বুদ্ধদেৱৰ মাতৃ মায়া: বুদ্ধদেৱৰ মাতৃ

ৰাণী মায়াদেৱী (ইংৰাজী: Queen Māyā of Sakya; পালি: Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।

মায়া (বুদ্ধদেৱৰ মাতৃ)
বুদ্ধদেৱৰ মাতৃ মায়া: বুদ্ধদেৱৰ মাতৃ
মায়াদেৱীৰ মূৰ্তি, নেপাল, ঊনবিংশ শতিকা; পেৰিচৰ গুইমেই যাদুঘৰত সংৰক্ষিত
জন্ম মায়া
দেৱদহ
মৃত্যু কপিলাবস্তু, শাক্য ৰাজ্য
ৰাষ্ট্ৰীয়তা শাক্য
অন্য নাম মহামায়া
দাম্পত্যসঙ্গী ৰজা শুদ্ধোধন
পিতৃ-মাতৃ অঞ্জন (পিতৃ), যশোধৰা (মাতৃ)
সন্তান সিদ্ধাৰ্থ গৌতম বুদ্ধ
আত্মীয়-স্বজন ৰজা সুপবুদ্ধ আৰু দন্দপানী (ভাতৃ), ৰাণী মহাপ্ৰজাপতি গৌতমী (ভগ্নী)

জীৱনী

বুদ্ধদেৱৰ মাতৃ মায়া: বুদ্ধদেৱৰ মাতৃ 
ৰাণী মায়াৰ বগা হাতীৰ সপোন, গান্ধাৰ, ২য়-৩য় শতিকা
বুদ্ধদেৱৰ মাতৃ মায়া: বুদ্ধদেৱৰ মাতৃ 
মায়াদেৱীৰ সপোন, মৰ্ডান, পাকিস্তান

কপিলাবস্তুৰ শাক্য বংশীয় ৰজা শুদ্ধোধনে মায়া দেৱীক বিবাহ কৰায়। মায়া শুদ্ধোধনৰ খুৰাকৰ জীয়ৰী; যি দেৱদহৰ ৰজা আছিল। বিয়াৰ বিশ বছৰ পাছলৈকে দুয়োৰো সন্তান নাছিল। কিংবদন্তি অনুসৰি এদিন পূৰ্ণিমা ৰাতি মায়া দেৱীয়ে এটা সপোন দেখে। তেওঁক যেন চাৰিজন দেৱদূতে হিমালয়ৰ হ্ৰদ এটালৈ কঢ়িয়াই লৈ গৈছে। তাত তেওঁ স্নান কৰে আৰু স্বৰ্গীয় বসন পৰিধান কৰে। এনেতে এটা শুকুলা হাতীয়ে শূৰেৰে এপাহ পদুম ফুল লৈ তেওঁৰ চাৰিওদিশে তিনিবাৰ প্ৰদক্ষিণ কৰি তেওঁৰ গৰ্ভত প্ৰৱেশ কৰে। মায়া দেৱীয়ে অনুভৱ কৰিলে যে এই সপোনটোৱে তেওঁলৈ সৌভাগ্যৰ বতৰা কঢ়িয়াই আনিছে।

তথ্য উৎস

বাহ্যিক সংযোগ

  • বুদ্ধদেৱৰ মাতৃ মায়া: বুদ্ধদেৱৰ মাতৃ  ৱিকিমিডিয়া কমন্সত Queen Maya সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

ইংৰাজী ভাষাগৌতম বুদ্ধপালি ভাষাপ্ৰজাপতি গৌতমীবৌদ্ধ ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

গোলকীয় উষ্ণতা বৃদ্ধিনীতি আয়োগললিত কলা একাডেমীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাস্বামী বিবেকানন্দঅসমৰ মন্ত্ৰ-সাহিত্যদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাডিমাছা ভাষাবৰ্মণ ৰাজবংশ৯ জুনঅংগনবাদীসতীদাহ প্ৰথাজৈৱ বৈচিত্ৰ্যসনজীদা খাতুনভাৰতৰ ৰাষ্ট্ৰপতিসাহিত্য সমালোচনাহস্তমৈথুনদৰং জিলাএশিঙীয়া গঁড়গঙ্গা নদীগোলকীয় নাগৰিকত্বঅসমীয়া লোক-সংস্কৃতিহিন্দ স্বৰাজফলৰ তালিকাঁ (চন্দ্ৰবিন্দু)অসমৰ ইতিহাসঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসম চুক্তিঅসম চাহপঞ্জাবী ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবিৰিঞ্চি কুমাৰ বৰুৱাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ৰূপনাথ ব্ৰহ্মবাণীকান্ত কাকতিকপৌ ফুলঅগ্নিগড়যাদৱ পায়েংকামৰূপ জিলাভাৰতৰ সংবিধানভাৰতত নাৰীবাদএম ভেঙ্কায়াহ নাইডুলং ৱাক টু ফ্ৰীডমকলিতা জনগোষ্ঠীৰাজনৈতিক দলৰাভা জনগোষ্ঠীঅসমীয়া সাহিত্যতেজপুৰলক্ষ্মীধৰ শৰ্মাশিল্প বিপ্লৱব'হাগ বিহুভট্টদেৱৰ গদ্যশৈলীদ্বিতীয় বিশ্বযুদ্ধধ্বনিতত্ত্বগৌতম বুদ্ধবৰদলৈ ট্ৰফীমনকৰভাওনাসংস্কৃত ভাষাবুৰঞ্জীআত্মজীৱনীআইনামহীৰেন ভট্টাচাৰ্যখাজুৰাহোতিনিচুকীয়া জিলাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫আধুনিকতাবাদঅসমীয়া ভাষা আন্দোলনউদাৰনৈতিকতাবাদকাৰেংঘৰভিটামিনইমেইলবিশ্ব থিয়েটাৰ দিৱসশ্বজিবু নোংমা পানবাবুঢ়ী আইৰ সাধু🡆 More