কামিনী কাঞ্চন

কামিনী কাঞ্চন বা কামিনী কুসুম (বৈজ্ঞানিক নাম: Murraya paniculata) হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।

কামিনী কাঞ্চন
কামিনী কাঞ্চন
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Murraya
প্ৰজাতি: M. paniculata
বৈজ্ঞানিক নাম
Murraya paniculata
(L.) Jack
সমাৰ্থক
  • Camunium exoticum (L.) Kuntze
  • Chalcas cammuneng Burm.f.
  • Chalcas exotica (L.) Millsp.
  • Chalcas intermedia M.Roem.
  • Chalcas japanensis Lour.
  • Chalcas paniculata L.
  • Chalcas sumatrana M.Roem.
  • Connarus foetens Blanco
  • Connarus santaloides Blanco
  • Murraya exotica L.
  • Murraya omphalocarpa Hayata

সাধাৰণ আৰু স্থানীয় নাম

কামিনী কাঞ্চনৰ কেইটামান সাধাৰণ আৰু স্থানীয় নাম হৈছে,


  • ইংৰাজী: Orange jessamine, Jasmine orange,Chinese box, mock orange, mock lime, satinwood বা Lakeview jasmine (mainly in Florida)
  • ব্ৰাজিলিয়ান: murta de cheiro, jasmim laranja
  • বাৰ্মিজ: ယုဇန [jṵ zana̰] (from Pali yojana)
  • বঙালী: Kamini, (কামিনী)
  • Khmer: Sarika Keo
  • হিন্দী: Kamini (कामिनी)
  • ইণ্ডোনেছিয়ান: Kemuning
  • কানাড়া: Kadu karibevu (ಕಾಡು ಕರಿಬೇವು)
  • লাও: ແກ້ວ সাঁচ:IPA-lo
  • মালয়: Kemuning
    কামিনী কাঞ্চন 
    The flower of Murraya paniculata, or Kamini, is found in Bana Bithan, Kolkata, West Bengal, India.
  • Nederlands: Kemoening 'Nog pas gisteren' by Maria Dermoût p. 102
  • মালয়ালাম: Maramulla (മരമുല്ല)
  • Meitei: Kamini kusum
  • Marathi: Kunti (कुन्ती)
  • Campeche, México: Limonaria
  • Mandarin Chinese: 月橘 (Pinyin: yué jú "moon tangerine")
  • Hokkien and Cantonese: 七里香 "Seven li fragrance"
  • Tagalog: Kamuning, Molawin
  • Telugu: Nagagolungu
  • Tamil: Kattu Kariyilai or Vengarai (வெங்காரை)
  • Thai: แก้ว সাঁচ:IPA-th
  • Vietnamese: Nguyệt quất, Nguyệt quới
  • Sinhalese: "Atteriya", (ඇට්ටේරියා).
কামিনী কাঞ্চন 
M. paniculata

তথ্য সংগ্ৰহ

Tags:

বৈজ্ঞানিক নাম

🔥 Trending searches on Wiki অসমীয়া:

কাৰ্বি ভাষাঅসমীয়া জাতিইলোৰা গুহাসমূহবৰদলৈ ট্ৰফীইন্দ্ৰা নূয়ীআজান পীৰঅসমীয়া গীতি সাহিত্যসংগীতঅসমৰ ইতিহাসফলঝুমুৰজ্ঞানপীঠ বঁটাসূৰ্যপৃথিৱীজোনাকী (আলোচনী)বৰপেটাসমাজতত্ত্বমাটিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯শৰাইঘাট দলংভাৰতীয় জাতীয় কংগ্ৰেছউপভাষাপ্ৰাকৃতিক দুৰ্যোগম'হৰ শিঙৰ পেঁপাশিক্ষাগণৰাজ্য দিৱস (ভাৰত)মায়ংচিপাহী বিদ্ৰোহ ১৮৫৭ৰূপনাথ ব্ৰহ্মছক্ৰেটিছমালিতাযতীন্দ্ৰ নাথ দুৱৰাডিম্বেশ্বৰ নেওগহিচাপবিদ্যানীলপৱন বৰুৱাবুলু ফিল্মঅশোক বনঅভিধানডিমাছা ভাষাঅসমীয়া যুক্তাক্ষৰকল্পনা চাওলাসপ্তকাণ্ড ৰামায়ণকুলধৰ শইকীয়াঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাবন্দে মাতৰম্‌শ্ৰীনিবাস ৰামানুজনৰেখাপৰ্যাবৃত্ত তালিকাযাদৱ পায়েংভাৰত-চীন যুদ্ধফকৰা যোজনাশৰাইঘাটৰ যুদ্ধবাঁহীঅনন্ত কন্দলিঅসমত দেখা চৰাইবোৰভাৰতীয় সংবিধানভাৰতৰ মুখ্য ন্যায়াধীশজাহ্নু বৰুৱাসংস্কৃত ভাষাঅভিমন্যুকীৰ্তন-ঘোষাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতহীৰেন গোহাঁইসতীদাহ প্ৰথাঅসমৰ সত্ৰসমূহৰ তালিকামধুপুৰ সত্ৰনগাঁও জিলাআকাশী গংগা জলপ্ৰপাতপোহৰবঙালী ভাষাবগীবিল দলংবনলতা সেন (কবিতা)বৰ্মণ ৰাজবংশ🡆 More