ইথান'ল

ইথান'ল /ˈɛθənɒl/, (ইংৰাজী: Ethanol; সাধাৰণতে প্ৰায়ে ethyl alcohol, drinking alcohol, বা চমুকৈ alcohol বুলিও কোৱা হয়।) হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাৰ কিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।

ইথান'ল হৈছে এক প্ৰকাৰৰ পৰিবৰ্তনশীল, জলনক্ষম, সামান্য গন্ধযুক্ত বৰণহীন তৰল। ইয়াক এণ্টিচেপ্টিক, দ্ৰাৱক, আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিম্ন শীতলীভৱন গুণৰ বাবে মাৰ্কাৰী যুক্ত থাৰ্ম'মিটাৰ আবিস্কাৰ হোৱাৰ পূৰ্বতে থাৰ্ম'মিটাৰতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ গাঠনিক সংযুতি হৈছে, CH3CH2OH, চুটিকৈ প্ৰায়ে C2H5OH, C
2
H
6
O
বা EtOH ৰূপতো লিখা হয়।

তথ্য সংগ্ৰহ

Tags:

en:Help:IPA for Englishইংৰাজী ভাষাএলক'হলশৰ্কৰাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীকৃষ্ণকীৰ্তনহৰিবৰ বিপ্ৰবিশেষ্য পদনামঘোষাতেজপুৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপালি ভাষাগগনাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাদীনেশ চন্দ্ৰ গোস্বামীপদ (ব্যাকৰণ)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমৰ চাহ জনগোষ্ঠীহোমাৰহিন্দী ভাষাআহোম জনগোষ্ঠীশিৱসাগৰ জিলাঅসমৰ লোকবাদ্যআনন্দৰাম ঢেকিয়াল ফুকনগড়মূৰ সত্ৰঅসমীয়া লোকসাহিত্যদক্ষিণপাট সত্ৰহীৰেন্দ্ৰ নাথ দত্তভগৱানতিনিচুকীয়া জিলাঅলিম্পিকঅসমৰ জনগোষ্ঠীশিৱসাগৰৰ শিৱদৌলভাৰতৰ সংবিধানসংবিধান দিৱস (ভাৰত)মহাভাৰতভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমোৰ জীৱন সোঁৱৰণআকবৰভবেন্দ্ৰ নাথ শইকীয়াএৰিষ্ট'টলঅৰ্থব্যৱস্থাঅসমৰ নদীসমূহৰ তালিকাহুঁচৰিঅসহযোগ আন্দোলনপাইথাগোৰাছৰ উপপাদ্যনেপালী জনগোষ্ঠীসিন্ধী ভাষাপৃথিৱীকাতি বিহুনামেৰি ৰাষ্ট্ৰীয় উদ্যানহৰপ্পাউইলিয়াম শ্বেইকছপীয়েৰশ্ৰী শ্ৰী বটদ্ৰৱা থানমানস ৰাষ্ট্ৰীয় উদ্যানকৰ'নাভাইৰাছ ৰোগ ২০১৯ছ'ভিয়েট সংঘব্ৰহ্মগুপ্তযোগ দৰ্শনবাল্য বিবাহমনালিছাআৰ্যভট্টৰাসোৎসৱপথেৰ পাঁচালীবিত্তীয় বজাৰমিচিং ভাষাকৃষিহোমেন বৰগোহাঞিকালিকা পুৰাণজেং বিহুহেম বৰুৱা (ত্যাগবীৰ)লোকসভাশিক্ষক দিৱসদানৱ ৰাজবংশমাটিৰ হিচাপজিকিৰডিগবৈ তেল শোধনাগাৰমাধৱ কন্দলি🡆 More