ফুকন

ফুকন বা ফু-কন (আহোম ভাষা:𑜇𑜥 𑜀𑜨𑜃𑜫, ইংৰাজী ভাষা:Phu Kan ) আছিল আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী। ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা ছুটিয়া,কলিতা,বামুণ সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

প্ৰকাৰ

ফুকন সমুহ ১৭ প্ৰকাৰৰ আছিল, সেয়া হ'ল:

  1. ফু-কন খাৰি
  2. ফু-কন খু আঙ
  3. ফু-কন খে'
  4. ফু-কন টোণ ৰুং দাম
  5. ফু-কন ফা কুট
  6. ফু-কন ফু ছন ঙীন
  7. ফু-কন বাও
  8. ফু-কন বাই লুং
  9. ফু-কন মাও
  10. ফু-কন মা মু
  11. ফু-কন ম ছাই
  12. ফু-কন যাম চু
  13. ফু-কন ৰু
  14. ফু-কন ৰাই ডাঙ
  15. ফু-কন লুঙ
  16. ফু-কন ছি ৰিঙ
  17. ফু-কন দ'য়

লেখত লবলগীয়া ফুকনসকল

  • আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
  • অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
  • বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
  • মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
  • মিত্ৰা ফুকন, ইংৰাজী লেখিকা
  • নীলমণি ফুকন ( ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। জ্ঞানপীঠ বঁটা বিজয়ী।

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

ফুকন প্ৰকাৰফুকন লেখত লবলগীয়া সকলফুকন লগতে চাওকফুকন তথ্য সংগ্ৰহফুকনআহোম জনগোষ্ঠীআহোম ভাষাআহোম সৈন্যবাহিনীআহোম ৰাজ্যইংৰাজী ভাষাপাইক প্ৰথা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-আৰ্য ভাষা পৰিয়ালবাগ্‌ধ্বনিঅতুল চন্দ্ৰ হাজৰিকাসৌৰজগতবনঘোষামেলেৰিয়াযোৰহাট জিলাৰ ইতিহাসভট্টদেৱৰ গদ্যশৈলীবিৰিঞ্চি কুমাৰ বৰুৱাউদাৰনৈতিকতাবাদছুনামিবুৰঞ্জীহয়গ্ৰীৱ মাধৱ মন্দিৰনগাঁও জিলাঅসমৰ লোকবাদ্যআহোম জনগোষ্ঠীঅসম গণ পৰিষদঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসাঁথৰফুলঁ (চন্দ্ৰবিন্দু)অসমীয়া সাহিত্যত মালিতাকীৰ্তন-ঘোষাগ্ৰহঅসমীয়া ভাষা আন্দোলননামচিংবিশ্বকোষসংক্ৰমণয়অংকীয়া নাটপৰিয়ালঅসম সাহিত্য সভাযৌগিক সংখ্যাইণ্টাৰনেটঅসমত দেখা পোৱা মাছৰ তালিকাবেদৰামধেনুঢ়অণুগল্পমৌৰ্য সাম্ৰাজ্যপৰিৱেশ তন্ত্ৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯নামঘৰঅসমীয়া ভাষাঅষ্ট্ৰেলিয়াপ্ৰাক-ইতিহাসৰাষ্ট্ৰসংঘ দিৱসমিচিং জনগোষ্ঠীৰ সাজপাৰকোকৰাঝাৰ (লোকসভা সমষ্টি)চিপাহী বিদ্ৰোহ ১৮৫৭খামটি জনগোষ্ঠী২৭ এপ্ৰিলশীতল যুদ্ধকোষ (জীৱবিজ্ঞান)নেপালমাধৱী লতাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহহাজোচিত্ৰা মণ্ডলঅযোধ্যা (পৌৰাণিক নগৰ)সোৱণশিৰি নদীঅসমৰ জিলাসমূহআধুনিকতাবাদউপন্যাসতৎসমশেৱালি ফুলগান্ধীবাদমৃত্যুঞ্জয়ধুবুৰী (লোকসভা সমষ্টি)অসমচৰিত পুথিআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিলভিতাবৰপেটাকেঁচুসাৰভেঁকুৰসাত বিহুঅংক🡆 More