প্ৰগ্ৰামিং লেংগুৱেজ চি

চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্‌চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে। বিশ্বৰ বহুলভাৱে ব্যৱহৃত প্ৰগ্ৰামিং লেংগুৱেজসমূহৰ ভিতৰত চি লেংগুৱেজ অন্যতম। পৰৱৰ্তী সময়ত বিকশিত হোৱা প্ৰগ্ৰামিং লেংগুৱেজসমূহ, যেনে C++, C#, D, Go, Java, JavaScript, Limbo, LPC, Perl, PHP, Python ইত্যাদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চি(C) লেংগুৱেজৰ দ্বাৰা প্ৰভাৱিত।

C
প্ৰগ্ৰামিং লেংগুৱেজ চি
The C Programming Language (aka "K&R"), the seminal book on C
প্ৰকাৰ Imperative (procedural), structured
সৃষ্টিৰ সময় 1972
সৃষ্টিকৰ্তা Dennis Ritchie
বিকাশক Dennis Ritchie & Bell Labs (creators); ANSI X3J11 (ANSI C); ISO/IEC JTC1/SC22/WG14 (ISO C)
Stable release C11 (December 2011)
Typing discipline Static, weak, manifest, nominal
Major implementations Clang, GCC, Intel C, MSVC, Pelles C, Watcom C
উপভাষা Cyclone, Unified Parallel C, Split-C, Cilk, C*
Influenced by B (BCPL, CPL), ALGOL 68, Assembly, PL/I, FORTRAN
Influenced Numerous: AMPL, AWK, csh, C++, C--, C#, Objective-C, BitC, D, Go, Java, JavaScript, Limbo, LPC, Perl, PHP, Pike, Processing, Seed7
অপাৰেটিং চিষ্টেম Cross-platform (multi-platform)
ফাইল এক্সটেঞ্চন .h .c
Wiki অসমীয়াWikibooks logo C Programming at Wikibooks

চি লেংগুৱেজৰ ডাটাৰ ধৰণ

Type Range (ৰ পৰা) Range (লৈ) Bytes Represents
Char/short -১২৮ ১২৭
Unsigned char ০ (শূন্য) ২৫৫
Int -৩২,৭৬৮ ৩২,৭৬৭
Unsigned int ০ (শূন্য) ৬৫,৫৩৫
Long -২১৪,৭৪,৩৮,৬৪৮ ২১৪,৭৪,৩৮,৬৪৭
Unsigned long ০ (শূন্য) ৪২৯,৪৯,৬৭,২৯৫
Float ৩.৪×১০-৩৮ ৩.৪×১০৩৪

চি লেংগুৱেজত ব্যৱহাৰ হোৱা সংখ্যা, আখৰ, আৰু বিশেষ চিহ্নসমূহ-

  • আখৰ: a-z, A-Z, '_'
  • সংখ্যা: 0-9
  • বিশেষ চিহ্ন: ~! @ # % ^ & * ( ) - + = :; " ' < > , .? | / \ { } [ ]
    • খালি ঠাই: স্পেচ (space), নিউলাইন (newline), কমেণ্ট (comment), টেব (Tab)

ৰিজাৰ্ভড ৱৰ্ড

চি লেংগুৱেজ (C89) ত ব্যৱহাৰ হোৱা ৩২টা ৰিজাৰ্ভড ৱৰ্ড (reserved word) সমূহ:

    auto
    break
    case
    char
    const
    continue
    default
    do

    double
    else
    enum
    extern
    float
    for
    goto
    if

    int
    long
    register
    return
    short
    signed
    sizeof
    static

    struct
    switch
    typedef
    union
    unsigned
    void
    volatile
    while

C99 ৰ ৫টা অতিৰিক্ত সংযোজন:

    _Bool
    _Complex

    _Imaginary
    inline

    restrict

C11 ৰ আৰু ৭টা অতিৰিক্ত সংযোজন:

    _Alignas
    _Alignof

    _Atomic
    _Generic

    _Noreturn
    _Static_assert

    _Thread_local

এটা আৰ্হি চি প্ৰগ্ৰাম

#include

int main (void){

      printf ("Hello Assamese Wikipedia\n");

}

টোকা

তথ্য সংগ্ৰহ

Tags:

প্ৰগ্ৰামিং লেংগুৱেজ চি চি লেংগুৱেজৰ ডাটাৰ ধৰণপ্ৰগ্ৰামিং লেংগুৱেজ চি চি লেংগুৱেজত ব্যৱহাৰ হোৱা সংখ্যা, আখৰ, আৰু বিশেষ চিহ্নসমূহ-প্ৰগ্ৰামিং লেংগুৱেজ চি ৰিজাৰ্ভড ৱৰ্ডপ্ৰগ্ৰামিং লেংগুৱেজ চি এটা আৰ্হি চি প্ৰগ্ৰামপ্ৰগ্ৰামিং লেংগুৱেজ চি টোকাপ্ৰগ্ৰামিং লেংগুৱেজ চি তথ্য সংগ্ৰহপ্ৰগ্ৰামিং লেংগুৱেজ চি বাহ্যিক সংযোগপ্ৰগ্ৰামিং লেংগুৱেজ চি

🔥 Trending searches on Wiki অসমীয়া:

হিউৱেন-চাংহিউমাছঅসমীয়া খাদ্যাভ্যাসমৈদামত্ৰিভুজমৌখিক ইতিহাসকমলাকান্ত ভট্টাচাৰ্য্যতথ্যকেঁচুপাৰিজাত হৰণ নাটপৰ্যাবৃত্ত তালিকানগাঁও (লোকসভা সমষ্টি)আনন্দৰাম বৰুৱাশামুকচিত্ৰা মণ্ডলভটিমাবিশ্ব মেলেৰিয়া দিৱসঅন্নপ্ৰাশনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামহাকাব্যউপভাষালক্ষ্মীনাথ বেজবৰুৱাএকলব্যঘৰ শালিকাকুলধৰ শইকীয়াবৰগীতবহনক্ষম উন্নয়নৰ লক্ষ্যকামৰূপী উপভাষাজ্যোতিপ্ৰসাদ আগৰৱালামণিৰাম দেৱানগুৱাহাটীঅসমৰ ৰাজ্যপালসকলৰ তালিকাহাড়শব্দ (অভিধান)বেদৰাভা ভাষালখিমপুৰ (লোকসভা সমষ্টি)সত্ৰশৰৎ ঋতুভূমিকম্পঅৰুণাচল প্ৰদেশঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯গৰু বিহুযোগেশ দাসনামঘোষাগুণাভিৰাম বৰুৱাভাৰতৰ শিক্ষানামঘৰমাধৱদেৱভাৰতীয় জাতীয় কংগ্ৰেছসাম্যবাদকৃত্ৰিম বুদ্ধিমত্তাআহোম ৰাজ্যঅসমৰ সাধুকথাহুঁচৰিউদাৰনৈতিকতাবাদকাৰেঙৰ লিগিৰীঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমত দেখা চৰাইবোৰকৃষ্ণঅসমৰ কাঁহ শিল্পআলেকজেণ্ডাৰ গ্ৰাহাম বে'লপ্ৰদূষণভাষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাদৰং জিলাঅস্বাভাৱিক মনোবিজ্ঞানশিক্ষকঅসমীয়া পুৰণি সাহিত্যভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা🡆 More