আহোম সৈন্যবাহিনী

আহোম সৈন্যবাহিনী (চীনা ভাষা:傣 阿洪 军队 ,থাই ভাষা:กองทัพบก ไทอาหม , ইংৰাজী ভাষা:Tai Ahom Army) হল নৌসেনা আৰু স্থল সেনাৰে আহোম ৰাজ্যৰ পাইক প্ৰথাৰ দ্বাৰা সজ্জিত সৈন্যবাহিনী। আহোম সেনাই বহুত সংঘৰ্ষৰ মাজেৰে যুজিব লগা হৈছিল বিশেষকৈ পশ্চিমৰ ফালৰ পৰা বঙাল চুলতান আৰু মোগল সৈন্যৰ আক্ৰমণৰ সময়ত বহু পৰাক্ৰমে যুজিছিল আৰু দক্ষিণফালৰ কুংবাং মান সৈন্যৰো আক্ৰমণত যুজিব লগা হৈছিল। এওলোকে বহু পৰাক্ৰমে তুৰ্বক সেনা (১৫৩২) আৰু মোগল সেনাক শৰাইঘাট (১৬৭১) আৰু ইটাখুলীৰ শেষ যুদ্ধ (১৬৮২)-ত পৰাজিত কৰিছিল। এওলোক মান সৈন্য আৰু মিৰ জুমলাৰ হাতত পৰাস্ত হৈছিল। আহোম সৈন্যবাহিনীয়ে মোগল সৈন্যৰ আক্ৰমণৰ সময়ত পৰাক্ৰমেৰে যুঁ‌জিছিল।

আহোম সৈন্যবাহিনী
সক্ৰিয়তা ১২২৮ৰ পৰা ১৮২৬
দেশ আহোম ৰাজ্য
আনুগত্য নগা সৈন্য
শাখা পাইক সৈন্য, চাওদাং
প্ৰকাৰ সৈন্যবাহিনী
অংশ পাইক প্ৰথা
বাৰ্ষিকী আলাবৈ স্মৃতি দিৱস
মুখ্য ৰণ শৰাইঘাটৰ ৰণ
কামণ্ডাৰ/সেনাপতি
উল্লেখযোগ্য
কামণ্ডাৰসকল
লাচিত বৰফুকন

ব্যৱস্থাপনা

আহোম সৈন্য মুঠ পাইক প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিটো গোটত ৪ জন (পিছলৈ ৫ জন)কৈ মানুহ ৰখা হৈছিল। প্ৰতিজন ১৫ ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ পাইক হৈছিল ফলত সমগ্ৰ প্ৰজাই মিলি এক সুপ্ৰশিক্ষিত বৃহৎ সৈন্যলৈ পৰিৱৰ্তিত হৈছিল। আনকি যুদ্ধ চলি থকা সময়তো কৃষি আৰু বাণ্যিজিক কাম কাজ সমূহ চলিয়ে আছিল।

পাইক বিষয়া পাইকৰ সংখ্যা
ফু-কন ৭০০০
ৰাজখোৱা ৩০০০
হাজৰিকা ১০০০
শইকিয়া ১০০
বৰা ২০

লগতে চাওক

তথ্যসূত্ৰ

উৎস প্ৰসংগ

Tags:

আহোম সৈন্যবাহিনী ব্যৱস্থাপনাআহোম সৈন্যবাহিনী লগতে চাওকআহোম সৈন্যবাহিনী তথ্যসূত্ৰআহোম সৈন্যবাহিনী উৎস প্ৰসংগআহোম সৈন্যবাহিনীআহোম ৰাজ্যইংৰাজী ভাষাচীনা ভাষাথাই ভাষাপাইক প্ৰথাশৰাইঘাটৰ যুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

বিহু নৃত্যকমলাকান্ত ভট্টাচাৰ্য্যগদ্যকুলধৰ শইকীয়াআজান পীৰবৰগীতজলসিঞ্চনমোৰ জীৱন সোঁৱৰণশিক্ষা মনোবিজ্ঞানঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহআপংপৰিৱেশ তন্ত্ৰনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯মে ডাম মে ফিঢ়গান্ধাৰীসতী সাধনীঅসমৰ লোকবাদ্যম’বাইল ফোনঅসমৰ মাছ ধৰা সঁজুলিভাস্কৰ (প্ৰথম)উত্তৰ-পূব সীমান্ত ৰেলৱেসমাজঅস্বাভাৱিক মনোবিজ্ঞানবেণুধৰ শৰ্মাঅনুবাদবাথৌ পূজাপ্ৰকৃতিমঙ্গলদৈ (লোকসভা সমষ্টি)উপনিষদতাল (বাদ্যযন্ত্ৰ)আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাভাওনাচুটিগল্পহাজোঅসমৰ সমস্যামংগোলিয়াসূৰ্যকুমাৰ ভূঞাশালস্তম্ভ ৰাজবংশকিতাপকথা কবিতাআত্মজীৱনীনৱ-বৈষ্ণৱ ধৰ্মকৰ্কট ক্ৰান্তিৰাজ্যসভাৰঙিয়া ৰেলৱে সংমণ্ডলমাটিৰ হিচাপব্ৰহ্মপুত্ৰ উপত্যকাআউনীআটী সত্ৰসম্পাদনাশিক্ষাজুবিন গাৰ্গশ্ৰী সূৰ্য পাহাৰযতি-চিনদৌল গোবিন্দ মন্দিৰব’হাগআয়ুৰ্বেদজৈৱিক কৃষিএৰিষ্ট'টলগোৱালপাৰা জিলাব্ৰজাৱলী ভাষাসিন্ধু সভ্যতাঅখণ্ড সংখ্যামালিতাভাৰতীয় দৰ্শনআধা লেখা দস্তাবেজমাৰ্ঘেৰিটা মহকুমাআৱাহন (আলোচনী)ঘিলাধাৰী ঘাটৰ সন্ধিগোলকীকৰণ🡆 More