অ'ডিট

অ'ডিট (ইংৰাজী: Audit) বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য। অৰ্থাৎ অ'ডিটৰ যোগেদি কোনো এক প্ৰতিষ্ঠানৰ বিত্তীয় কাৰ্যকলাপ বা হিচাপ-পত্ৰ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰি এই বিষয়ে মতামত প্ৰদান কৰা হয়। অ'ডিটৰ দ্বাৰা আইনে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিষ্ঠানটোৱে নিজৰ হিচাপৰ নথি-পত্ৰসমূহ ৰাখিছেনে নাই এয়া সুনিশ্চিত কৰিবলৈ যত্ন কৰা হয়। অ'ডিটৰ বা হিচাপ পৰীক্ষকসকলে হিচাপ পৰীক্ষণৰ আগতে পৰিস্থিতি একোটা চিনাক্ত কৰি ইয়াৰ বুজ লয় আৰু ইয়াৰ প্ৰমাণসমূহ বিশ্লেষণ কৰি হিচাপ পৰীক্ষণৰ খতিয়ান বা অ'ডিট ৰিপ'ৰ্টৰ যোগেদি তেওঁলোকৰ মতামতসমূহ প্ৰদান কৰে।

অ'ডিট
অ'ডিটৰ স্তৰসমূহ

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বাঁহী (আলোচনী)জ্ঞানপীঠ বঁটাবিদ্যুৎম'লঅসমৰ জাতীয় গীতডিম্বেশ্বৰ নেওগৰাণী গাইডিনলিউশব্দ (অভিধান)বাংলাদেশৰামধেনু (আলোচনী)প্ৰাকৃতিক সম্পদমৰাণ জনগোষ্ঠীআৰ. এম. এছ. টাইটানিকলাভলীনা বৰগোহাঁইঅসমীয়া যুক্তাক্ষৰমধুপুৰ সত্ৰমনবাইখো পূজাসদৌ অসম ছাত্ৰ সন্থাঅসমৰ জিলাসমূহঅসম সাহিত্য সভাদশম স্কন্ধৰ আদিছোৱাভিয়েটনামপ্ৰাকৃতিক পৰিৱেশধ্বনিতত্ত্বচিৰ চেনেহী মোৰ ভাষা জননীসাহিত্য অকাডেমি বঁটাদ্বিতীয় বিশ্বযুদ্ধঅসমীয়া গালি-গালাজলোকগীতচন্দ্ৰগুপ্ত মৌৰ্যইটাখুলিৰ ৰণজয়মতী (২০০৬ চলচ্চিত্ৰ)পুতলা নাচগদ্যকয়লাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালপৰ্যটনৰঘুনাথ চৌধাৰীপোহৰৰ বেগঅসমীয়া লোকসাহিত্যসমাজগগনানগাঁও জিলাআজান পীৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাষাবিজ্ঞানঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ইটো সিটো বহুতোসৌৰজগতএলবাৰ্ট আইনষ্টাইনকাৰ্বি জনগোষ্ঠীবিহুৰ বাদ্যযন্ত্ৰউদ্বিগ্নতাহনুমানভাৰতজেৰুজালেমঐনিতমৱিকিপিডিয়াফিফা বিশ্বকাপবিজ্ঞানলোকচিকিৎসানগাঁওঅভিজ্ঞানম শকুন্তলমবন্দে মাতৰম্‌পুৰাণজীৱনীকপিলীপৰীয়া সাধুঋকবেদপূৰবী বৰমুদৈঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটামণিৰাম দেৱান (চলচ্চিত্ৰ)ঋতুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাযাদৱ পায়েংজোনবিল মেলা🡆 More