অভিনেতা জিৎ

জিতেন্দ্ৰ মদনানী (ইংৰাজী: Jeetendra Madnani), যি জিৎ নামে পৰিচিত, হৈছে এগৰাকী ভাৰতীয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা যি মূলতঃ বঙালী চলচ্চিত্ৰত অভিনয় কৰে।

জিৎ
জন্ম জিতেন্দ্ৰ মদনানী
৩০ নৱেম্বৰ, ১৯৭৮ (৪৫ বছৰ)
পেচা
  • অভিনেতা
  • মডেল
  • গায়ক
  • চলচ্চিত্ৰ নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৯৩-বৰ্তমান
উল্লেখযোগ্য কৰ্ম
  • সাথী
  • আৱাৰা
  • ৰয়েল বেঙ্গল টাইগাৰ
  • সাথীহাৰা
দাম্পত্যসঙ্গী মোহনা ৰতলানী (বি. ২০১১)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকা
ৱেবছাইট
Jeet

প্ৰাৰম্ভিক জীৱন

তেওঁ প্ৰথমে চেণ্ট জোচেফ এণ্ড মাৰি স্কুল, নিউ আলিপুৰ আৰু পিছত নেচনেল হাই স্কুলত পঢ়াশুনা কৰে। তেওঁ কলকাতা বিশ্ববিদ্যালয়-কৰ্তৃক পৰিচালিত ভবাণীপুৰ ইডুকেশন চচাইটি কলেজৰ পৰা স্নাতক হয়। পিছত তেওঁ সিহঁতৰ পৰিবাৰৰ ব্যৱসায়ত যোগদান কৰে। তেতিয়া সৃজনশীল কামৰ প্ৰতিও তেওঁৰ সম উৎসাহ আছিল। মাজে মাজে তেওঁ বিখ্যাত অভিনেতাসকলোৰ অভিনয় অনুকৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ বন্ধু ৰাজেশ চৌধুৰীয়ে তেওঁক সৃজনশীল জগতলৈ ভাগ্য পৰীক্ষাৰ বাবে মাতে।

ইয়াৰ পিছত তেওঁ বিভিন্ন কামত যোগদান কৰে। ইয়াৰ পিছত তেওঁ বিভিন্ন ধাৰাবাহিক যেনে- 'বিষবৃক্ষ'ত তাৰাচৰণৰ চৰিত্ৰত, 'জননী'ত অনিলৰ চৰিত্ৰৰ লগতে আৰু কিছু ধাৰাবাহিকত অভিনয় কৰে। পিছত তেওঁ মুম্বাইলৈ যায় আৰু সকলো বাধা নেওচি তেওঁ পাঁচ বছৰ শিক্ষা গ্ৰহণ কৰে।

ছুটিত কলকাতালৈ অহাৰ পিছত তেওঁ বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ সৈতে দেখা কৰে। ইয়াৰ পিছত তেওঁ প্ৰচেনিয়াম আৰ্ট চেণ্টাৰ নামে এক প্ৰতিষ্ঠানৰ সৈতে জড়িত হয়। এই প্ৰতিষ্ঠানত তেওঁ বিভিন্ন ইংৰাজী নাটকত অভিনয় কৰে যেনে- 'আৰ্মচ্‌ এণ্ড দ্যা মেন', 'মেন এট দ্যা ফ্ল’ৰ। ইয়াৰ পিছত তেওঁ আকৌ মুম্বাইলৈ যায় আৰু এখন তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। ২০০১ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ নাম আছিল 'চাঁদু' আৰু পৰিচালক আছিল দক্ষিণ ভাৰতীয় এগৰাকী ব্যক্তি। এই ছবিখনে তেওঁক আশা কৰা ধৰণে পৰিচয় কৰাই দিব নোৱাৰিলে।

২০০১ চনৰ অক্টোৱৰত তেওঁ পুনৰ কলিকতালৈ আহে আৰু পৰিচালক হাৰানাথ চক্ৰবৰ্তীৰ সৈতে এন.টি.ৱান. ষ্টুডিওত দেখা কৰাৰ প্ৰস্তাৱ পায়। তেওঁৰ সৈতে থাকি তেওঁ ২০০২ চনত মুক্তিপ্ৰাপ্ত 'সাথী' চলচ্চিত্ৰত অভিনয়ৰ বাবে প্ৰস্তাৱ পায় আৰু এই ছবিৰ দৃশ্যায়ন আৰম্ভ হয় ১৫ জানুৱাৰী, ২০০২ চনৰ পৰা। এই চলচ্চিত্ৰখনে জিৎক বঙালী চলচ্চিত্ৰ জগতত এক বিশেষ স্থান প্ৰদান কৰে। তেওঁ স্বাভাৱিক কিন্তু ভাষাসমৃদ্ধ অভিনয়ৰ বাবে তেওঁ দ্ৰুতগতিত বঙালী চলচ্চিত্ৰপ্ৰেমীসকলোৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁ ৰোমাণ্টিক চৰিত্ৰত অভিনয় আৰম্ভ কৰে যদিও ক্ৰমশঃ তেওঁ এগৰাকী এক্সন হিৰ’ হিচাপেহে আত্মপ্ৰকাশ কৰে। ২০০৫ চনত 'থামচ্‌ আপ'ৰ এটি বিজ্ঞাপনত অভিনয় কৰি তেওঁ আৰু সুপৰিচিত হৈ উঠে। ২০১২ চনত তেওঁ এগৰাকী অসফল প্ৰযোজক হিচাপে সমাদৃত হয়, তেওঁ অভিনীত '১০০% লা' চলচ্চিত্ৰত প্ৰযোজনাৰ মাধ্যমত। ইয়াৰ পিছৰ ছবি 'আৱাৰা' বাণিজ্যিকভাৱে ভাল চলে। তেওঁৰ নতুন চলচ্চিত্ৰ আহে ২০১৩ চনত। ইয়াৰ লগতে শ্ৰাৱন্তীৰ বিপৰীতে অভিনীত 'দিৱানা' আৰু শুভশ্ৰী গাঙ্গুলীৰ বিপৰীতে অভিনীত চলচ্চিত্ৰ 'বস' উল্লেখযোগ্য। 'বস' চলচ্চিত্ৰখন ২০১২ চনত মুক্তিপ্ৰাপ্ত, মহেশ বাবুৰ পৰিচালিত ব্লকবাষ্টাৰ তেলেগু ছবি 'বিজিনেচমেন' ছবিৰ পুনৰ্নিৰ্মাণ। এই ছবিখনে বাবা যাদবৰ পৰিচালনা আৰু ৰিলায়েন্স এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত মুক্তি পায়।

ব্যক্তিগত জীৱন

তেওঁ ২০১১ চনৰ ২৪ জানুৱাৰী তাৰিখে এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী মোহনা ৰতলানীক বিয়া কৰায়। তেওঁ ১২ ডিচেম্বৰ, ২০১২ চনত এক কন্যা সন্তানৰ গৰাকী হয়। কন্যাৰ নাম নবন্যা।

চলচ্চিত্ৰপঞ্জী

অভিনেতা হিচাপে

Key
অভিনেতা জিৎ  Denotes films that have not yet been released
Year Film Role Director Notes Ref.
2020 Baaziঅভিনেতা জিৎ  Anshuman Pratyush Official remake of Nannaku Prematho
Asur Kigan Pavel The movie is inspired by the life of the famous Sculptor Sir Ramkinkar Baij, story by Pavel
2019 Panther: Hindustan Meri Jaan RAW agent Panther Anshuman Pratyush & Team Based on a journey of an undercover agent in stopping terrorist attacks.
Shesh Theke Shuru Mahid Raj Chakraborty Jeet's 50th movie
which was adapted from the novel Water & Fire
Baccha Shoshur Spandan/Spidey Biswarup Biswas A comedy movie based on a scenario were the spirit of a man's father in law enters his child and ruins his life.
2018 Bagh Bondi Khela Barin Ghatak Raja Chanda, Sujit Mondal, Haranath Chakraborty
Sultan: The Saviour Sultan Bhai/Raja Dutta Raja Chanda Remake of Tamil Movie Vedalam
Inspector Notty K Inspector Notty K Ashok Pati Remake of Punjabi movie Jatt & Juliet 2
2017 Boss 2: Back to Rule Surya Bhai Baba Yadav
2016 Abhimaan Aditya "Adi" Deb Burman /Deep Raj Chakraborty Remake of Telugu movie Attarintiki Daredi
Badsha The Don Don Badsha Baba Yadav Remake of Telugu Movie Don Seenu
Power Jeetu /ACP Bir Pratap Chowdhury Rajiv Kumar Biswas Remake of Telugu movie Power
2015 Besh Korechi Prem Korechi Aditya Raja Chanda Remake of Telugu movie Loukyam
2014 Bachchan Bijay Bachchan Remake of Kannada movie Vishnuvardhana
Game Abhimanyu Baba Yadav Remake of Tamil movie Thuppakki
The Royal Bengal Tiger Anjan Sen Rajesh Ganguly Extended special appearance
2013 Boss: Born to Rule Surya Bhai Baba Yadav Remake of Telugu movie Businessman
Kalakar Awards as The King of Tollywood
Nominated—Filmfare Awards East for Best Actor
Deewana Abhi Rabi Kinagi Remake of Tamil movie Deepavali
Tele Cine Awards for Best Actor
Tele Cine Awards for Best Jodi with Srabanti Malakar
2012 Hemlock Society Himself Srijit Mukherji Special appearance
Awara Surya Rabi Kinagi Remake of Telugu movie Krishna


BFJA for best actor Male

100% Love Rahul Remake of Telugu movie Aadavari Matalaku Ardhale Verule
Also producer
2011 Hello Memsaheb Megh Chatterjee Shiboprosad Mukherjee
Shotru Dibakar Singha Raj Chakraborty Remake of Tamil movie Singam
Dubbed in Hindi as Ek Vardiwale Ki Taaqat
Fighter Surja Rabi Kinagi Remake of Telugu movie Lakshyam
Zee Bangla Gourab Samman awards for Best Actor Male
Tele cine awards for Best Actor
2010 Dui Prithibi Rahul Raj Chakraborty Remake of Telugu movie Gamyam
Highest grossing Bengali film of the year
Josh Indra Rabi Kinagi Remake of Telugu movie Bhadra
Wanted Rajkumar Banerjee (Raja)/Shibu Remake of Telugu movie Athadu
2nd highest grossing Bengali film of the year
Zee Bangla Gourab Somman Awards for Best Actor
Anandalok Puraskar for Best Actor (Male)
2009 Neel Akasher Chandni Akash Sujit Guha
Saat Paake Bandha Rahul Sujit Mondal Remake of Telugu movie Pavitra Bandham
Hanshi Khushi Club Aniket Shankha Bandyopadhyay
2008 Jor Surya Swapan Saha Remake of Telugu movie Okkadu

Highest Grossing film of the year

Pyar Jab Kenhu Se Hoi Jala Vijay Umar Khan Debut in Bhojpuri cinema
Remake of Bengali film Sathi
Partner Ayan Roy Shankar Ray Based on 1964 Bengali movie Jiban Kahini which itself was based on a story by Shaktipada Rajguru
2007 Bidhatar Lekha Subhankar / Abhijit Raja Mukherjee
Krishnakanter Will Govindlal Raja Sen Based on Bankim Chandra Chattopadhyay's story
Anandalok Awards for Best Actor
Pitribhumi Jayanta Datta Prabhat Roy Based on the novel of a celebrated Bengali litterateur
2006 Kranti Jeet Riingo Banerjee Remake of Telugu movie Siva
Ghatak Bijay Swapan Saha Remake of Telugu movie Dhool
Hero Shuvo / Shuvonkar Remake of Kannada movie Appu
Priyotama Akash Prabhat Roy Remake of Telugu movie Manmadhudu
Anandalok Puraskar for best Upcoming Star (Male)
2005 Sathihara Joy Biresh Chatterjee
Chore Chore Mastuto Bhai Himself (Special Appearance) Anup Sengupta Remake of Hindi movie Victoria No. 203
Manik Samir Mitra / Manik Prabhat Roy Anandalok Awards for Best Actor
Shubhodrishti Arun
Yuddho Surya Rabi Kinagi Dubbed in Oriya language
2004 Aakrosh Abhimanyu Das/Obhi Prashant Nanda Remake of 2002 Tamil film Thamizh
Bandhan Rohit Rabi Kinagi Remake of Telugu movie Santosham and Tamil movie Unnai Thedi
Mastan Raju/Raja Based on Hindi movie Jaanwar
Premi Rahul Remake of Telugu movie Nee Sneham
Shakti Shakti P. Sambhashiv Rao Remake of Telugu movie Satyam
2003 Sangee Bijay Haranath Chakraborty Remake of Tamil movie Kannedhirey Thondrinal
Nater Guru Rabi Maitra Based on a novel by Samaresh Basu
Champion Raja Rabi Kinagi Remake of Telugu movie Thammudu which was based on Jo Jeeta Wohi Sikandar
Aamar Mayer Shapath Surya Dulal Bhowmik Remake of Hindi film Doodh Ka Karz
2002 Sathi Bijay Haranath Chakraborty Debut in Bengali cinema
Remake of Tamil movie Thulladha Manamum Thullum
Bengal Film Journalists' Association – Most Promising Actor Award
Anandalok Puraskar for Best Actor
2001 Chandu Chandu K.Veeru Debut in Telugu language film
Daughters of This Century Tapan Sinha

গায়ক হিচাপে

Film Name Song Composers Year
Bachchan Tatka Priya Marie Jeet Gannguli 2014
Big Boss Bigs Boss Title Track 2016
Sultan: The Saviour Eid Mubarak Suddho Roy 2018

হিন্দী সংগীত এলবাম

Film Name/Album Song Composer(s) Singer(s) Music Label Year Note(s)
Loriyaan Video Director by Jignesh Vaishav Kuch Kuch.... Shoma Banerjee, Audio- Hello Baby T-Series 1997
Bewafa Tera Masoom Chehra Bewafa Tera Masoom Chehra Ram Shankar Mohammad Aziz T-Series 1997 link ইউটিউবত |

টেলিভিচন

Show Name Role Channel Year
Star of Bengal Host Zee Bangla
Koti Takar Baaji Host Star Jalsha 2011
Big Boss season 2 Host Colors Bangla 2016

প্ৰযোজক হিচাপে

নিৰ্মাতা হিচাবে জিৎ এগৰাকী সফল ব্যক্তি। তেওঁ তেওঁৰ সৰু ভাই গোপাল মদনানী আৰু Nephew অমিত জুমৰানিৰ সৈতে প্ৰডাকচন হাউচ পৰিচালনা কৰে। তেওঁ বঙালীৰ চলচ্চিত্ৰৰ সুপাৰষ্টাৰসকলোৰ মাজৰ অন্যতম, যিয়ে সৰ্বাধিক সংখ্যক সফল চলচ্চিত্ৰ নিৰ্মাণ কৰিছে আৰু অন্যান্য সুপাৰষ্টাৰসকলোতকৈ বেছি সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। তেওঁৰ ফিল্ম প্ৰডাকচন কোম্পানী জিৎজ ফিল্মৱৰ্ক / গ্ৰাচৰুট এণ্টাৰটেইনমেণ্ট (Jeetz Filmworks/Grassroot Entertainment), একে প্ৰডাকচন দলৰ অধীনত দুটি নাম বেনাৰৰ দ্বাৰা সুপৰিচিত।

Sl. No. Film Name Year
1 100% Love 2012
2 Boss 2013
3 The Royal Bengal Tiger 2014
4 Game 2014
5 Bachchan 2014
6 Abhimaan 2016
7 Boss 2 2017
8 Inspector Notty K 2018
9 Sultan: The Saviour 2018
10 Baccha Shoshur 2019
11 Shesh Theke Shuru 2019
12 Panther 2019
13 Asur 2020
14 Switzerland 2020
15 Baazi 2020
Sl. No. Television Soaps/Series Channel Name
1 Kotha O Kahini Star Jalsha
2 Bidhir Bidhan Star Jalsha
3 Meera Colors Bangla

বঁটা আৰু মনোনয়ন

Year Award Film/Show Category Result
2003 Bengal Film Journalists' Association Awards Sathi Most Promising Actor বিজয়ী
2003 Anandalok Awards Sathi Best Actor বিজয়ী
2005 Anandalok Awards Manik Anandalok Award for Best Actor বিজয়ী
2006 Anandalok Awards Priyotama Best Upcoming Star (Male) বিজয়ী
2008 Anandalok Awards Krishnakanter Will Best Actor বিজয়ী
2010 Zee Bangla Gourab Somman Awards Wanted Best Actor বিজয়ী
2010 Anandalok Puraskar Wanted Best Actor (Male) মনোনীত
2013 Tele Cine Awards Deewana Best Actor/Performance in a Leading Role বিজয়ী
2013 Tele Cine Awards Deewana Best Jodi with Srabanti Malakar বিজয়ী
2014 Filmfare Awards East Boss Best Actor মনোনীত
2014 Kalakar Awards Boss The King of Tollywood Award বিজয়ী

তথ্য সংগ্ৰহ

Tags:

অভিনেতা জিৎ প্ৰাৰম্ভিক জীৱনঅভিনেতা জিৎ ব্যক্তিগত জীৱনঅভিনেতা জিৎ চলচ্চিত্ৰপঞ্জীঅভিনেতা জিৎ বঁটা আৰু মনোনয়নঅভিনেতা জিৎ তথ্য সংগ্ৰহঅভিনেতা জিৎ বাহ্যিক সংযোগঅভিনেতা জিৎইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ৰাজ্যপালসকলৰ তালিকাহিউৱেন-চাংগীতি-ৰামায়ণনাগালেণ্ডঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমৰ জিলাসমূহনেপোলিয়ন বোনাপাৰ্টযোগাসনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাকৰ'নাভাইৰাছ ৰোগ ২০১৯দিনভৌতিক সংস্কৃতিভূতাপীয় শক্তিকেন্দ্ৰীয় শাসিত অঞ্চলহস্তমৈথুনচ'মাংকানভূপেন হাজৰিকাৰ সাহিত্যফলৰ তালিকাদুৰ্গাবৰ কায়স্থস্নায়ুকোষভূমি প্ৰদূষণঅণুবীক্ষণ যন্ত্ৰহীৰেন গোহাঁইগগনাআলি আঃয়ে লৃগাংতাপগতি বিজ্ঞানপঞ্জাবী ভাষালাভলীনা বৰগোহাঁইএৰিষ্ট'টলনৰনাৰায়ণ সেতুয়ুৰি গেগেৰিনভাৰতৰ উপৰাষ্ট্ৰপতিনাগৰিকত্ববেদমনগীতাৱলী ৰাজকুমাৰীবৈচাগুগামখাৰুঁ (চন্দ্ৰবিন্দু)নীলমণি ফুকন (কনিষ্ঠ)ইণ্ডিয়ান বেংকঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাঅনুবাদহিন্দু ধৰ্মমোহনদাস কৰমচান্দ গান্ধীচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াবগীবিল দলংলিংগমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅতুল চন্দ্ৰ হাজৰিকাঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাগুণমালামৌলিক সংখ্যাজুবিন গাৰ্গমিচিং জনগোষ্ঠীচিৰাং জিলাসময়অসমৰ কাঁহ শিল্পসোণৱাশ্বিংটন ডি.চি.ডিমাছা জনগোষ্ঠীবকুল ফুলৰ দৰেৰামধেনু (আলোচনী)ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসম আন্দোলনঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাকেঁচুতাজমহলনলবাৰী জিলাম'লভাৰতীয় নাগৰিকত্ব আইনঅসমীয়া উপন্যাসঅসমৰ ৰাজ্যিক প্ৰতীকসমূহশক্তিৰ সংৰক্ষণশীলতাবৰপেটা জিলা🡆 More