পানীটুকি চৰাই

পানীটুকি চৰাই (Marsh babbler, Pellorneum palustre) ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় (endemic)৷

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Pellorneum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

Pellorneum palustre
পানীটুকি চৰাই
সংৰক্ষণ স্থিতি
পানীটুকি চৰাই
অসুৰক্ষিত  (IUCN 3.1)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Pellorneum
প্ৰজাতি: P. palustre
দ্বৈৰাশিক নামকৰণ
Pellorneum palustre
Gould, 1872

বিস্তৃতি

শেহতীয়া জৰীপত এই চৰাইবিধ অসমৰ শদিয়া, কাচাৰ, ডিমা হাচাও, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,নামেৰী ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু পানী দিহিং বনাঞ্চলত দেখা পোৱা গৈছে৷

বিৱৰণ

পানীটুকি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৫ ছেমি৷ ইয়াৰ গাৰ বৰণ মুগা আৰু পেটত ঘনকৈ ক’লা আঁচ থাকে৷ চৰাইবিধৰ চকুৰ চেলাউৰি আৰু ডিঙিটো চকুত পৰাকৈ বগা৷

আচৰণ

পানীটুকি চৰায়ে কীট-পতংগ খাই জীয়াই থাকে৷ ই ঘাইকৈ যোৰ পাতি বা কেতিয়াবা সৰু দলত ওখ বনৰে আবৃত জলাহ অঞ্চলত চৰে৷ এই চৰাইবধে বাৰিষা কালত প্ৰজনন কৰে৷ ইয়াৰ মাতটো ডাঙৰ আৰু সংগীতময়৷

সংৰক্ষণ

আই ইউ চি এনৰ ৰঙা তালিকাত পানীটুকি চৰাইক অসুৰক্ষিত (Vulnerable, VU) বুলি আখ্যা দিয়া হৈছে৷ ওখ বনেৰে পূৰ্ণ জলাশয় অঞ্চলৰ ধ্বংসপ্ৰাপ্তি এই চৰাইৰ বাবে প্ৰধান ভাবুকি বুলি জনা যায়৷

তথ্যউৎস

Tags:

পানীটুকি চৰাই বিস্তৃতিপানীটুকি চৰাই বিৱৰণপানীটুকি চৰাই আচৰণপানীটুকি চৰাই সংৰক্ষণপানীটুকি চৰাই তথ্যউৎসপানীটুকি চৰাইঅসমব্ৰহ্মপুত্ৰ উপত্যকা

🔥 Trending searches on Wiki অসমীয়া:

ইউটিউবলভিতাবাবৰআব্ৰাহামিক ধৰ্মপ্ৰেমচন্দনদীঅসমৰ জাতীয় গীতবাঁহী (আলোচনী)শিশু সাহিত্যপৰ্যাবৃত্ত তালিকাব'হাগ বিহুপ্ৰাকৃতিক পৰিৱেশফ্ৰান্সৰ শ্ৰুতিকথাশুৱালকুছিগুপ্ত সাম্ৰাজ্যইউক্লিডসৰ্বশিক্ষা অভিযানঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাভাৰতীয় দৰ্শনগাঁওবুঢ়া (নাটক)অসমীয়া লোকসাহিত্যমাধৱ কন্দলিঅনাভেদী যৌনক্ৰিয়াভাৰতৰ সংবিধানলিঅ'নাৰ্ড' দা ভিন্সিচন্দ্ৰগুপ্ত মৌৰ্যমে ডাম মে ফিভাৰতভাৰতৰ হ্ৰদসমূহৰ তালিকাভাওনাবুৰঞ্জী সাহিত্যপুথিভঁৰালশিৱসাগৰঅসমীয়া ব্যাকৰণৰংউপেন্দ্ৰনাথ ব্ৰহ্মকাল সংহতিশৰাইঘাটৰ যুদ্ধআহোম জনগোষ্ঠীকৰ'নাভাইৰাছ ৰোগ ২০১৯দৰং জিলাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তননেপোলিয়ন বোনাপাৰ্টঅসমৰ জনগোষ্ঠীমাছঅসীমত যাৰ হেৰাল সীমাষ্ট্ৰবেৰীঅশোকৰ অনুশাসনজীৱনীঅসমৰ সাধুকথাড্যাউ ম্যা থ্বিনমুহাম্মাদমানৰ অসম আক্ৰমণসমাজতত্ত্বউপনিষদঢেকীয়াখোৱা বৰনামঘৰপিঠাৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানছনেটআঙুৰলতা ডেকাচন্দ্ৰপ্ৰভা শইকীয়ানীমহানাদজৱাহৰলাল নেহৰুমহো-হো উৎসৱআজান পীৰবুৰঞ্জীভাৰতৰ শাস্ত্ৰীয় নৃত্যজীৱনৰ বাটতচ্যু-কা-ফাক্ষপ্লেটোবৰষুণনাৰী🡆 More