সপুষ্পক উদ্ভিদ

সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুল আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদ সমূহত পূৰঠ পাত, ফুল, শিপা, ফল দেখা যায়।

সপুষ্পক উদ্ভিদ
জীৱাশ্ম কাল: Early Cretaceous — Recent
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
সপুষ্পক উদ্ভিদ
সপুষ্পক উদ্ভিদৰ বিবিধতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiospermae
Lindley
সমাৰ্থক

ফুল ফুলা উদ্ভিদ

বৰ্গীকৰণ

সপুষ্পক উদ্ভিদৰ বৰ্গীকৰণ সময়ে সময়ে বৰ্গীকৰণ জীৱ বৈজ্ঞানিক সমূহৰ দ্বাৰা হৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী বিভাজন কৰিছে।

  • একবীজপত্ৰী সপুষ্পক উদ্ভিদ  : ইয়াৰ বীজ সমূহৰ ভিতৰত এটা দল থাকে। সেয়েহে ইয়াক একবীজপত্ৰী বোলা হয়। উদাহৰণ: ঘেঁহু, ধান, জোৱাৰ, যৱ, কল, পিয়াজ, বাঁহ, নহৰু, খেজুৰ ইত্যাদি।
  • দ্বিবীজপত্ৰী সপুষ্পক উদ্ভিদ : ইয়াৰ বীজ সমূহৰ ভিতৰত দুটা দল থাকে। সেয়েহে ইয়াক দ্বিবীজপত্ৰী বোলা হয়। এই প্ৰকাৰৰ উদ্ভিদ কেইবাহাজাৰটা প্ৰজাতি উপলব্ধ আছে।

প্ৰজনন

সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়। সপুষ্পক উদ্ভিদফুল গঠন, আকৃতি, গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।

উপকাৰিতা

সমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। সমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমান ফলমূল, শাক পাচলি আদি উৎপাদন কৰে। কিছু উদ্ভিদ ঔষধি গুণ যুক্ত, আৰু কিছুৱে সূতা উৎপাদন কৰে। আৰু কিছু উদ্ভিদে কাঠ আদি উৎপাদন কৰি অৰ্থনৈতিক ভাৱে সহায় কৰে।

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

  • সপুষ্পক উদ্ভিদ  ৱিকিমিডিয়া কমন্সত Magnoliophyta সম্পৰ্কীয় মিডিয়া ফাইল।
  • সপুষ্পক উদ্ভিদ  ৱিকিপ্ৰজাতিত Magnoliophyta সম্পৰ্কীয় তথ্য
  • সপুষ্পক উদ্ভিদ  ৱিকিগ্ৰন্থত Magnoliophyta

Tags:

সপুষ্পক উদ্ভিদ বৰ্গীকৰণসপুষ্পক উদ্ভিদ প্ৰজননসপুষ্পক উদ্ভিদ উপকাৰিতাসপুষ্পক উদ্ভিদ উৎস প্ৰসংগসপুষ্পক উদ্ভিদ বাহ্যিক সংযোগসপুষ্পক উদ্ভিদউদ্ভিদফুল

🔥 Trending searches on Wiki অসমীয়া:

নেলছন মেণ্ডেলাগড়গাঁওঅংকভাৰতত মহিলাৰ স্বাস্থ্যবিল গেট্‌ছপাঠ্যক্ৰমখাদ্য সুৰক্ষানিৰ্মলপ্ৰভা বৰদলৈভট্টদেৱভাৰতৰ স্বাধীনতা আন্দোলনবনঘোষাঅসমীয়া খাদ্যাভ্যাসঅসমৰ নদীসমূহৰ তালিকাঋকবেদবহুকোষী জীৱঅসম বিধানসভাপদুমঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামানৱ ভূগোলবিত্তীয় ব্যৱস্থাহিউমাছকলাঅসমীয়া সাহিত্যত মালিতাবিজ্ঞাপনহেমচন্দ্ৰ বৰুৱাপৰিমেয় সংখ্যাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাবাণীকান্ত কাকতিতগৰশৰাইঘাটৰ যুদ্ধবতৰশিৱসাগৰ পুখুৰীপৰিয়ালমৌখিক ইতিহাসভাৰতীয় মহাকাশ গৱেষণা সংস্থাপায়ু সংগমলোকভাষাবিপন্ন প্ৰজাতিহেমচন্দ্ৰ গোস্বামীগাঁও পঞ্চায়তভবেন্দ্ৰ নাথ শইকীয়াপৰ্যটনচৈয়দ আব্দুল মালিকজুবিন গাৰ্গঅসমৰ জনগোষ্ঠীস্বদেশী আন্দোলনভাৰত ত্যাগ আন্দোলনহিউৱেন-চাংআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবুঢ়ী আইৰ সাধুভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনগোলাঘাট জিলাভাৰতৰ উপৰাষ্ট্ৰপতিৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰাষ্ট্ৰসংঘ দিৱসবিহুগীতকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰাজিয়া চুলতানাঅৰ্থনীতিকেঁচুসাৰলোকাচাৰযৌন সংগমএককোষী জীৱহিমালয়কছাৰী ৰাজ্যউগ্ৰতাৰা দেৱালয়যোগাসনপাঁচালীউদ্বিগ্নতাঘিলাধাৰী ঘাটৰ সন্ধিবিশ্ব বেংকলিংগ বৈষম্য আৰু ভাৰতীয় নাৰী🡆 More