নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (ইংৰাজী: Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
Netaji Subhas Chandra Bose Stadium
সম্পূৰ্ণ নাম নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
স্থান হাইলাকান্দি, অসম
আসন ক্ষমতা ৫,০০০
Construction
Broke ground ২০০৫
স্থাপিত ২০০৫ (প্ৰথম শ্ৰেণীৰ প্ৰথমখন ক্ৰিকেট খেল)
Website
Cricinfo

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ বাবে ষ্টেডিয়ামখন ব্যৱহাৰ কৰা হয় যদিও আৰম্ভণিৰ সময়ছোৱাত ইয়াত বিজয় মাৰ্চেণ্ট ট্ৰফীৰ তিনিখনকৈ ক্ৰিকেট খেলো অনুষ্ঠিত হৈছিল৷ তাৰে প্ৰথমখন খেল ২০০৮ চনত আৰু বাকী দুখন ২০১৩ চনত অনুষ্ঠিত হৈছিল৷ আনহাতে ২০০৫ চনত ষ্টেডিয়ামখনত চি.কে. নাইডু ট্ৰফীৰো এখন খেল অনুষ্ঠিত হৈছিল৷

তথ্যউৎস

Tags:

অসমইংৰাজী ভাষাহাইলাকান্দি

🔥 Trending searches on Wiki অসমীয়া:

শকুন্তলাসৌৰ শক্তিঅসমত দেখা পোৱা মাছৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ-পাৰকাঞ্চন (উপন্যাস)অসমীয়া ভাষাপটলসিন্ধু সভ্যতাবেদঅণুগল্পশিলকলিতা জনগোষ্ঠীশিক্ষা মনোবিজ্ঞানউমানন্দঅসমৰ জনগোষ্ঠীমইনা পাৰিজাতপ্ৰেমচন্দমহাদেশমহাসাগৰভাৰতৰ উপৰাষ্ট্ৰপতিনাৰী সবলীকৰণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামাতৃভাষামিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া লিপিৰ বুৰঞ্জীবিহুৰ সাজ-পোচাক আৰু অলংকাৰমানৱ উন্নয়ন সূচককৃষ্ণমুদ্ৰানলবাৰী জিলাচেংগিজ খানসত্ৰগৌতম বুদ্ধকৃষিগুৱাহাটীঅসমীয়া ভাষা উন্নতি সাধিনী সভাৰঘুনাথ চৌধাৰীছাইমন কমিশ্যনমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভ্ৰাম্যমাণ থিয়েটাৰভাৰতৰ জাতীয় পতাকাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰআকবৰলাচিত বৰফুকনঅসমৰ বাঁহ-বেতৰ শিল্পঅসমীয়া জাতিফিফা বিশ্বকাপজাৰ্মানীতামোলপ্ৰদূষণঅম্বিকাগিৰি ৰায়চৌধুৰীআগ্নেয়গিৰিমামণি ৰয়ছম গোস্বামীৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানযৌন নিৰ্যাতনচকুলতাকটা ৰণকৰতল কমল কমল দল নয়নভাৰত-চীন যুদ্ধধ্বনিতত্ত্বপতঞ্জলিৰ যোগসূত্ৰধৰ্মনিৰ্বাচনী বণ্ডশ্ৰীমন্ত শংকৰদেৱ বঁটাবাবৰী মছজিদভৌতিক সংস্কৃতিপথেৰ পাঁচালীঅসমীয়া ভাষাৰ শব্দসম্ভাৰকুমাৰী নাম আৰু বিবাহিত নামবাঁহীলে'ভ লাণ্ডাউমাধৱদেৱজাপানত ইছলাম ধৰ্মকম্পিউটাৰআৰ্দ্ৰতাৰাজহুৱা ক্ষেত্ৰ🡆 More