লিথিয়াম: এবিধ ৰাসায়নিক মৌল।

লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন Li পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে। লিথিয়াম পৰমাণুৰ বৰ্হি কক্ষত ১টা ইলেক্ট্ৰন আছে। ই s গোষ্ঠীৰ মৌল।.

লিথিয়াম

ধৰ্ম আৰু গঠন

লিথিয়ামৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ এনেধৰণৰ:

  • লিথিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যা ৩।
  • ইলেকট্ৰনীয় বিন্যাস 1s1.
  • পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৩
  • পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৬.৯৪১
  • ঘনত্ব: ০.৫৩৪ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
  • কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
  • গলনাংক: ৩৫৬.৯ ডিগ্ৰী ফৰেনহেইট (১৮০.৫ ডিগ্ৰী চেলচিয়াছ)
  • উতলাংক: ২৪৪৮ ডিগ্ৰী ফৰেনহেইট (১৩৪২ ডিগ্ৰী চেলচিয়াছ)
  • আইছ'ট'প'টৰ সংখ্যা (বিভিন্ন সংখ্যক নিউট্ৰনৰ সৈতে একে পদাৰ্থৰ পৰমাণু): ১০; ২টা সুস্থিৰ
  • আটাইতকৈ সচৰাচৰ আইছ'টোপ: Li-7 (৯২.৪১ শতাংশ প্ৰাকৃতিক অৱস্থিতি), Li-6 (৭.৫৯শতাংশ প্ৰাকৃতিক অৱস্থিতি)

ব্যৱহাৰ

  • লিথিয়াম বেটেৰিত ব্যৱহাৰ কৰা হয়।
  • লুব্ৰিকেটিং গ্ৰীজ হিচাপে ব্যৱহাৰ কৰা হয়।
  • মানসিক ৰোগত ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

উমাচল শিলালিপিগণেশ গগৈহাবুংজন গণ মনভোলানাথ দাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাভাৰতীয় জাতীয় কংগ্ৰেছযতি-চিনউপেন্দ্ৰনাথ গোস্বামীখ্ৰীষ্টান ধৰ্মহিউৱেন-চাংকুন্তীসৌৰজগতশব্দগোৱালপাৰাসমাজতত্ত্বধুতিশালস্তম্ভ ৰাজবংশমাঘ বিহুবিয়া নামঔ টেঙাঅসমৰ শাক-পাচলিৰ তালিকাঅনুভৱ তুলসীগেলিলিঅ’ গেলিলিবেণুধৰ শৰ্মাচৰিত পুথিসপুষ্পক উদ্ভিদঅসমীয়া লোকসাহিত্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাকাৰ্বি জনগোষ্ঠীবট গছলীনাক্সমাটি আখৰামামৰে ধৰা তৰোৱালপানী বগলীডিম্বেশ্বৰ নেওগসংখ্যাঅমূল্য বৰুৱাহয়গ্ৰীৱ মাধৱ মন্দিৰচক্ৰধ্বজ সিংহ (নাটক)জিকিৰহস্তীবিদ্যাৰ্ণৱভাৰতৰ উপৰাষ্ট্ৰপতিমহাদেশহিমবাহহীৰেন ভট্টাচাৰ্যনিৰ্মলপ্ৰভা বৰদলৈবিজয় (অভিনেতা)ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানবড়ো জনগোষ্ঠীকুশান নৃত্যগৌতম বুদ্ধৰাষ্ট্ৰসংঘসতী সাধনীশিৱসাগৰ জিলাআৰ্দ্ৰতাশিৱসাগৰভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগশব্দ (অভিধান)কীৰ্তন-ঘোষাকোচ হাজোঅসমীয়া জলপানলক্ষ্মীধৰ শৰ্মাকৰবী ডেকা হাজৰিকামায়ামৰা সম্প্ৰদায়দীপলিনা ডেকাবৰ্ণালী কলিতাগামোচাত্ৰৈলোক্য নাথ গোস্বামীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমঘাই ওজা🡆 More