আনন্দৰাম বৰুৱা বঁটা

ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।

আনন্দৰাম বৰুৱা বঁটা বিজয়ীসকল

নাম বৰ্ষ
ৰজনী কান্ত দেৱ শৰ্মা ১৯৯১
আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী ১৯৯২
বিশ্বনৰায়ণ শাস্ত্ৰী ১৯৯৩
বীৰেন্দ্ৰ কুমাৰ ফুকন ১৯৯৪
প্ৰফুল্লদত্ত গোস্বামী ১৯৯৫
যজ্ঞেশ্বৰ শৰ্মা ১৯৯৬
হেৰম্বকান্ত বৰপূজাৰী ১৯৯৭
স‍ত্যেন্দ্ৰ নাথ শৰ্মা ১৯৯৮
যোগেশ্বৰ শৰ্মা ১৯৯৯
মুকুন্দ মাধৱ শৰ্মা ২০০০
গোলোক চন্দ্ৰ গোস্বামী ২০০১
যোগেন্দ্ৰনাৰায়ণ ভূঞা ২০০৬
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য ২০০৭
হৰিনাথ শৰ্মা দলৈ ২০১১
Bhadanta Sasana Bangsha Mahathera ২০১২
কেশৱানন্দ দেৱ গোস্বামী ২০১৪

তথ্য সংগ্ৰহ

Tags:

আনন্দৰাম বৰুৱাসংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মদন কামদেৱ দেৱালয়কৃষ্ণচূড়ানামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰংঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবিবাহবৰপেটা সত্ৰলোকবিশ্বাসইষ্ট ইণ্ডিয়া কোম্পানীপ্ৰাকৃতিক পৰিৱেশমানৱ শৰীৰফুটবলক্ৰিকেটযৌন নিৰ্যাতনঅশ্বিনী কুমাৰ বৰুৱাকাতি বিহুপুতলা নাচআহোম জনগোষ্ঠীবিল গেট্‌ছমে ডাম মে ফিঅংগৰাগ মহন্তউৎসৱম’বাইল ফোনম'হৰ শিঙৰ পেঁপাপদাৰ্থৰ অৱস্থাশৰাইঘাটৰ যুদ্ধমহাকাব্যঅসমৰ পৰম্পৰাগত সাজ- পাৰবব্ৰুবাহনৰ যুদ্ধভূমি প্ৰদূষণএচিদ বৰষুণমৌলিক সংখ্যাআৰ্যভট্টলক্ষ্মীনাথ বেজবৰুৱাদুৰ্গাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিএকচেটীয়া বজাৰজীৱনীভক্তি ৰত্নাৱলীলোকাচাৰআজান পীৰলাচিত বৰফুকননৱগ্ৰহ মন্দিৰ, গুৱাহাটীপৰিৱেশ অধ্যয়নঅভিযাত্ৰীএডৱাৰ্ড জেনাৰদ্য টাইমছ অৱ ইণ্ডিয়াবধকাব্যখামটি ভাষাযতীন বৰাভাৰতৰ সংৰক্ষণ ব্যৱস্থা২৪ এপ্ৰিলভাৰতত মহিলা শিক্ষাবলোৰামকোচ ৰাজবংশীসংখ্যানীলমণি ফুকন (জ্যেষ্ঠ)লিমাৰিক (কবিতা)অসমৰ মুখা শিল্পচৈয়দ আব্দুল মালিকসংক্ৰমণইণ্টাৰনেটবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ ৰাজ্যপালসকলৰ তালিকামিত্ৰদেৱ মহন্তত্ৰিভুজশালস্তম্ভ ৰাজবংশউপভাষামানৰ অসম আক্ৰমণচ্যু-লিক-ফাপদ্মধৰ চলিহামৰাণ জনগোষ্ঠীসাঁথৰঅসমৰ জিলাসমূহবাল্মীকি🡆 More