বুলডগ: ব্ৰিটিছ জাতৰ কুকুৰ

বুলডগ (ইংৰাজী: Bulldog), যাক ইংলিছ বুলডগ বা ব্ৰিটিছ বুলডগ বুলিও জনা যায়, হৈছে এক মজলীয়া আকাৰৰ কুকুৰৰ প্ৰজাতি। ই হৈছে এক পেশীবহুল, ডাঙৰ কুকুৰ যাৰ মুখখন কোঁচ খোৱা। বুলডগবোৰ জনপ্ৰিয় পোহনীয়া জন্তু; আমেৰিকান কেনেল ক্লাবৰ মতে এইবিধ কুকুৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পঞ্চম জনপ্ৰিয় বিশুদ্ধ প্ৰজাতিৰ কুকুৰ।

অবয়ব

বুলডগ: ব্ৰিটিছ জাতৰ কুকুৰ 
Example of a 4-year-old Bulldog of Champion bloodlines, side view. Note the "rope" over the nose, and pronounced underbite.

বুলডগবোৰৰ বিশেষভাৱে বহল মুৰ আৰু কান্ধ থাকে। ভ্ৰূত সাধাৰণতে ছালৰ ডাঠ ভাঁজ থাকে; ঘূৰণীয়া, ক'লা, বহল চকু; নাকৰ ওপৰেৰে ভাঁজৰ সৈতে এটা চুটি মুখ; ডিঙিৰ তলত ওলমি থকা ছাল; ওলমি থকা ওঁঠ আৰু জোঙা দাঁত।

স্বভাৱ

আমেৰিকান কেনেল ক্লাবৰ মতে, বুলডগৰ স্বভাৱ দয়ালু, দৃঢ়, আৰু সাহসী (দুষ্ট বা আক্ৰমণাত্মক নহয়)।

বুলডগ: ব্ৰিটিছ জাতৰ কুকুৰ 
Wide stance

বেছিভাগৰ বন্ধুত্বপূৰ্ণ, ধৈৰ্য্যশীল, কিন্তু জেদী প্ৰকৃতিৰ হয়। শিশুৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰৱণতাৰ বাবে বুলডগবোৰক উৎকৃষ্ট পাৰিবাৰিক পোহনীয়া জন্তু হিচাপে স্বীকৃতি দিয়া হয়। সাধাৰণতে, বুলডগবোৰ শিশু, অন্যান্য কুকুৰ আৰু অন্যান্য পোহনীয়া জন্তুৰ সৈতে ভালদৰে মিলা-মিছা কৰাৰ বাবে জনাজাত।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

আলোচনীবড়োলেণ্ডউপনিষদলুৰিন জ্যোতি গগৈবাৰ ভূঞাঅসমৰ শাক-পাচলিৰ তালিকাপাইথাগোৰাছৰ উপপাদ্যমাটিৰ হিচাপকামৰূপ জিলাশিৱমিজোৰামপৰম্পৰাফাকে জনগোষ্ঠীজৈন ধৰ্মকাঞ্চন (উপন্যাস)হাড়সত্ৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডপ্ৰাচীন গ্ৰীচকাতি বিহুলক্ষ্যধৰ চৌধুৰীশ্ৰীমদ্ভগৱতগীতাহেমকোষসাগৰ দেখিছা (কবিতা সংকলন)আমেৰিকা যুক্তৰাষ্ট্ৰমিচিং ভাষাঅৰুণ শৰ্মাখোলভাৰত ৰত্নশুৱালকুছিসাধুকথাআৰ্যভট্টবনফুলভাষাবিজ্ঞানশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়কপৌ ফুলঅসমৰ ইতিহাসসংমিশ্ৰিত মীন-পালনবিৰিঞ্চি কুমাৰ বৰুৱাদীনেশ চন্দ্ৰ গোস্বামীঅসমৰ বাঁহ-বেতৰ শিল্পঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমীয়া জাতিনিৰোদ চৌধুৰীঅসমৰ লোকবাদ্যঅসমীয়া লোক কবিতাজণ্ডিছধাতু আৰু অধাতুমৰুদ্যানকানাই বৰশী বোৱা শিলালিপিশকুন্তলাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅংগনবাদীধুবুৰী (লোকসভা সমষ্টি)জাভাভূগোলভাৰতবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণহেম বৰুৱামহিম বৰাইন্দিৰা মিৰিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সংঘাতহৃদযন্ত্ৰৰঘুনাথ চৌধাৰীপ্ৰাকৃতিক সম্পদবুৰঞ্জীচকৰি ফেঁটী বুৰঞ্জীঅসমৰ মাছভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামহা মৃত্যুঞ্জয় মন্দিৰসাগৰডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়🡆 More