২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়। ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন। ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা ৮১৪.৫ মিলিয়ন চুইছেগৈ আৰু ই সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ॥ বিগত ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা ১০০ মিলিয়নলৈ বৃদ্ধি পাইছে।

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪
ভাৰত
২০০৯ ←
৭ এপ্ৰিল ২০১৪ - ১২ মে’, ২০১৪
তালিকা
→ ২০১৯

লোকসভাৰ ৫৪৩ টি আসনৰ মাজত
সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
ভোটদানৰ হাৰ 66.38%
  প্ৰথম দল দ্বিতীয় দল তৃতীয় দল
  ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
নেতা নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী জয়াললিতা
দল বিজেপি কংগ্ৰেছ এ আই এ ডি এম কে
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ এ আই এ ডি এম কে
নেতা হৈছে ১০ জুন, ২০১৩ ১৯ জানুৱাৰী, ২০১৩ ১৯৮৯
নেতাৰ আসন বদোদৰা
বাৰাণসী
আমেঠি প্ৰতিদ্বন্দ্ব্বিতা কৰা নাছিল
বিগত নিৰ্বাচন ১১৬
এন ডি এ: ১৫৯
২০৬
ইউ পি এ: ২৬২
বিজয়ী আসন ২৮২
এন ডি এ: 336
৪৪
ইউ পি এ: ৫৮
৩৯
পৰিৱৰ্তিত আসন বৃদ্ধি১৬৬ decrease১৬২ বৃদ্ধি ২৮
জনপ্ৰিয় ভোট ১৭১,৪৫৯,২৮৬ ১০৬,৭৬০,০০১ ১৮,১১৫,৮২৫
শতাংশ ৩১.০%
এন ডি এ: ৩৯%
১৯.৩%
UPA: ২১%
৩.৩%
Swing বৃদ্ধি১৩.৭৭% decrease১৭.৮২% বৃদ্ধি১.৬৩%

২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহৰ ফলাফল (মিত্ৰ জোঁট হিচাপত)
ষোড়শ লোকসভা
ষোড়শ লোকসভা

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

মনমোহন সিং
ইউ পি এ

প্ৰধান মন্ত্ৰী–designate

নৰেন্দ্ৰ মোদী
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

মুঠ ভোটাৰৰ প্ৰায় ২.৭ শতাংশ (২৩.১ মিলিয়ন)ৰৰে বয়স ১৮-১৯ বছৰৰ ভিতৰত। দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা মুঠ ৮,৫২১জন প্ৰাৰ্থীয়ে এই সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল। নটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৬.৩৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছিল।

পঞ্চদশ লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পোন্ধৰ দিন পূৰ্বে ২০১৪ চনৰ ১৬ এপ্ৰিল তাৰিখে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। পঞ্চদশ লোকসভাৰ কাৰ্যকাল ২০১৪ চনৰ ৩১ মে'ত যৱনিকা পৰাৰ কথা আছিল। দেশৰ ৯৮৯টা ভোট গণনা কেন্দ্ৰত ভোটৰ গণনা কৰা হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ভাৰত)ই ৩৩৬খন আসনত বিজয় সাবস্ত্য কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ২৮২টা আসন লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনত ১৯৮৪ চনৰ পাছত এয়েই প্ৰথম ঘটনা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল পাৰ্টীয়ে মাত্ৰ ৫৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৪৪খন আসন ভাৰীয় জাতীয় কংগ্ৰছ দলৰ। এনেদৰেই বি জে পি আৰু ইয়াৰ মিত্ৰ দল সমূহে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত পোন প্ৰথমবাৰৰ বাবে largest majority government গঠন কৰাৰ সুযোগ লাভ কৰিছে।

এগ্‌জিত প’ল

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ আগৰ পৰা নৱম পৰ্যায়ৰ ভোট গ্ৰহণৰ শেষলৈকে ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ধৰণৰ এগ্‌জিত প’ল প্ৰকাশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। পূৰ্ব পৰ্যায়ৰ এগ্‌জিত প’লৰ প্ৰচাৰে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সিদ্ধান্ত সলনি নহ’বলৈ এই সিদ্ধান্ত লোৱা হৈছিল। ২০১৪ চনৰ ১৪ মে’ৰ সন্ধ্যা ৬-৩০ বজাত নৱম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞা জাৰি আছিল।

প্ৰকাশ উৎস প’লিং সংস্থা
এন ডি এ ইউ পি এ অন্যান্য
১২ মে’, ২০১৪ চি এন এন- আই বি এন – CSDS – Lokniti ২৭৬ (±৬) ৯৭ (±৫) ১৪৮ (±২৩)
ইণ্ডিয়া টুডে – Cicero ২৭২ (±১১) ১১৫ (±৫) ১৫৬ (±৬)
নিউজ ২৪চানক্য ৩৪০ (±১৪) ৭০ (±৯) ১৩৩ (±১১)
টাইমছ্‌ নাও – ORG ২৪৯ ১৪৮ ১৪৬
এ বি পি নিউজনীলসেন ২৭৪ ৯৭ ১৬৫
ইণ্ডিয়া টিভি – CVoter ২৮৯ ১০১ ১৪৮
১৪ মে’ ২০১৪ এন ডি টি ভি – হংস ৰিচাৰ্ছ ২৭৯ ১০৩ ১৬১
১২ মে’ ২০১৪ Poll of Polls ২৮৩ ১০৫ ১৪৯
১৬ মে’ ২০১৪ প্ৰকৃত ফলাফল ৩৩৬ ৫৮ ১৪৯

ফলাফল

৩৩৮ ১৪৭ ৬০
এন ডি এ অন্যান্য ইউ পি এ
দল বিজেপি কংগ্ৰেছ এ আই এ ডি এম কে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ বিজেডি শিৱ সেনা তেলুগু দেশম পাৰ্টী
নেতা নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী জয়াললিতা মমতা বেনাৰ্জী নবীন পাটনায়ক উদ্ধৱ থাকৰে চন্দ্ৰবাবু নাইডু
২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন  ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন  ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন  ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন  ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন 
ভোট ৩১.০%, 171,637,684 ১৯.৩%, 106,935,311 ৩.৩%, 18,115,825 ৩.৮%, 21,259,681 ১.৭%, 9,491,497 ১.৯%, 10,262,982 ২.৫%, 14,094,545
আসন ২৮২ (৫১.৯%) ৪৪ (৮.১%) ৩৭ (৬.৮%) ৩৪ (৬.২%) ২০ (৩.৬%) ১৮ (৩.৩%) ১৮ (২.৯%)
২৮২ / ৫৪৩
৪৪ / ৫৪৩
৩৭ / ৫৪৩
৩৪ / ৫৪৩
২০ / ৫৪৩
১৮ / ৫৪৩
১৮ / ৫৪৩



ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দলগত ফলাফল এনে ধৰণৰ:

দল সংক্ষিপ্ত ৰূপ আসন লাভ পৰিবৰ্তন
ভাৰতীয় জনতা পাৰ্টি BJP 283
ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI 1
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPM 9
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 43
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) 5
আম আদমী পাৰ্টি আপ 4
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম 37
সৰ্বভাৰতীয় এন.আৰ. কংগ্ৰেছ 1
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ 34
সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা 3
বিজু জনতা দল BJD 20
ইণ্ডিয়ান নেচনেল লোক দল 2
ইণ্ডিয়ান ইউনিয়ন মুচলিম লীগ 2
জম্মু-কাশ্মীৰ পিপ'লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট 3
জনতা দল (চেকুলাৰ) JD (U) 2
জনতা দল (ইউনাইটেড) JD (S) 2
ঝাৰখণ্ড মুক্তি মৰ্চা 2
কেৰালা কংগ্ৰেছ (এম) 1
লোকজন শক্তি পাৰ্টি 6
নাগা পিপলচ্ ফ্ৰণ্ট 1
নেচনেল পিপ'লচ্ পাৰ্টি (ইণ্ডিয়া) 1
Pattali Makkal Katchi 1
Rashtriya Janata Dal 4
Revolutionary Socialist Party 1
Samajwadi Party SP 5
Shiromani Akali Dal 4
Shivsena 19
Sikkim Democratic Front 1
Telangana Rashtra Samithi 11
Telugu Desam 16
All India Majlis-E-Ittehadul Muslimeen 1
Apna Dal 2
National Peoples Party 1
Rashtriya Lok Samata Party 3
Swabhimani Paksha 1
Yuvajana Sramika Rythu Congress Party 9
নিৰ্দলীয় 3
Total 543/543

তথ্য সংগ্ৰহ

Tags:

২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন এগ্‌জিত প’ল২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ফলাফল২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন তথ্য সংগ্ৰহ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন বাহ্যিক সংযোগ২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনভাৰতৰ নিৰ্বাচন আয়োগ

🔥 Trending searches on Wiki অসমীয়া:

মৃত্যুঞ্জয়টেক্‌ট'নিক প্লেটভূপাল দুৰ্ঘটনাঅসমীয়া খাদ্যাভ্যাসআনে' ফ্ৰাংকশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰঅসমৰ নদীসমূহৰ তালিকামৰাণ জনগোষ্ঠীএ পি জে আব্দুল কালামমহো-হো উৎসৱবহনক্ষম উন্নয়নৰ লক্ষ্যমাইলছ ব্ৰনছনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনভাৰতৰ উপৰাষ্ট্ৰপতিজৈৱিক কৃষিঅৰ্জুন ভঞ্জনবেংগালুৰুসেউজ গৃহ প্ৰভাৱঅন্নপ্ৰাশনগঙ্গা নদীদ্বিতীয় বিশ্বযুদ্ধস্বাস্থ্যভাৰতীয় জাতীয় কংগ্ৰেছঅসম আৰক্ষীপায়ু সংগমপঞ্জাবৰ লোক-নৃত্যঅন্ধ্ৰপ্ৰদেশমুদ্ৰাঅসমৰ পুৰণি স্থাপত্যতলাতল ঘৰড়সৌৰভ কুমাৰ চলিহাবিশেষ্য পদগুণাভিৰাম বৰুৱাভাৰতৰ জাতীয় পতাকাভাৰত মহাসাগৰকৰতল কমল কমল দল নয়নভূমিকম্পব্ৰহ্মপুত্ৰ নদকথা কবিতাশ্ৰীমদ্ভগৱতগীতাহিমবাহমোৰো এটা সপোন আছেআলুপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনভাৰতৰ হ্ৰদসমূহৰ তালিকাঅভিধানজৈৱ বৈচিত্ৰ্যগাঁও পঞ্চায়তঢেকীয়াখোৱা বৰনামঘৰপৰিসংখ্যাগৌৰীপুৰমিচিং জনগোষ্ঠীৰ সাজপাৰবতাহখনিজ পদাৰ্থজীৱনীবিচূৰ্ণীভৱনইয়াত এখন অৰণ্য আছিলব্ৰহ্মপুত্ৰ উপত্যকাশিৱসাগৰৰ শিৱদৌলআধুনিকতাবাদঅখণ্ড সংখ্যাভাৰত-আৰ্য ভাষা পৰিয়ালএচিদ বৰষুণঅসমৰ চিত্ৰকলাৰ ইতিহাসগোলাঘাট জিলাঅসমীয়া সাহিত্যযোৰহাটডিব্ৰুগড় বিশ্ববিদ্যালয়অসমৰ অৰ্থনীতিকামৰূপ ৰাজ্যচৰ্যাপদচৌদি আৰৱনৱ-বৈষ্ণৱ ধৰ্মছাইমন কমিশ্যনশংকৰপালীনাটো🡆 More