পাল নাম

পালনামৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন। ইতিহাসপ্ৰসিদ্ধ গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ আদিত নিজস্ব পৰম্পৰাৰে পালনাম অনুষ্ঠিত হয়। আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া বৈশিষ্ট্য আছে। ঐতিহ্যমণ্ডিত এই উত্সৱ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ অনুষ্ঠিত হয়। আউনীআটী সত্ৰৰ পালনাম সত্ৰৰ দ্বিতীয়গৰাকী অধিকাৰ কেশৱদেৱৰ দিনৰ পৰা প্ৰচলন হৈছে। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত নামঘোষা পালনামৰ প্ৰধান সম্পদ। পাঁচদিন ধৰি আয়োজিত পালনামত পূব, পশ্চিম আৰু উত্তৰ হাটীৰ ভকতসকলে পাল পাতি নাম গায়। নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি এই নাম গোৱা হয়।

তথ্য সংগ্ৰহ

  • মাজুলীৰ ঐতিহ্য, সংকলন আৰু সম্পাদনা -জয়ন্ত কুমাৰ বৰা,অনন্ত কলিতা ।

Tags:

আউনীআটী সত্ৰগড়মূৰ সত্ৰদক্ষিণপাট সত্ৰনামঘোষাবেঙেনাআটী সত্ৰমাধৱদেৱ

🔥 Trending searches on Wiki অসমীয়া:

গীতাৱলী ৰাজকুমাৰীপালি ভাষাএশিঙীয়া গঁড়ফকৰা যোজনানাটকৱাশ্বিংটন ডি.চি.সাধুএকচেটীয়া বজাৰসৰ্বশিক্ষা অভিযানঅৰ্থনীতিচন্দ্ৰপ্ৰভা শইকীয়ানীঅসমীয়া ভাষাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগখেৰাইব্ৰিটিছ ভাৰতৰ মুদ্ৰাতথ্যলীলা গগৈখোলইয়াত এখন অৰণ্য আছিলডিমাছা জনগোষ্ঠীপঃৰাগঅৰবিন্দ ৰাজখোৱা (লেখক)চন্দ্ৰগুপ্ত মৌৰ্যবেদান্তবুৰঞ্জী সাহিত্যমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতীয় শিল্পকলাৱিকিপিডিয়াগামখাৰুতিৱা জনগোষ্ঠীভূমি প্ৰদূষণসত্ৰকম্পিউটাৰঅভিমন্যুসৰ্থেবাৰীসাঁচিগছগগনাআইনামব্ৰজাৱলী ভাষাঅসমীয়া লোকসাহিত্যব্ৰহ্মপুত্ৰ নদশকুন্তলা (চলচ্চিত্ৰ)কনকলতা বৰুৱাগুণমালাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাম'লপীতাম্বৰ কবিইউনিয়ন বেংক অৱ ইণ্ডিয়াউদাৰনৈতিকতাবাদসাঁথৰচ্যু-কা-ফাপৰিমেয় সংখ্যাজোনবিৰি (অলংকাৰ)চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াআল্লাহসংস্কৃত ভাষাভট্টদেৱৰ গদ্যশৈলীজল প্ৰদূষণহেমকোষ২৯ মাৰ্চশব্দ (অভিধান)ইলোৰা গুহাসমূহতেজপুৰৰাজনৈতিক দলবুলু ফিল্মঅসমীয়া সাহিত্যচৰ্যাপদভট্টদেৱদীপৰ বিলশকুন্তলাবাটৰ নাটনিৰুপমা বৰগোহাঞিগদ্য🡆 More