
শ্ৰীলংকা ১৫ চেপ্তেম্বৰ
ছুইজাৰলেণ্ড ৪ মাৰ্চ Tag der Ingenieure - 04.03. The engineer's day was launched on March 15, 2018 by Daniel Löhr (civil engineer FH / STV) and Christian Vils (electrical engineer FH / STV). The day of the engineers becomes a nationwide event every year in Switzerland. On this day, the company should pay tribute to the achievements of the engineers, who enable us to lead a carefree life.
টাইৱান ৬ জুন
Tanzania ১৫ চেপ্তেম্বৰ
Tunisia ২৬ অক্টোবৰ ২০১৩
তুৰস্ক ৫ ডিচেম্বৰ
যুক্তৰাজ্য Week of 14 to 23 March in 2014
আমেৰিকা যুক্তৰাষ্ট্ৰ Week of February 22 Always the week in February that encompasses George Washington's birthday
Uruguay ১২ অক্টোবৰ
Venezuela ২৮ অক্টোবৰ In commemoration of the installment of the Engineers College on October 28, 1861

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভীষ্মকহিমবাহমাজুলীঅসমীয়া ব্যাকৰণপলাশীৰ যুদ্ধবিজ্ঞাপনচিৰিং ফুকনঅসমৰ কাঁহ শিল্পভৱানন্দ দত্তমহীচন্দ্ৰ মিৰিসাক্ষৰতামায়ামৰা সম্প্ৰদায়গোলাঘাটকিৰাটঅসমৰ সত্ৰসমূহৰ তালিকাপাচন নলীমণিকূটঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমৰ মন্ত্ৰ-সাহিত্যগোলাপকালিদাসযোৰানামমৌখিক লোকসাহিত্যবল্লভভাই পেটেলতোলনি বিয়াজেং বিহুঅসমৰ সাহিত্যিকসকলৰ তালিকাঅখণ্ড সংখ্যাবিশ্ব ধঁপাতবিৰোধী দিৱসবিৰাট কোহলিকাকৈজানা সংৰক্ষিত বনাঞ্চলজাপিমৰাণ জনগোষ্ঠীচামগুৰি সত্ৰআজান পীৰনীলকণ্ঠী ব্ৰজহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যদেৱকান্ত বৰুৱাঅসমৰ ধান খেতিৰ সঁজুলিসমূহউপেন্দ্ৰনাথ গোস্বামীগায়ত্ৰী মহন্তঅনিৰুদ্ধদেৱজ্যোতিপ্ৰসাদ আগৰৱালাগাঁও পঞ্চায়তমন্থৰাগুৰু আসনঅসমৰ ইতিহাসভাষামিচিং জনগোষ্ঠীৰ সাজপাৰচিৰ চেনেহী মোৰ ভাষা জননীভবেন্দ্ৰ নাথ শইকীয়াথমাছ আলভা এডিচনফলৰ তালিকাভাওনাগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাচাহনৱকান্ত বৰুৱামাটি আখৰাঅসম বিধানসভাঅসমৰ পৰম্পৰাগত খেল-ধেমালিভট্টদেৱৰ গদ্যশৈলীভবানন্দ দত্তকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানগৰ্ভপাতকুলিলোকবিশ্বাসঅষ্ট্ৰেলিয়ানৃত্যৰাতি বিহুআগালমাকাগুৱাহাটী বিশ্ববিদ্যালয়কমলাবাৰী সত্ৰজীবনানন্দ দাসভক্তি ৰত্নাৱলীআহোম ৰাজ্যঅসমীয়া বৰ্ণমালামাখিয়তীহিন্দী ভাষাপাণিনি🡆 More