জীৱনৰ সাধনা: হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

জীৱনৰ সাধনা (ইংৰাজী: Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।

জীৱনৰ সাধনা  
জীৱনৰ সাধনা: বিৱৰণ, লেখকৰ চমু পৰিচয়, তথ্যৰ উৎস
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ১৯৯৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৫
আই.এচ.বি.এন. 81-85905-98-3

বিৱৰণ

কিতাপখন দুটা খণ্ডত বিভক্ত। প্ৰথমটোত থকা একমাত্ৰ প্ৰবন্ধটো হৈছে একে নামৰ 'জীৱনৰ সাধনা'। দ্বিতীয় খণ্ডত ২০ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, 'মাইকেল এঞ্জেলো', 'লিওনাৰ্ডো ডা ভিন্সি', 'ক'লৰিজ', 'আনাটোল ফ্ৰাঁ', 'টমাছ মান', 'কঠিন প্ৰহৰঃ টমাছ মান', 'আঁদ্ৰে মাল্‌ৰো', 'আৰ্ণল্ড টয়ন্‌বী', 'এইচ জি ওৱেলছৰ 'বিশ্ব সাহিত্যৰ ৰূপৰেখা','জাঁ পল ছাৰ্ত্ৰেৰ বিষয়ে কেইটামান কথা', 'নিকছ কাজানৎজাকিছ', 'হেনৰি লুই মেনকেন','ৰবাৰ্ট লীণ্ড', 'ছেমুৱেল বেকেট্‌', 'আইজাক বশ্বেভিছ ছিংগাৰ','জে. বি. এছ. হলডেন','জ্যোতিপ্ৰসাদ আগৰৱালা', 'লক্ষ্মীধৰ শৰ্মা', 'মাও জে দং' আৰু 'হো চি মিন'।

লেখকৰ চমু পৰিচয়

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।

তথ্যৰ উৎস

লগতে চাওক

Tags:

জীৱনৰ সাধনা বিৱৰণজীৱনৰ সাধনা লেখকৰ চমু পৰিচয়জীৱনৰ সাধনা তথ্যৰ উৎসজীৱনৰ সাধনা লগতে চাওকজীৱনৰ সাধনাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অতুল চন্দ্ৰ হাজৰিকাহোমেন বৰগোহাঞিচিত্ৰলেখা উদ্যানঅসমৰ লোকবাদ্যঅষ্ট্ৰেলিয়া (মহাদেশ)ঢোলসাঁচিপাতআল-লাহাবলেছবিয়ানজীবনানন্দ দাসঅণুবীক্ষণ যন্ত্ৰবৈষ্ণৱ সাহিত্যকাকৈজানা সংৰক্ষিত বনাঞ্চলফাট বিহুমণিকূটউপেন্দ্ৰচন্দ্ৰ লেখাৰুঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমুহাম্মাদবিবাহকাঠৰ জোখ মাপখামটি জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণহিন্দী ভাষাচাহেবপুৰাৰ বৰষুণপ্ৰেমচন্দঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাওচেনিয়াহেমাঙ্গ বিশ্বাসঅম্বিকাগিৰি ৰায়চৌধুৰীযতীন্দ্ৰ নাথ দুৱৰাজোৰোণপ্ৰকাশ (আলোচনী)বাহা পৰৱঅসমৰ ইতিহাসপ্ৰাচীৰ পত্ৰিকামাটিৰ হিচাপবড়ো সাহিত্য সভাবাঁহীমাতৃভাষানীলমণি ফুকন (কনিষ্ঠ)মাৰিয়া মণ্টেছৰীমানস ৰাষ্ট্ৰীয় উদ্যানবিশ্ব পশু চিকিৎসা দিৱসবামুণী পাহাৰনৰকাসুৰনাৰীবাদজিকিৰপ্ৰফুল্ল দত্ত গোস্বামীঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তজীৱনৰ বাটতভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগভাৰতীয় ৰেলসালোক সংশ্লেষণকবিতানামেৰি ৰাষ্ট্ৰীয় উদ্যানভাস্কো দা গামাকৰবী ডেকা হাজৰিকাভাষাবিজ্ঞান উপক্ৰমণিকাএৰিষ্ট'টলগামোচাদীনবন্ধু (চলচ্চিত্ৰ)অৰুণাচল প্ৰদেশলোকভাষামৌখিক লোকসাহিত্যতামিলনাডুবিল গেট্‌ছকাতি বিহুদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰাজস্থানঅংগনবাদীধেমাজি জিলাৰামায়ণচন্দ্ৰকুমাৰ আগৰৱালাগঙ্গা নদী🡆 More