প্ৰবন্ধ কি?

এটা ৱিকিপিডিয়া প্ৰবন্ধ হৈছে বিশ্বকোষত থাকিবৰ উপযোগী তথ্যসমৃদ্ধ এখন পৃষ্ঠা। ৱিকিপিডিয়াৰ সকলো প্ৰবন্ধৰ তালিকাৰ বাবে বিশেষ:সকলোবোৰ পৃষ্ঠা চাওক আৰু ৱিকিপিডিয়াৰ বিষয়ে তথ্য আৰু পৰিসংখ্যাৰ বাবে ৱিকিপিডিয়া:পৰিসংখ্যা চাওক। প্ৰবন্ধসমূহ ৱিকিপিডিয়া পৃষ্ঠাৰ মূল নামস্থানৰ অন্তৰ্গত (প্ৰবন্ধ নামস্থান বুলিও কোৱা হয়। ইয়াত আন কামৰ বাবে ব্যৱহৃত তলত উল্লেখ কৰা নামস্থানসমূহৰ পৃষ্ঠা নাথাকে।

Help:Contentsসহায়:Contents
Help:Contents
সহায়:সমল

প্ৰবন্ধ কি?

কিন্তু প্ৰবন্ধ নামস্থানত থকা সকলো পৃষ্ঠাকে প্ৰবন্ধ বুলি গণ্য কৰা নহয়; তাৰে কিছুমান হৈছে:

  • বেটুপাত;
  • ৱিকি-পৰিসংখ্যাৰ বাবে অতিমাত্ৰা চুটি বা সৰল পৃষ্ঠাক প্ৰবন্ধ বুলি ধৰা নহয়। এই মাপকাঠী সময়ে সময়ে সলনি হ'ব পাৰে।
  • শ শ দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা যিবোৰ নামাকৰণৰ খেলিমেলি আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়;
  • শ শ পুনঃনিৰ্দেশ যিবোৰ এখন পৃষ্ঠাৰ পৰা আন এখন পৃষ্ঠালৈ নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

বিশেষ:পৰিসংখ্যাৰ ছফ্ট্‌ৱেৰে স্বয়ংক্ৰিয়ভাৱে ব্যৱহাৰ কৰা সংজ্ঞাটো হৈছে: প্ৰবন্ধ নামস্থানত থকা কোনো পৃষ্ঠা, যি পুনঃনিৰ্দেশ পৃষ্ঠা নহয় আৰু য'ত অতিকমেও এটা ৱিকি সংযোগ থাকেপৰিসংখ্যা ছফ্ট্‌ৱেৰটোত দ্বৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ ধৰা পেলাবলৈ বৰ্তমান কোনো ব্যৱস্থা নাই, ই পোখালিসমূহকো অমান্য নকৰে (কেতিয়াবা ষ্টাব্‌ বুলি চিহ্নিত কৰা পৃষ্ঠা এখনো তথ্যপূৰ্ণ হ'ব পাৰে), লগতে পোখালি তালিকাকো (কম সমল থকা বা একেবাৰে নথকা সাঁচৰ তালিকা)"।

প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ ৱিকিপিডিয়া:নামাকৰণ নীতি চাওক আৰু প্ৰশাসক বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ চাওক।

প্ৰবন্ধৰ মানদণ্ড

প্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, খুব ভাল প্ৰবন্ধৰ পৰা বিলোপনযোগ্য প্ৰবন্ধলৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ পোখালি) আৰু কম মানদণ্ডৰ।

অতিৰিক্ত তথ্য

Tags:

en:Help:Namespacesবিশেষ:সকলোবোৰ পৃষ্ঠাবিশ্বকোষ

🔥 Trending searches on Wiki অসমীয়া:

ৰজনীকান্ত বৰদলৈবিহুঅসমীয়া লোকসাহিত্যভাস্কৰ (প্ৰথম)লখিমপুৰ (লোকসভা সমষ্টি)পৰিৱেশ বিজ্ঞানঅসমৰ মুখা শিল্পযতীন বৰামৰুভূমিঅৰ্কিডঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাআন্তৰ্জাতিক মানৱ অধিকাৰ আইনকুলধৰ শইকীয়াছুনামিহেম বৰুৱাকোকৰাঝাৰ (লোকসভা সমষ্টি)কছাৰী ৰাজ্যৰাজনীতিহেমচন্দ্ৰ গোস্বামীঅসমীয়া লোক-সংস্কৃতিপাৰ চৰাইভাৰতীয় সাহিত্যউদ্ভিদইংৰাজী ভাষাচ্যু-লিক-ফাঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ-পাৰসুশোভন সোনু ৰায়অংগৰাগ মহন্তবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদৌল গোবিন্দ মন্দিৰমোৰ জীৱন সোঁৱৰণজ্ঞানপীঠ বঁটাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যযোৰহাটভাৰতত মহিলাৰ স্বাস্থ্যচ্যু-কা-ফাদুৰ্যোগপানীব্ৰহ্মগুপ্তকলাখাৰঅসমীয়া পুৰণি সাহিত্যনৰকাসুৰনীতি আয়োগবিহুৰ বাদ্যযন্ত্ৰচিৰ চেনেহী মোৰ ভাষা জননীঅতুল চন্দ্ৰ হাজৰিকাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলিখন পদ্ধতিৰাজনৈতিক দলদৰ্শনভাৰতৰ উপৰাষ্ট্ৰপতিসাম্যবাদী সমাজকাতি বিহুম’বাইল ফোনমোৱামৰীয়া বিদ্ৰোহৱিকিমিডিয়া ফাউণ্ডেশ্যনলোকভাষাআনন্দৰাম ঢেকিয়াল ফুকনবৰপেটা (লোকসভা সমষ্টি)মানৱ শৰীৰঅসম সাহিত্য সভাওজাপালিকিতাপকৃষ্ণচূড়াবেটুপাতজয়মতী কুঁৱৰীমঙ্গলদৈ (লোকসভা সমষ্টি)বিদ্যুৎৰাষ্ট্ৰসংঘ দিৱসচিপাহী বিদ্ৰোহ ১৮৫৭পদাৰ্থৰ অৱস্থাগ্ৰহবসন্ত ঋতুআগ্নেয়গিৰি🡆 More