ৰবাৰ্ট টি কিয়োচাকি

ৰবাৰ্ট টি কিয়োচাকি (ইংৰাজী: Robert Toru Kiyosaki) হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক। তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক। যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor Dad উল্লেখযোগ্য গ্ৰন্থ।

ৰবাৰ্ট টি কিয়োচাকি
ৰবাৰ্ট টি কিয়োচাকি
২০১৪ চনত ৰবাৰ্ট টি কিয়োচাকি
জন্ম ৰবাৰ্ট টি কিয়োচাকি
৮ এপ্ৰিল, ১৯৪৭ (৭৭ বছৰ)
হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা ব্যৱসায়ী, লেখক
মাতৃশিক্ষায়তন United States Merchant Marine Academy (BS)
University of Hawaii at Hilo (dropped out)
বিষয় ব্যক্তিগত বিত্ত, ব্যৱসায় বিনিয়োগ
উল্লেখনীয় কৰ্মৰাজি Rich Dad, Poor Dad
দাম্পত্যসংগী কিম কিয়োচাকি
ৱেবছাইট www.richdad.com

তেওঁ শিশু আৰু প্ৰাপ্তবয়স্কলোকসকলৰ বাবে ব্যৱসায় আৰু আৰ্থিক ধাৰণাৰ সম্পৰ্কে শিক্ষিত কৰাৰ অৰ্থে সৃষ্টি কৰা চফ্টৱেৰ গেম আৰু কেচফ্ল বৰ্ডৰ (Cashflow board) স্ৰষ্টা।

জন্ম পৰিচয়

ৰবাৰ্ট টি কিয়োচাকিৰ জন্ম হয় ১৯৪৭ চনত হিল’, হাৱাই, আমেৰিকা যুক্তৰাষ্ট্ৰত। তেওঁৰ দেউতাক আছিল ৰাল্ফ এইচ কিয়োচাকি (Ralph H Kiyosaki) আৰু মাক আছিল মাৰজ’ৰী অ’ কিয়োচাকি (Marjorie O. Kiyosaki)। ৰাল্ফ এইচ কিয়োচাকিৰ সন্তানসমূহ হ’ল ক্ৰমে- ইমী, বেথ,জন আৰু ৰবাৰ্ট টি কিয়োচাকি। ৰবাৰ্ট টি কিয়োচাকিৰ পত্নী কিম কিয়োচাকি।

১৯৯৩ চনত কিয়োচাকিৰ প্ৰথমখন কিতাপ প্ৰকাশ পায় "If You Want to Be Rich & Happy Don't Go to School" (যদি আপুনি ধুনী আৰু সুখী হ’ব বিচাৰে বিদ্যালয়লৈ নাযাব)। তেওঁৰ ৩০ মিলিয়নতকৈ বেছি বিক্ৰী হোৱা (৯০খন দেশত) গ্ৰন্থ “Rich dad poor dad”খন ১৯৯৭ চনত প্ৰকাশ পায়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

জ্যোতিপ্ৰসাদ আগৰৱালাৰজনীকান্ত বৰদলৈধোদৰ আলিচীনা-তিব্বতীয় ভাষাসাগৰকিতাপউইলিয়াম শ্বেইকছপীয়েৰবিজ্ঞানচানডুবি বিলপৰিস্থিতি বিজ্ঞানহেমকোষতামোলআকবৰবাবৰী মছজিদগোৱালপাৰা জিলাঈয়াৰুইঙ্গমবাথৌ পূজাবিত্তীয় ব্যৱস্থাবড়ো জনগোষ্ঠীভাষাআৰুবাচৰকাৰমাৰ্ক্সবাদৱিকিপিডিয়াঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅম্বিকাগিৰি ৰায়চৌধুৰীজুইঅসমৰ চিত্ৰকলাৰ ইতিহাসমান ভাষালোকসভাৰ অধ্যক্ষলোকাচাৰউপেন্দ্ৰনাথ গোস্বামীলিঅ'নাৰ্ড' দা ভিন্সিঅনুৰাধা শৰ্মা পূজাৰীমাতৃভাষামানৱতাবাদঅসমৰ অৰ্থনীতিজল প্ৰদূষণনদীউপন্যাসনাটোৰুবুল মাউতহোমেন বৰগোহাঞিআনে' ফ্ৰাংকৰুদ্ৰ কন্দলীভূপাল দুৰ্ঘটনাপ্ৰাকৃতিক পৰিৱেশহাবুংশুৱালকুছিমনোবিজ্ঞানচ'তজাৰ্মানীসমাজদৰিদ্ৰতাউৎসৱৰাতি বিহুস্তন্যপানহিমালয়কপৌ ফুলআঙুৰলতা ডেকাহীৰেন ভট্টাচাৰ্যকছাৰী ৰাজ্যশিক্ষা মনোবিজ্ঞানপঞ্চায়তী ৰাজকামৰূপ ৰাজ্যকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমুদ্ৰাস্ফীতিঅৰ্জুন ভঞ্জনমৰাণ জনগোষ্ঠীকাৰ্বি জনগোষ্ঠীসূৰ্যলক্ষ্মীনাথ বেজবৰুৱাআৰ্দ্ৰতা🡆 More