ঢোলবিৰি: পৰম্পৰাগত অসমীয়া অলংকাৰ

ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল। আজিকালি ঢোলবিৰিসমূহত বাখৰ খটোৱাৰ উপৰি ক’লা-ৰঙা, সেউজীয়া ৰঙৰ মিনাও কৰা হয়। আজিকালি মহিলাসকলেও ঢোলবিৰি পিন্ধে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতে নাচনীয়ে আৰু বিয়াত কইনাই ডিঙিত এইপদ অলংকাৰ পিন্ধে।

ঢোলবিৰি: ঢোল বাদ্য, অলংকাৰ তৈয়াৰ কৰা পদ্ধতি, তথ্যসূত্ৰ
ঢোলবিৰি

ঢোল বাদ্য

ঢোলবিৰি: ঢোল বাদ্য, অলংকাৰ তৈয়াৰ কৰা পদ্ধতি, তথ্যসূত্ৰ 
এটি ঢোলবিৰি

কাঠৰ ফোঁপোলা খোলাৰ দুয়ো মূৰে ছামৰাৰে আবৃত কৰি কাঠামৰ দুয়ো মূৰে এডাল সংযোগী ৰছীৰে ডিঙিত আঁৰি লৈ এখন হাতেৰে মাৰিৰে কোবাই আৰু ইখন হাতেৰে আঘাত কৰি বজোৱা বাদ্যকে ঢোল বোলে।

অলংকাৰ তৈয়াৰ কৰা পদ্ধতি

অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে: হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে ঢোলৰ আকৃতিত ঢোলবিৰি প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ঢোলবিৰি ঢোল বাদ্যঢোলবিৰি অলংকাৰ তৈয়াৰ কৰা পদ্ধতিঢোলবিৰি তথ্যসূত্ৰঢোলবিৰি বাহ্যিক সংযোগঢোলবিৰিঅসমঢোলবিহু নৃত্যসবাহৰঙালী বিহু

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বকুল ফুলৰ দৰে (গ্ৰন্থ)বেদমিডিয়াৱিকিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাম'হৰ শিঙৰ পেঁপাযোগ দৰ্শনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবাঁহীঅসমীয়া সাহিত্যত মালিতামহিলাৰ বিৰুদ্ধে হিংসাধৰ্মনবীনচন্দ্ৰ বৰদলৈএশিঙীয়া গঁড়নক্ষত্ৰভাৰত ত্যাগ আন্দোলনমণিপুৰ সংঘৰ্ষ ২০২৩মানৱ উন্নয়ন সূচকহৰেকৃষ্ণ ডেকাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতউমাচল শিলালিপিচ্যু-কা-ফাযাদৱ পায়েংব'হাগ বিহুমৌখিক লোকসাহিত্যঅসমৰ চাহ জনগোষ্ঠীত্ৰিভুজসন্ধিপাৰিপাৰ্শ্বিক সংঘাতচিৰ চেনেহী মোৰ ভাষা জননীভীমৰাও ৰামজী আম্বেদকাৰবৰপেটা সত্ৰগগনাগুণাভিৰাম বৰুৱাশকুন্তলা (চলচ্চিত্ৰ)মহেশ্বৰ নেওগসত্ৰীয়া নৃত্যৰুক্মিণী হৰণ নাটনিৰ্ম্মল ভকতসত্যনাথ বৰাৰবীন্দ্ৰনাথ ঠাকুৰবিবাহজোনবিল মেলাঅসহযোগ আন্দোলনকেওঁট জনগোষ্ঠীআহোম ৰাজবংশবহুমূত্ৰ ৰোগভাৰতৰ ৰাষ্ট্ৰপতিকুমাৰ ভাস্কৰ বৰ্মাআজান পীৰতেজপুৰভাৰতীয় শিল্পকলাৰাইমনা ৰাষ্ট্ৰীয় উদ্যাননাৰীলভিতাউপেন্দ্ৰনাথ গোস্বামীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসমৰ সাধুকথাশিশু সাহিত্যকল্পনা চাওলাদেউৰী জনগোষ্ঠীকাৰাটেবিষুৱ ৰেখাব্যৱস্থাপনানিগনিবাথৌ পূজাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমেজিৰঘুনাথ দাস মহন্তমাধৱ কন্দলি🡆 More