তিতা চঁপা: গছৰ প্ৰজাতি

তিতা চঁপা (বৈজ্ঞানিক নাম: Magnolia champaca) হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল। ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।

তিতা চঁপা
তিতা চঁপা: গছৰ প্ৰজাতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Magnoliales
পৰিয়াল: Magnoliaceae
গণ: Magnolia
প্ৰজাতি: M. champaca
বৈজ্ঞানিক নাম
Magnolia champaca
(L.) Baill. ex Pierre
সমাৰ্থক
  • Champaca michelia, Noronha
  • Magnolia membranacea, P.Parm.
  • Michelia aurantiaca, Wall.
  • Michelia blumei, Steud.
  • Michelia champaca, L.
  • Michelia euonymoides, Burm.f.
  • Michelia rheedei, Wight
  • Michelia rufinervis, DC.
  • Michelia sericea, Pers.
  • Michelia suaveolens, Pers.
  • Sampacca euonymoides, (Burm.f.) Kuntze
  • Sampacca suaveolens, (Pers.) Kuntze

নামকৰণ

তিতা চঁপাৰ বৈজ্ঞানিক নামৰ champaca পদাংশ সংস্কৃত শব্দ চম্পকৰ (উচ্চাৰণ tʃaɱpaka) পৰা আহৰণ কৰা হৈছে। ইয়াক ইংৰাজীত চম্পক(champak) বুলি কোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

বৈজ্ঞানিক নাম

🔥 Trending searches on Wiki অসমীয়া:

পদুমকলাপানীওচেনিয়াভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগুৱাহাটীমৌলিক সংখ্যাআমেৰিকা (মহাদেশ)শৰাইঘাট দলংথমাছ আলভা এডিচনপাইথেগাৰাছমাঘনোৱা দ’লঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঢোলজম্মু আৰু কাশ্মীৰফকৰা যোজনামণিকূটঅসীমত যাৰ হেৰাল সীমাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআউনীআটী সত্ৰজিকিৰবেণুধৰ শৰ্মাত্ৰৈলোক্য নাথ গোস্বামীকাতি বিহুবাৰেচহৰীয়া ভাওনা মহোৎসৱকামাখ্যা মন্দিৰহেমচন্দ্ৰ বৰুৱাঅসমৰ বাঁহ-বেতৰ শিল্পটাই জাতিস্বাভাৱিক সংখ্যাফুলঅসমীয়া সাহিত্যবিজয় (অভিনেতা)চৈয়দ আব্দুল মালিকআত্মসহায়ক গোটবৰাক নদীবিশ্ব বেংকঅংগৰাগ মহন্তবিশ্ব ধঁপাতবিৰোধী দিৱসভাৰতীয় জনতা পাৰ্টিএহাত ডাবাভূপেন্দ্ৰ সংগীতমাছকৃষ্ণকান্ত সন্দিকৈভিয়েটনামঅসমীয়া ব্যাকৰণভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগএইড্‌ছগামোচামৌখিক সাহিত্যমাটিএচিদ বৰষুণঅসমীয়া খাদ্যাভ্যাসঅৰ্থনীতিমৌখিক লোকসাহিত্যতামিলনাডুকৰ'নাভাইৰাছ ৰোগ ২০১৯ইন্দিৰা মিৰিপাচনমুহাম্মাদঅসমীয়া লিপিৰ বুৰঞ্জীমালালা ইউছুফজাইমিচিং জনগোষ্ঠীপিয়লি ফুকনৰুবুল মাউতহিমবাহমহাভাৰতৰ পাত্ৰঔ টেঙাকাৰ্ল মাৰ্ক্সমামণি ৰয়ছম গোস্বামীৰ উপন্যাসদিহানামঅসমৰ চাহ জনগোষ্ঠীসংগীত🡆 More