মাগুৰ মাছ

মাগুৰ মাছ (ইংৰাজী: Walking catfish, বৈজ্ঞানিক নাম: Clarias batrachus) দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা সতেজ পানীৰ মাছ। শুকান ভূমিৰ ওপৰেৰে গমন আৰু লৰচৰ কৰাৰ ক্ষমতাৰ জৰিয়তে খাদ্য বা উপযুক্ত পৰিৱেশ বিচাৰি উলিওৱাৰ বাবে ইংৰাজীত ইয়াক Walking catfish বুলি কোৱা হয়। ই প্ৰায়বোৰ দ্বিপদ বা চতুষ্পদী প্ৰাণীৰ দৰে প্ৰকৃততে খোজ কাঢ়িব নোৱাৰে যদিও ইয়াৰ ফান ব্যৱহাৰ কৰি ভূমি অতিক্ৰম কৰিবলৈ সাপৰ দৰে গতিৰে চলাচল কৰে। এই মাছে সাধাৰণতে পুখুৰী, জলাশয়, বা ধীৰ গতিৰ নদীত আৰু প্ৰায়ে স্থবিৰ পানীত বাস কৰে। ইয়াৰ লগতে ই বানপানীত ডুব যোৱা ধাননি পথাৰ বা শুকাই যাব পৰা অস্থায়ী পুখুৰীতো বাস কৰে। এনে অৱস্থাত মাছবোৰে অন্য জলজ পৰিৱেশলৈ যাব পাৰে। এই প্ৰজাতিটোক বৰ্গবিন্যাসৰ ক্ষেত্ৰত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু ইয়াক অন্যান্য ঘনিষ্ঠ আত্মীয়ৰ সৈতে সঘনাই একে বুলি ভুল কৰা হৈছে।

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Clarias|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

মাগুৰ মাছ
মাগুৰ মাছ
মাগুৰ মাছ
সংৰক্ষণ স্থিতি
মাগুৰ মাছ
সংকটৰপৰা মুক্ত  (IUCN 3.1)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Clarias
প্ৰজাতি: C. batrachus
দ্বৈৰাশিক নামকৰণ
Clarias batrachus
(Carl Linnaeus, 1758)
সমাৰ্থক
  • Silurus batrachus Linnaeus, 1758
  • Clarias punctatus Achille Valenciennes, 1840
  • Clarias assamensis Francis Day, 1877

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসমৰ সমস্যাচ'তসংস্কৃতিলোকসভাযোৰহাটপলিনেছিয়াৰ শ্ৰুতিকথাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাডিম্বেশ্বৰ নেওগশিক্ষাঢোলকালিকা পুৰাণঅখণ্ড সংখ্যাভঠেলিবৃন্দাবনী বস্ত্ৰৰংঘৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰস্বাভাৱিক সংখ্যাকামৰূপী উপভাষাইণ্ডোনেছিয়াসাপমনোবিজ্ঞানপৰিৱেশ তন্ত্ৰঅসমত দেখা চৰাইবোৰএকে লিংগৰ বিবাহভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকানগেন্দ্ৰ নাৰায়ণ চৌধুৰীঅজন্তা গুহাসমূহনীলমণি ফুকন (কনিষ্ঠ)বিহুৰ বাদ্যযন্ত্ৰজ্ঞানপীঠ বঁটাপোৱামক্কাএৰিষ্ট'টলহেমকোষবাবৰনাটোআনে' ফ্ৰাংকছুনামিভূ-বিজ্ঞানঅসমীয়া লোকসাহিত্যঅসমৰ অৰ্থনীতিধ্বনিবিজ্ঞানগান্ধীবাদঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিগুৱাহাটীভাইটি (চলচ্চিত্ৰ)হাজোফাট বিহুঅগ্নিগড়নিউটনৰ গতিৰ সূত্ৰচম্পু কাব্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিবাহৰাজনৈতিক দলধৰ্মপূৰবী বৰমুদৈমাতৃভাষাজীৱনৰ বাটতডিম্পু বৰুৱাব্ৰহ্মপুত্ৰ নদঅতুল চন্দ্ৰ হাজৰিকানামচিংমহেশ্বৰ নেওগশংকৰপালীউইলিয়াম শ্বেইকছপীয়েৰভাৰতীয় জনতা পাৰ্টিনামঘৰধানভাৰতীয় দৰ্শনচৈয়দ আব্দুল মালিকচৰাইমুদ্ৰাস্ফীতি🡆 More