ৱিকিকনফাৰেন্স ইণ্ডিয়া

ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (ইংৰাজী: Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।

ৱিকি সন্মিলন ভাৰত
Wiki অসমীয়াWiki Conference India 2023 logo
ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩ ল'গ'
স্থিতি Active
স্থান Hyderabad
অৱস্থান Hyderabad , India (28 to 30 April 2023)
প্ৰথম সন্মিলন 2011
শেষ সন্মিলন 2023
Filing status Non-profit
আধিকাৰিক ৱেবছাইট Wiki Conference India 2023

এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনে ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ অন্যান্য দিশসমূহৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়া অঞ্চলৰ ৱিকিমিডিয়ান আৰু অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে। ইয়াত ৱিকিমিডিয়ান সকলক একেটা স্থানত লগ পোৱা, সংযোগ স্থাপন, কাহিনী, শিক্ষণ, উত্তম পদ্ধতি, আৰু প্ৰত্যাহ্বানৰ ভাগ-বতৰা, আৰু আমাৰ অঞ্চলৰ ভৱিষ্যত কৌশলৰ বিষয়ে আলোচনা কৰাৰ বাবে আয়োজিত এক অনুষ্ঠান। এই সন্মিলনখন ২০২৩ চনৰ ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কথা কবিতামোহনদাস কৰমচান্দ গান্ধীআন্তৰ্জাতিক নাৰী দিৱসহমফবিয়াআইন অমান্যচীনা-তিব্বতীয় ভাষাঅসমৰ নদীসমূহৰ তালিকামৌলিক সংখ্যাসত্যনাথ বৰাজুবিন গাৰ্গছনেটফকৰা যোজনাপ্ৰজ্ঞাতাৰামামণি ৰয়ছম গোস্বামীৰ উপন্যাসমামণি ৰয়ছম গোস্বামীঅসমৰ জিলাসমূহফিজিৰ শ্ৰুতিকথাবৰগীতভঠেলিমৃত্যুঞ্জয়চামেলি মেমচা'ববৰাক নদীঅসমৰ লোকগীতঅসম আৰক্ষীআহোম ৰাজ্যভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণস্বাভাৱিক সংখ্যানামদাঙৰ শিলৰ সাঁকোডিম্বেশ্বৰ নেওগছক্ৰেটিছInternational Standard Book Numberনেপোলিয়ন বোনাপাৰ্টঅৰ্থনীতিমণিপুৰবিহুজৱাহৰলাল নেহৰুছাইমন কমিশ্যনছুনামিঅসমৰ গামোচালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসমৰ ইতিহাসশৰৎচন্দ্ৰ চট্টোপাধ্যায়অসমীয়া জাতিমান ভাষাসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাআই এম ডি টি আইন, ১৯৮৩খামটি জনগোষ্ঠীহেমকোষজাপিমাৰ্টিন লুথাৰ কিং, কনিষ্ঠবিশ্ব পৰিৱেশ দিৱসপূৰ্ণ স্বৰাজবসন্ত ৰোগঘিলামৰাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহসামাজিক মনোবিজ্ঞানঅনুৰাধা শৰ্মা পূজাৰীগোলোকচন্দ্ৰ গোস্বামীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমঘাই ওজানুমলীগড় তেল শোধনাগাৰবৃত্তগণতন্ত্ৰচন্দ্ৰপ্ৰভা শইকীয়ানীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভূ-বিজ্ঞানচ'তকৰতল কমল কমল দল নয়নকেশৱ মহন্তবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যকামৰূপ ৰাজ্যশক্তিচৌদি আৰৱপঞ্চায়তী ৰাজনাটক🡆 More