অচেতন মন

অচেতন মনৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনা বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়।অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ বাৰ্তা আমাৰ চেতনালৈ অথবা চেতন মনলৈ কঢ়িয়াই আনে।ইয়াৰোপৰি মানুহে চেতন অৱস্থাত যিবোৰ চিন্তা,ভাৱ-অনুভূতিৰ অনুশীলন কৰে সেইবোৰ ক্ৰমান্বয়ে প্ৰাক-চেতন মনলৈ গৈ শেষত অচেতন মনত জমা হয়গৈ। অচেতন মন অযুক্তিকৰ লগতে ই কিছুমান অদ্ভূত অবাস্তৱ চিন্তা ভাৱনাৰো ভাণ্ডাৰ। এনে চিন্তা-ভৱনাবোৰ মাজে সময়ে আমাৰ চেতন মনলৈ আহি আমাক আমনি কৰেহি।অচেতন মনৰ এনে চিন্তা-ভাবনাবোৰ আমাৰ মন অথবা মস্তিষ্কৰ ভিতৰত থকা প্ৰতিৰক্ষা ব্যবস্থাই পুনৰ অৱচেতন মনলৈ অৱদমন কৰে।

তথ্য সংগ্ৰহ

Tags:

মনোবিজ্ঞানমনোবিশ্লেষণ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকোচ ৰাজবংশীচামেলি মেমচা'ববিশ্ব মেলেৰিয়া দিৱসঅসমৰ মহকুমাসমূহৰ তালিকাপাৰ চৰাইপ্ৰশান্ত মহাসাগৰপতঞ্জলিৰ যোগসূত্ৰভেদাই লতাবৰপেটাপৰিৱেশ তন্ত্ৰতুলসীমনোমতীঅসমীয়া সাহিত্যত মালিতামূৰাৰা, ৰঙিয়াপৰিসংখ্যাইষ্ট ইণ্ডিয়া কোম্পানীসৰ্বেপল্লী ৰাধাকৃষ্ণণনৰকাসুৰহেমকোষআমসৌৰভ কুমাৰ চলিহাজীৱনৰ বাটতআয়ুৰ্বেদএচিদ বৰষুণঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাহয়গ্ৰীৱ মাধৱ মন্দিৰসোণোৱাল কছাৰীগগনাইয়াত এখন অৰণ্য আছিলইংৰাজী ভাষাপাণবাৰী মছজিদবৰগীতপৃথুনীতি আয়োগপ্লেটোআপংউৎপাদন (অৰ্থনীতি)তিনিচুকীয়া জিলাকুলধৰ শইকীয়াবিহুৰ বাদ্যযন্ত্ৰশব্দকাতি বিহুআৰবী ভাষাভাষাবিজ্ঞাননাগৰিকত্বসংঘাতউদাৰনৈতিকতাবাদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসমৰ সমস্যামনোবিজ্ঞানচৰক সংহিতাজাতনামশিশু সাহিত্যপদুমসালোক সংশ্লেষণভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানগেন শইকীয়ামহেন্দ্ৰ বৰাঅণুজীৱহিমাংশু প্ৰসাদ দাসভীমৰাও ৰামজী আম্বেদকাৰবৰপেটা (লোকসভা সমষ্টি)অভিধানৰাজ্যসভাঅম্বুবাচীকপৌ ফুলজোনবিল মেলামানচিত্ৰমৌলিক সংখ্যাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমীয়া সাহিত্যইন্দিৰা মিৰিবিৰিঞ্চি কুমাৰ বৰুৱাকামৰূপ ৰাজ্যউচ্চ ৰক্তচাপকীৰ্তন ঘোষা সংকলন🡆 More