চল বেলো

চল বেলো (ইংৰাজী: SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।

জন্ম ১০ জুলাই,১৯১৫
কিউবেকৰ (কানাডা) লেচিনত
ৰাষ্ট্ৰীয়তা আমেৰিকান

জন্ম আৰু বংশ পৰিচয়

চল বেলোৰ জন্ম হয় ১৯১৫ চনৰ ১০ জুলাইত কিউবেকৰ(কানাডা) লেচিন নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আব্ৰাহাম আৰু মাতৃৰ নাম লিজা।

শিক্ষা

  1. ১৯৩৩ চনত চিকাগো বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তাত দুবছৰ পঢ়ি নৰ্থ ওৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়লৈ গুচি যায়।
  2. ১৯৩৭ চনত সমাজবিদ্যা আৰু নৃতত্ত্ব চূড়ান্ত ডিগ্ৰী লয়।

কৰ্মজীৱন

বেলো এনচাইক্লোপিডিয়া অব ব্ৰিটানিকাৰ সম্পাদকীয় দপ্তৰৰো এজন সদস্য আছিল।

সাহিত্যৰাজি

উপন্যাস

  1. ডাংলিং মেন (১৯৪৪)
  2. দা ৱিকটিম (১৯৪৭)
  3. চেইজে দা ডে (১৯৫৯)
  4. হাজোৰ্গ (১৯৬৪)
  5. হেন্দাৰচন দি ৰেইন কিং (১৯৫৯)
  6. এডভেঞ্চাৰচ অফ এঞ্জি মাৰ্চ (১৯৫৯)
  7. এ থেফ্ট (১৯৮৯)
  8. দা অক্টোল (১৯৯৭)

নাটক

দা লাষ্ট এনালেছিছ (১৯৬৫)

চুটিগল্প

  1. ছামথিং টু ৰিমেম্বাৰ মি বাই:থ্ৰী টেলচ (১৯৯১)
  2. কলেক্টএড স্তৰিচ (২০০১)

বঁটা আৰু সন্মান

  1. ১৯৫৪ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  2. ১৯৬৫ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  3. ১৯৭১ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  4. ১৯৭৬ চনত চল বেলোই সাহিত্যত নোবেল বঁটা লাভ কৰে।
  5. ১৯৭৬ চনত সাহিত্যকমৰ বাবে বেলোকে পুলিৎজাৰ বঁটা লাভ কৰে।
  6. ১৯৮৮ চনত ৰাষ্ট্ৰীয় কলা পদক লাভ কৰিবলৈ সক্ষম হয়।
  7. ১৯৯০ চনত আমেৰিকান চিঠিলৈ বিশিষ্ট অৱদানৰ বাবে নেচনেল বুক ফাউণ্ডেচনৰ জীৱনজোৰা পদক লাভ কৰে।
  8. ১৯৯৭ চনত ৰাষ্ট্ৰীয় ইহুদী বঁটা লাভ কৰে।
  9. ২০১০ চনত চিকাগো লিতাৰেৰী হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।

মৃত্যু

২০০৫ চনৰ ৫ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ

Tags:

চল বেলো জন্ম আৰু বংশ পৰিচয়চল বেলো শিক্ষাচল বেলো কৰ্মজীৱনচল বেলো সাহিত্যৰাজিচল বেলো বঁটা আৰু সন্মানচল বেলো মৃত্যুচল বেলো তথ্যসূত্ৰচল বেলোইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কুলধৰ শইকীয়াভাৰত-আৰ্য ভাষা পৰিয়ালঘিলাধাৰী ঘাটৰ সন্ধিসাধুকথাপাৰ চৰাইপ্লেটোভট্টদেৱনৰনাৰায়ণসমাৰ্থক শব্দবড়ো জনগোষ্ঠীকুলিসংক্ৰমণবিশেষ্য পদবাইখো পূজাউচ্চ ৰক্তচাপবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসশামুকচ্যু-খ্ৰুং-ফাপায়ু সংগমবুলু ফিল্মবিত্তীয় ব্যৱস্থাযোগাসনঅগ্নিগড়হিমন্ত বিশ্ব শৰ্মানামঘোষাগদ্যঅসমীয়া গালি-গালাজবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ মাছ ধৰা সঁজুলিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকানেতাই ধুবুনী ঘাটপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰেখাৰেৱতী মোহন দত্তচৌধুৰীমৌৰ্য সাম্ৰাজ্যমণিৰাম দেৱান (চলচ্চিত্ৰ)গৰু বিহুঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহয়গ্ৰীৱ মাধৱ মন্দিৰবকুল ফুলৰ দৰে (গ্ৰন্থ)মাছবাজেটতগৰগুৱাহাটীব’হাগশীতল যুদ্ধহীৰেন গোহাঁইবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণপথেৰ পাঁচালীকাৰ্বি জনগোষ্ঠীকৃষ্ণচূড়াপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যচৰিত পুথিঅসম আন্দোলনবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যহেম বৰুৱা (ত্যাগবীৰ)নলিনীবালা দেৱীডিগবৈপানীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহযোৰহাটমহাদেশলখিমপুৰ (লোকসভা সমষ্টি)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসনগাঁও (লোকসভা সমষ্টি)অসমীয়া জাতিজন গণ মনঅসমীয়া প্ৰতিদিনহেমচন্দ্ৰ গোস্বামীঅসমৰ মহকুমাসমূহৰ তালিকাজ'মাট'আলি আঃয়ে লৃগাংমানস ৰাষ্ট্ৰীয় উদ্যানসন্ধ্যাৰাগ (চলচ্চিত্ৰ)🡆 More