অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

লেখক কিতাপৰ নাম প্ৰকাশৰ চন
দেবেন্দ্ৰ নাথ বেজবৰুৱা অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী ১৯১২
হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যৰ চানেকী ১৯২৯
ডিম্বেশ্বৰ নেওগ আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী ১৯৩৭
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি ১৯৪০
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জী (চমু) ১৯৪৭
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জী (বহল) ১৯৫৬
ডিম্বেশ্বৰ নেওগ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ১৯৬৭
ডিম্বেশ্বৰ নেওগ New light on the history of Asamiya literature ১৯৬২
দেৱেশ্বৰ চলিহা Origin and Growth of the Assamese Language and Literature ১৯৪৯
বিৰিঞ্চি কুমাৰ বৰুৱা Assamese Literature ১৯৪১
বিৰিঞ্চি কুমাৰ বৰুৱা Studies in early Assamese Literature ১৯৫২
বিৰিঞ্চি কুমাৰ বৰুৱা Modern Assamese Literature ১৯৫৭
বিৰিঞ্চি কুমাৰ বৰুৱা History of Assamese Literature ১৯৬৪
মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ ৰূপৰেখা ১৯৬২-৬৩
সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া সাহিত্যৰ ইতিবৃত্ত ১৯৫৯
সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ১৯৮১
যতীন্দ্ৰ নাথ গোস্বামী অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী ১৯৫৭
হেমন্ত কুমাৰ শৰ্মা অসমীয়া সাহিত্যত দৃষ্টিপাত ১৯৬১
হেম বৰুবা অসমীয়া সাহিত্য ১৯৭০
আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা অসমীয়া সাহিত্যৰ বুৰঞ্জী (ছটা খণ্ড)
প্ৰথম খণ্ড, মুখ্য সম্পা. : শোভা ব্ৰহ্ম, সাধাৰণ সম্পাদক : বিশ্বেশ্বৰ হাজৰিকা ২০০৩
দ্বিতীয় খণ্ড, সম্পাদক : শিৱনাথ বৰ্মন ১৯৯৭
তৃতীয় খণ্ড সাধাৰণ সম্পাদক : অশোক কুমাৰ গোস্বামী আৰু সম্পাদক : বাণীকান্ত শৰ্মা ২০১৭
পঞ্চম খণ্ড সম্পাদক : ৰঞ্জিত কুমাৰ দেৱগোস্বামী ২০১৫
ষষ্ঠ খণ্ড, সম্পাদক : হোমেন বৰগোহাঞি ১৯৯৩
হৰিনাথ শৰ্মাদলৈ অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস ২০০০

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অৰ্জুন ভঞ্জনঅম্বিকাগিৰি ৰায়চৌধুৰীপূৰবী বৰমুদৈসাগৰ দেখিছা (কবিতা সংকলন)ব’হাগসৰ্বেপল্লী ৰাধাকৃষ্ণণআৰ্যভট্টমহাভাৰতকমলাকান্ত ভট্টাচাৰ্য্যকেতেকী ফুলসূৰ্যখেৰাইনিৰ্মলপ্ৰভা বৰদলৈজাভাঠেঙ্গাল কছাৰী জনগোষ্ঠীপ্ৰাক-ইতিহাসঅন্নপ্ৰাশনবগেজাৰী গীতচুতীয়া ৰাজ্যঅসম আৰক্ষীবিশ্ব গ্ৰন্থ দিৱসজ'মাট'কালিকা পুৰাণঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫২০২১ৰ অসম বিধানসভা নিৰ্বাচনমৰুভূমিদুৰ্গাতেজঅতুল চন্দ্ৰ হাজৰিকামহিম বৰাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিজোনাকী (আলোচনী)নীলপৱন বৰুৱামিচিং নৃত্য আৰু গীত মাতশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমীয়া লোকসাহিত্যকীৰ্তন ঘোষা সংকলনভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাপিম্পৰা গুচোৱামৰাণ জনগোষ্ঠীমাধৱদেৱকামৰূপ ৰাজ্যমহেশ্বৰ নেওগযকৃৎযৌন সংগমৰংসমোচ্চাৰিত শব্দঅসমীয়া বৰ্ণমালাকাৰেঙৰ লিগিৰীমোৱামৰীয়া বিদ্ৰোহকমলাবাৰী সত্ৰবৰপেটাগোৱালপাৰাঅসমৰ লোকগীতনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পশালস্তম্ভ ৰাজবংশকাৰ্ল মাৰ্ক্সজামুগুৰিহাটইণ্টাৰনেটবিয়া নামহৃদযন্ত্ৰঅপভ্ৰংশদেওপাহাৰডিমাছা জনগোষ্ঠীব্ৰহ্মগুপ্তনাটকচাচনি মেৰবিলধানস্বাস্থ্যশ্ৰীকৃষ্ণকীৰ্তনভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫খোলকৃষ্ণচূড়াভাৰতৰ ইতিহাসবিশেষ শিক্ষামামৰে ধৰা তৰোৱাল🡆 More