মনসা

মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে  বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু  জৰুৎকাৰু মুনিৰ পত্নী । সৰ্পবিষ নিৱাৰণ কৰাৰ বাবে তেওঁক বিষহৰি নামেৰেও জনা যায়। তেওঁক নিত্যা (চিৰন্তনী) আৰু পদ্মাবতী নামেৰেও জনা যায়।

মনসা
মনসা
অধিকাৰ সাপ আৰু বিষৰ দেবী
কাণি দেউও
গোত্ৰ দেবী নাগ
অস্ত্ৰ সাপ আৰু ৰাজহাঁহ
দাম্পত্যসঙ্গী জৰৎকাৰু
বাহন সাপ আৰু ৰাজহংস

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

পুঁজিবাদইউনিক’ডভাৰতৰ সংবিধানৰুক্মিণী হৰণ নাটবিষ্ণুৰাম মেধিকালিকা পুৰাণচৰকাৰৰাণী লক্ষ্মীবাইমানৱ ভূগোলবুঢ়া চাপৰি অভয়াৰণ্যশিৱসাগৰবায়ু প্ৰদূষণজামুগুৰিহাটদেউলঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাআৰ্যভট্টভাৰতত মহিলা শিক্ষাভাৰত ত্যাগ আন্দোলনৰাজহুৱা ক্ষেত্ৰলিংগ (জৈৱিক)শ্ৰী শ্ৰী বটদ্ৰৱা থানলীলা গগৈৰুদ্ৰেশ্বৰ দেৱালয়মণিৰাম দেৱানপৰিৱেশ তন্ত্ৰসংগীত নাটকবাল্মীকিমৌখিক পৰম্পৰাসংবিধান দিৱস (ভাৰত)ৰঘুনাথ চৌধাৰীব্ৰহ্মপুত্ৰ উপত্যকাপৰিমেয় সংখ্যাগোলাঘাট জিলাদেউৰী জনগোষ্ঠীবাঁহসৰ্বেপল্লী ৰাধাকৃষ্ণণপদ্মধৰ চলিহাভাৰতৰ নিৰ্বাচন আয়োগদুৰ্যোগওৰাং ৰাষ্ট্ৰীয় উদ্যানপৰিৱেশ অধ্যয়নজ্যোতিপ্ৰসাদ আগৰৱালাহেমকোষনৱগ্ৰহ মন্দিৰ, গুৱাহাটীবিষ্ণুমেলেৰিয়াঅখণ্ড সংখ্যাহীৰেন্দ্ৰ নাথ দত্তঅৰুণাচল প্ৰদেশব্যৱস্থাপনাবাজেটগঙ্গা নদীকেশৱ মহন্তমাধৱদেৱজলবায়ুচৰাইহিমন্ত বিশ্ব শৰ্মাডাকৰ বচনশোণিত কুঁৱৰীলাচিত বৰফুকনন'বেল বঁটাহাড়নামেৰি ৰাষ্ট্ৰীয় উদ্যানকাৰেঙৰ লিগিৰীচৰ্যাপদঅনুৰাধা শৰ্মা পূজাৰীদ্য টাইমছ অৱ ইণ্ডিয়াখামটি জনগোষ্ঠীচক্ৰধ্বজ সিংহ (নাটক)২৩ এপ্ৰিলঅসমৰ চলচ্চিত্ৰডিমাছা জনগোষ্ঠীঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমৰ পুৰণি স্থাপত্য🡆 More