গুলজাৰিলাল নন্দা

গুলজাৰিলাল নন্দা (ইংৰাজী: Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮) আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ। ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ওঁৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

গুলজাৰিলাল নন্দা
গুলজাৰিলাল নন্দা
ভাৰতৰ অন্তৰ্বৰ্তীকালিন প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১১ জানুৱাৰী ১৯৬৬ – ২৪ জানুৱাৰী ১৯৬৬
ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ
পূৰ্বসূৰী লালবাহাদুৰ শাস্ত্ৰী
উত্তৰসূৰী ইন্দিৰা গান্ধী
কাৰ্যকাল
২৭ মে' ১৯৬৪ – ৯ জুন ১৯৬৪
ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ
পূৰ্বসূৰী জৱাহৰলাল নেহৰু
উত্তৰসূৰী লালবাহাদুৰ শাস্ত্ৰী
গৃহ মন্ত্ৰী
কাৰ্যকাল
২৯ আগষ্ট ১৯৬৩ – ১৪ নবেম্বৰ ১৯৬৬
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
লালবাহাদুৰ শাস্ত্ৰী
ইন্দিৰা গান্ধী
পূৰ্বসূৰী লালবাহাদুৰ শাস্ত্ৰী
উত্তৰসূৰী যছৱন্তৰাও চাভান
ব্যক্তিগত তথ্য
জন্ম ৪ জুলাই, ১৮৯৮
ছিয়ালকোট, পঞ্জাব, ব্ৰিটিছ ভাৰত
(বৰ্তমান পঞ্জাব, পাকিস্তান)
মৃত্যু ১৫ জানুৱাৰী, ১৯৯৮ (৯৯ বছৰ)
আহমেদাবাদ, গুজৰাট, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী লক্ষ্মী
সন্তান ২জন পুত্ৰ আৰু ১ গৰাকী কন্যা
শিক্ষানুষ্ঠান এলাহবাদ বিশ্ববিদ্যালয়

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ইন্দ্ৰমৃত্যুঞ্জয়অসমীয়া বৰ্ণমালানামনি অসমআউনীআটী সত্ৰভাৰতীয় মহাকাশ গৱেষণা সংস্থানাটকহৰপ্পাসাহিত্যজাতীয়তাবাদঅসমৰ ৰাজ্যপালসকলৰ তালিকাআৱাহন (আলোচনী)ভাৰত-চীন যুদ্ধভাৰত ত্যাগ আন্দোলনআধুনিকতাবাদৰামধেনুসঁফুৰা (শিশু আলোচনী)ভাওনাভগদত্তপাৰিপাৰ্শ্বিক সংঘাতঅসমৰ ধান খেতিৰ সঁজুলিসমূহভূগোলনিৰ্মলপ্ৰভা বৰদলৈসংস্কৃতিভীমৰাও ৰামজী আম্বেদকাৰপূৰ্ণ স্বৰাজপানীশোণিতপুৰ জিলাউচ্চ ৰক্তচাপলখিমপুৰ জিলাহীৰেন গোহাঁইৰজনীকান্ত বৰদলৈপৰ্যাবৃত্ত তালিকাজোৰোণঅসমীয়া যুক্তাক্ষৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবীৰেন্দ্ৰনাথ দত্তশ্ৰীনিবাস ৰামানুজনশ্ৰীমদ্ভগৱতগীতাউপভাষাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)গদ্যবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঋকবেদস্বৰাজবিশেষ্য পদমৌখিক পৰম্পৰাঅনুৰাধা শৰ্মা পূজাৰীৰেৱতী মোহন দত্তচৌধুৰীৰাজহুৱা ক্ষেত্ৰঅন্তৰীপ (উপন্যাস)২৬ এপ্ৰিলভাৰতৰ ৰাষ্ট্ৰপতিবিত্তীয় ব্যৱস্থাঅসমৰ গামোচানীলমণি ফুকন (কনিষ্ঠ)বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসধানপ্ৰদূষণব্যাকৰণহনুমানশিক্ষা মনোবিজ্ঞানঅসমৰ সত্ৰসমূহৰ তালিকাসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসমীয়া লোক-সংস্কৃতিগুণাভিৰাম বৰুৱাঅসমৰ বনৌষধিহিন্দু ধৰ্মঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅৰ্থনীতি🡆 More