খৰিকাজাই

খৰিকাজাই (বৈজ্ঞানিক নাম: Jasminum malabaricum) হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়। খৰিকাজাই ফুল অসমৰ গৌৰৱ

খৰিকাজাই
খৰিকাজাই
খৰিকাজাই
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
বৈজ্ঞানিক নাম
Jasminum malabaricum
Wight

সাধাৰণ নাম

  • ইংৰাজী: Malabar jasmine মালাবাৰ জেছমিন wild jasmine ৱাইল্ড জেছমিন
  • মাৰাঠী: कुसर কুছৰ, रान मोगरा ৰান মুগ্ৰা
  • সিংহলি: পিচ্ছা
  • তামিল: கொடிவகை কটিভাকাই
  • কানাড়া: কাডু মালিগে
  • সংস্কৃত: मुद्गर মুডগৰ

তথ্য সংগ্ৰহ

Tags:

প্ৰজাতি (জীৱবিদ্যা)পৰিয়াল (জীৱবিদ্যা)বৈজ্ঞানিক নাম

🔥 Trending searches on Wiki অসমীয়া:

মহিম বৰাবিদ্যুৎনগেন শইকীয়াহেমচন্দ্ৰ বৰুৱাপবিতৰা অভয়াৰণ্যতাল (বাদ্যযন্ত্ৰ)ঋকবেদদীপলিনা ডেকাহুঁচৰিপঞ্চভুজমুছলমানকমতা ৰাজ্যসংস্কৃত ভাষাকৃষিচন্দ্ৰকান্ত সন্দিকৈ ভৱনঅসমৰ নদীসমূহৰ তালিকাভাৰতীয় শিল্পকলাজৈন ধৰ্মগাঁও পঞ্চায়তপালি ভাষাঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানভাৰতৰ প্ৰধানমন্ত্ৰীভ্ৰাম্যমাণ থিয়েটাৰগগনাঅসমৰ পুৰণি স্থাপত্যৰাজিয়া চুলতানাজ্ঞানপীঠ বঁটাশিশু১ মে'আব্ৰাহাম লিংকনযোগাসনপোৱামক্কানতুন দিল্লীজীৱনৰ বাটতশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপ্ৰ'কোষকেন্দ্ৰীয় জীৱগামখাৰুহালধীয়া সাংবাদিকতাঅতুল চন্দ্ৰ হাজৰিকাইংৰাজী ভাষাজোৰোণঅৰ্জুন ভঞ্জনদৈনিক জনমভূমিচুতীয়া ৰাজ্যটকা (বাদ্য)শিৱসাগৰ জিলাচিপাহী বিদ্ৰোহ ১৮৫৭ব্যাকৰণঅসমৰ স্বৰ্ণ শিল্পঅসমীয়া খাদ্যাভ্যাসঅনুবাদঈদ-উল-ফিটৰমুগা (ৰেচম)৩ মে'তীৰ্থনাথ শৰ্মাব-দ্বীপমিচিং জনগোষ্ঠীৰ সাজপাৰপৃথিৱীআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰশ্ৰীনিবাস ৰামানুজনঅসম সাহিত্য সভাআঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰনেপালসম্ৰাট অশোকসূৰুযমুখীৰ স্বপ্নভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅসহযোগ আন্দোলননিৰ্মলপ্ৰভা বৰদলৈবৰগীতশব্দনীতি আয়োগঠেঙ্গাল কছাৰী জনগোষ্ঠীকাজিনেমু🡆 More