হস্তমৈথুন

হস্তমৈথুন হৈছে এক যৌন কাৰ্য, যি হয় ফ'ৰপ্লে বা প্ৰৱেশহীন যৌন সম্ভোগ হিচাপে কৰা হয়, য'ত যৌন আনন্দ, যৌন উত্তেজনাৰ বাবে উদ্দীপনা সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে নিজে বা আন এজন ব্যক্তিৰ দ্বাৰা পুৰুষ লিঙ্গ বা অণ্ডকোষত হস্তচালিত ভাৱে উত্তেজনা সৃষ্টি কৰে। ইয়াৰ পৰিণতি ৰাগমোচন বা বীৰ্য্য স্খলন হ'ব পাৰে।

হস্তমৈথুন
এহাল সমকামী দম্পতীৰ মাজত হস্তমৈথুনৰ দৃশ্য

একোটা হস্তমৈথুন প্ৰক্ৰিয়া উভয় অংশগ্ৰহণকাৰীৰ বাবে যৌন উত্তেজক হ'ব পাৰে তথা ই একক ভাৱে নিজৰ শৰীৰৰ সৈতে সমাপন কৰা অন্তৰংগ যৌন কাৰ্য। কোনো ব্যক্তিয়ে তেওঁৰ পুৰুষ সঙ্গীৰ সৈতে হস্তমৈথুনত লিপ্ত হয় যাতে প্ৰৱেশহীন যৌন ক্ৰিয়াৰ পৰা বিৰত থাকিব পাৰি। সাধাৰণতে লিঙ্গ প্ৰৱেশ মূলক যৌন ক্ৰিয়াৰ দ্বাৰা হ'ব পৰা বিভিন্ন অসুবিধা সমূহ যেনে যৌন ৰোগৰ সংক্ৰমণ (এছটিআই), গৰ্ভধাৰণ ইত্যাদিৰ পৰা আঁতৰি থাকিবলৈ হস্তমৈথুন এক ফলপ্ৰসূ যৌন ক্ৰিয়া। কোনো কোনো লোকে নিজৰ কুমাৰীত্ব ৰক্ষাৰ বাবেও এই ধৰণৰ অপ্ৰৱেশমূলক যৌন কাৰ্যত লিপ্ত হয়।

ব্যৱসায় ভিত্তিত কিছুমান মাছাজ পাৰ্লাৰত নাৰী কৰ্মীৰ দ্বাৰা পুৰুষ গ্ৰহকক আৰাম তথা আনন্দ দিবৰ হেতু তেওঁলোকৰ যৌনাংগৰ মালিচ কৰি দিয়াৰ সেৱা আগবঢ়োৱা হয়। এই প্ৰক্ৰিয়া যৌন উত্তেজক হোৱা বাবে এটা সময়ত পুৰুষজনে বীৰ্যপাত কৰে, ইয়াক ইংৰাজী পৰিভাষাত "happy ending" বা সুখী সমাপ্তি বুলি কোৱা হয়। সাধাৰণতে এই কাৰ্যত পুৰুষ বা মহিলা উভয় কৰ্মী জড়িত হ'ব পাৰে। নিউইয়ৰ্ক চহৰৰ দৰে কিছুমান চহৰত এনে সুবিধা থকা পাৰ্লাৰ সমূহত এই সেৱাৰ বাবদ গ্ৰাহকে ৪০ ডলাৰ পৰ্যন্ত অতিৰিক্ত মূল্য পৰিশোধ কৰিব লাগে। অৱশ্যে এই কাৰ্যত পুৰুষ গ্ৰাহকৰ দ্বাৰা মহিলা কৰ্মীক স্পৰ্শ কৰিব নোৱাৰৰ নিয়ম বন্ধা থাকে।

বৰ্হি সংযোগ

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

গোলকীকৰণকেশৱ মহন্তএ পি জে আব্দুল কালামদুৰ্যোগৰামধেনু (আলোচনী)মেলেৰিয়ামহা মৃত্যুঞ্জয় মন্দিৰআহোম ৰাজবংশগুৱাহাটী (লোকসভা সমষ্টি)বিষ্ণুৰাম মেধিঅসমৰ ধান খেতিৰ সঁজুলিসমূহপদ (ব্যাকৰণ)হিন্দু ধৰ্মহিউৱেন-চাংপথৰুঘাটৰ ৰণৰাজনীতিবহনক্ষম উন্নয়নৰ লক্ষ্যগঙ্গা নদীভাষাবিজ্ঞানআনন্দ চন্দ্ৰ আগৰৱালাঅযোধ্যা (পৌৰাণিক নগৰ)ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনামানৱ শৰীৰকামৰূপী লিপিভাৰতৰ উচ্চতম ন্যায়ালয়অসমীয়া ভাষাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰআত্মজীৱনীবেক্টেৰিয়াঅসমৰ চলচ্চিত্ৰএডৱাৰ্ড জেনাৰমাঘ বিহুৰাধাগোবিন্দ বৰুৱাঅসমৰ তেল শোধনাগাৰপাচনপৰ্যাবৃত্ত তালিকাৰজনীগন্ধাপৰিৱেশ বিজ্ঞানচৈয়দ আব্দুল মালিকআকবৰনাগৰিকত্বপৰ্যটনহিমন্ত বিশ্ব শৰ্মানৱবিধা ভক্তিঅসমৰ চাহ জনগোষ্ঠীসংশয় ব্যৱস্থাপনানেতাই ধুবুনী ঘাটৰবীন্দ্ৰনাথ ঠাকুৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকামহাদেশবব্ৰুবাহনৰ যুদ্ধভীমৰাও ৰামজী আম্বেদকাৰজাপিবেণুধৰ শৰ্মাহিমবাহসংঘাতউমানন্দচাচনি মেৰবিলশ্ৰীমদ্ভগৱতগীতাইয়াত এখন অৰণ্য আছিলসাপনিৰোদ চৌধুৰীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিত্ৰিভুজকুলধৰ শইকীয়াজৈৱ বৈচিত্ৰ্যমানৰ অসম আক্ৰমণউদাৰনৈতিকতাবাদগান্ধীবাদপ্লেটোৰুদ্ৰ কন্দলীজলবিদ্যুৎচামগুৰি সত্ৰঅসম বিধানসভা🡆 More