পেৰেণ জিলা

পেৰেণ জিলা নাগালেণ্ডৰ একদশ জিলা৷ এই জিলা পূৰ্বৰ বৃহত্তৰ কহিমা জিলাক বিভক্ত কৰি গঠন কৰা হৈছিল৷

পেৰেণ জিলা
—  জিলা  —
Liangmai Dance.jpgপেৰেণ জিলাৰ পৰম্পৰাগত এটি নৃত্য
পেৰেণ জিলা
নাগালেণ্ডত পেৰেণ জিলাৰ অৱস্থান
নাগালেণ্ডত পেৰেণ জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ পেৰেণ জিলা ভাৰত
মাটিকালি
 - মুঠ ২,৩০০ কি.মি. 
(৮৮৮ বৰ্গ মাইল)
উচ্চতা ১,৪৪৫ মিটাৰ (৪,৭৪০.৮১ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৯৪,৯৫৪ জন
 - জনঘনত্ব ৪১.৩ প্ৰতি বৰ্গ কি.মি. 
(১০৬.৯ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL-PE
ৱেবছাইট peren-district.nic.in

ইতিহাস

পেৰেণ জিলা পূৰ্বতে কহিমা জিলাৰ এটা মহকুমা আছিল৷ ২০০৩ চনৰ ২৪ অক্টোবৰত এই জিলাক এক পৃথক জিলা হিচাপে স্বীকৃতি দিয়া হয়৷

ভৌগোলিক অৱস্থান

পেৰেণ জিলাৰ পশ্চিমে অসমডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে কহিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷

পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ (New Peren)৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ পৰ্যন্ত৷ পেৰেণ জিলাৰ মূল নগৰ অঞ্চলসমূহ হৈছে টেনিং (Tening), জালুকী (Jalukie) আৰু পেৰেণ৷

পেৰেণ জিলাৰ মূল নদী আৰু উপনৈবোৰ হ’ল Tepuiki, Mbeiki, Ntanki, Mungleu, Tesanki, Nguiki, Nkwareu, Techauki, Ngungreu, Tahaiki আৰু Duilumreu (Tepuiki নৈৰ উপনৈ)৷

পেৰেণ জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউন্ট পাউনা (Mt. Paona) যি সাগৰ পৃষ্ঠৰ পৰা ২৫০০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই পৰ্বত নাগালেণ্ডৰ তৃতীয় উচ্চতম পৰ্বত৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পেৰেণ জিলাৰ মুঠ জনসংখ্যা ৯৪,৯৫৪ জন। গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৬৷ পেৰেণ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৭ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯%।

পেৰেণ জিলাৰ সংখ্যাগৰিষ্ঠ লোক জেলিয়াং (Zeliang) আৰু কুকী (Kuki) জনজাতিৰ লোক৷[উদ্ধৃতিৰ প্ৰয়োজন]

জৈৱবৈচিত্ৰ্য

পেৰেণ জিলাত ইনটাংকি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷ এই উদ্যানে জিলাখনৰ ২০২ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

পেৰেণ জিলা ইতিহাসপেৰেণ জিলা ভৌগোলিক অৱস্থানপেৰেণ জিলা জনসংখ্যাপেৰেণ জিলা জৈৱবৈচিত্ৰ্যপেৰেণ জিলা তথ্যসূত্ৰপেৰেণ জিলা বাহ্যিক সংযোগপেৰেণ জিলাকহিমা জিলানাগালেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

পৰম্পৰামুখমৈথুনবতৰবেটুপাতভাস্কৰ (প্ৰথম)ছিৰিমাভো বন্দৰনাইকেধুবুৰী (লোকসভা সমষ্টি)আউনীআটী সত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমত দেখা চৰাইবোৰআহোম জনগোষ্ঠীগায়ন-বায়নগদ্যঈয়াৰুইঙ্গমসূৰ্যপ্ৰাক-ইতিহাসচ্যু-লিক-ফাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)পৰিৱেশ তন্ত্ৰপৰিয়ালঅসমৰ লোকবাদ্যসাহিত্যসত্যনাথ বৰাস্বদেশী আন্দোলনতুলসীঅসমীয়া ভাষাৰ শব্দসম্ভাৰমূৰাৰা, ৰঙিয়াগগনামহাদেশনামঘোষাকাৰ্বি ভাষাত্ৰিপিটকৰাইমনা ৰাষ্ট্ৰীয় উদ্যানপদ (ব্যাকৰণ)ডিগবৈ তেল শোধনাগাৰৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ ইতিহাসএচিদ বৰষুণযৌন সংগমচৰাইদেউ জিলাপাৰিজাত হৰণ নাটবিহুগীতনগাঁও (লোকসভা সমষ্টি)ইজৰাইলসংক্ৰমণঅংকীয়া নাটহীৰেন গোহাঁইভাৰতৰ শিক্ষাদেউৰী জনগোষ্ঠীনাগৰিকত্বভাৰতীয় ভাষাগণৰাজ্য দিৱস (ভাৰত)পৰ্যটনঅসমীয়া উপন্যাসধৰিত্ৰী দিৱসগুৰু আসনদক্ষিণপাট সত্ৰবিহুৰ বাদ্যযন্ত্ৰপুৰাণঅসমৰ চিত্ৰকলাৰ ইতিহাসবহনক্ষম ভূমি ব্যৱস্থাপনাপালি ভাষাতথ্যসৌৰভ কুমাৰ চলিহাজামুগুৰিহাটকাৰেঙৰ লিগিৰীমাতৃভাষাজ্যোতিপ্ৰসাদ আগৰৱালাসংযুক্ত মুক্তি বাহিনী, অসমব্ৰহ্মপুত্ৰ নদএহাত ডাবাহাবুংকুলিছক্ৰেটিছ🡆 More