অশউইৎজ নিৰ্যাতন শিবিৰ

দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীয়ে নিৰ্মাণ কৰা এটা শিবিৰ আছিল অশ্বিট্‌ছ নিৰ্যাতন শিবিৰ (ইংৰাজী: Auschwitz concentration camp)। পোলেণ্ডত অৱস্থিত এই শিবিৰটো আছিল নাজীয়ে নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ নিৰ্যাতন শিবিৰ বা কনচেনট্ৰেচন কেম্প। সেই সময়ত এই শিবিৰত এক নিযুততকৈও অধিক লোকক হত্যা কৰা হৈছিল ইয়াৰে অধিকাংশই ইহুদী সম্প্ৰদায়ৰ। ইহুদীসকলৰ ওপৰত নাজীৰ চূড়ান্ত সমাধান কাৰ্যকৰী কৰাৰ অন্যতম মূল কেন্দ্ৰ আছিল এই শিবিৰ। অশ্বিট্‌ছত মুঠ ৪০টাতকৈও অধিক সৰু-বৰ কনচেনট্ৰেচন কেম্প আছিল। ইয়াৰ ভিতৰত প্ৰধান আছিল তিনিটা শিবিৰ প্ৰথম অশ্বিট্জ, দ্বিতীয় অশ্বিট্জ - বাৰ্কিনাউ আৰু অশ্বিট্জ তৃতীয়।

অশউইৎজ নিৰ্যাতন শিবিৰ

তথ্য সংগ্ৰহ

Tags:

সাঁচ:সম্পাদনা দ্বন্দ্ব

🔥 Trending searches on Wiki অসমীয়া:

প্ৰশান্ত মহাসাগৰবাংলাদেশবিদ্যুৎগোলকীয় উষ্ণতা বৃদ্ধিব্ৰহ্মপুত্ৰ উপত্যকাঅসমীয়া লোক-সংস্কৃতিজামুগুৰিহাটবৰদৈচিলাৰামধেনু (আলোচনী)তথ্যসূৰ্যকুমাৰ ভূঞামহেন্দ্ৰ বৰাহয়গ্ৰীৱ মাধৱ মন্দিৰএহাত ডাবাশিৱসাগৰ জিলাহিমবাহনাগৰিকত্বপৰিসংখ্যাজৈৱিক কৃষিবুঢ়ী আইৰ সাধুগণিতবিহু নৃত্যপদাৰ্থৰ অৱস্থাকনকলতা বৰুৱাজলসিঞ্চনসৌৰভ কুমাৰ চলিহাঅসমৰ মাছ ধৰা সঁজুলিকলাখাৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাম’বাইল ফোনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমংগোলিয়াবসন্ত ঋতুপৰিয়ালপ্ৰতিমা (কাব্য গ্ৰন্থ)পায়ু সংগমবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমে ডাম মে ফিভীমৰাও ৰামজী আম্বেদকাৰমানৱ শৰীৰমহাসাগৰনগাঁও জিলাপথেৰ পাঁচালীসংস্কৃত ভাষাঅসম আৰক্ষীবতৰমাইলছ ব্ৰনছনভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকালাচিত বৰফুকনপৰিৱেশ তন্ত্ৰগোৱালপাৰা জিলাআনন্দ চন্দ্ৰ আগৰৱালাঅসমৰ চিত্ৰকলাৰ ইতিহাসকাৰেংঘৰকলসিংহএচিদ বৰষুণজিকিৰকেঁচুসাৰচিলাৰায়সূৰ্যনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাবিহুভেদাই লতাশামুকশকুন্তলাপোৱামক্কাদৌল গোবিন্দ মন্দিৰঅসমৰ চলচ্চিত্ৰৰামধেনুপালি ভাষানামনি অসমঢ়নেপালসমাজ🡆 More