পুষ্য বৰ্মা: কামৰূপৰ ৰজা

পুষ্য বৰ্মা (ইংৰাজী: Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। অৱশ্যে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডত তেখেতৰ সময়সীমা ৩৫৫ৰপৰা ৬৫০ লৈকে ধৰা হৈছে৷ নালন্দা পোৰা মাটিৰ মোহৰত তেওঁক ‘মহাৰাজাধিৰাজ’ বুলি কোৱা হৈছে৷

বৰ্মণ ৰাজবংশ
পুষ্য বৰ্মা: কামৰূপৰ ৰজা
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

তথ্যসূত্ৰ

লগতে চাওক

লগতে পঢ়ক

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

দেউৰী জনগোষ্ঠীভটিমাঅযোধ্যা (পৌৰাণিক নগৰ)শ্ৰীমদ্ভগৱতগীতাভাৰতীয় দৰ্শনযোৰানামতাল (বাদ্যযন্ত্ৰ)শিক্ষকফকৰা যোজনাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবৌদ্ধ ধৰ্মমৌৰ্য সাম্ৰাজ্যঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাসালোক সংশ্লেষণফলৰ তালিকাপ্ৰতিমা (কাব্য গ্ৰন্থ)অপভ্ৰংশভাৰতীয় মহাকাশ গৱেষণা সংস্থাআগ্নেয়গিৰিযোৰহাট জিলাইণ্ডোনেছিয়াব্লগতোলনি বিয়াপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যচন্দ্ৰকুমাৰ আগৰৱালাছিৰিমাভো বন্দৰনাইকেঅসমৰ মন্ত্ৰ-সাহিত্যভাৰতৰ ইতিহাসমণিৰাম দেৱান (চলচ্চিত্ৰ)উপভাষাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনচৰিত পুথিহাড়গৌতম বুদ্ধসপ্তকাণ্ড ৰামায়ণত্ৰিভুজযৌগিক সংখ্যাৰামধেনু (আলোচনী)ধানকৰতল কমল কমল দল নয়নধেমাজি জিলাভঠেলিসংস্কৃত ভাষাবিশ্ব স্বাস্থ্য সংস্থামাইলছ ব্ৰনছনসংগীতচিৰ চেনেহী মোৰ ভাষা জননীকৰ'নাভাইৰাছ ৰোগ ২০১৯আহোম ৰাজ্যআলি আঃয়ে লৃগাংঅসমৰ ৰেচম শিল্পবংগ বিভাজন (১৯০৫)সাম্যবাদভাৰতীয় জাতীয় কংগ্ৰেছশ্ৰী সূৰ্য পাহাৰঅখণ্ড সংখ্যানলিনীবালা দেৱীচৰক সংহিতাভাৰতীয় সাহিত্যজল প্ৰদূষণচ্যু-খ্ৰুং-ফাসিন্ধু সভ্যতাছক্ৰেটিছগোলকীকৰণহীৰেন গোহাঁইনীতি আয়োগনুৰ জাহান (মোগল সম্ৰাজ্ঞী)উৎসৱঅসমীয়া কবিতাউপনিষদভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমৰ সাধুকথাউত্তৰ-পূব ভাৰতঅম্বুবাচীসংক্ৰমণমুখমৈথুন🡆 More