আনিছ উজ্ জামান

আনিজ উজ্ জামান এগৰাকী কবি, সাহিত্য সমালোচক, অনুবাদক৷ তেখেতৰ এতিয়ালৈকে দহখনতকৈয়ো অধিক কবিতা পুথি প্ৰকাশ হোৱাৰ লগতে সম্পাদনা গ্ৰন্থও প্ৰকাশ হৈছে৷

জন্ম শিৱসাগৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় কবি

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হয় ১৯৪৭ চনত শিৱসাগৰৰ বৰুৱা বামুণবাৰী গাঁৱত৷

সাহিত্যৰাজি

কাব্যগ্ৰন্থ

  • অজ্ঞাতে (১৯৮৯)
  • সেউজীয়া জোন (১৯৯৯)
  • গোধূলি (১৯৯৪)
  • দোকমোকাল, বনফুল প্ৰকাশন (২০১৪)
  • এই বাটেদিয়েই, বনফুল প্ৰকাশন ()
  • নিৰ্বাচিত কবিতা, সম্পাদনা- সত্যকাম বৰঠাকুৰ

বঁটা আৰু সন্মান

  • কাব্যৰত্ন, অসম কবি সন্মিলনে প্ৰদান কৰা বঁটা
  • ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ-২০২১
  • গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা-২০২২
  • অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা, ২০২৩

তথ্যসূত্ৰ

Tags:

আনিছ উজ্ জামান জন্ম আৰু পৰিচয়আনিছ উজ্ জামান সাহিত্যৰাজিআনিছ উজ্ জামান বঁটা আৰু সন্মানআনিছ উজ্ জামান তথ্যসূত্ৰআনিছ উজ্ জামান

🔥 Trending searches on Wiki অসমীয়া:

দেউৰী জনগোষ্ঠীবিপন্ন প্ৰজাতিশিক্ষা মনোবিজ্ঞানব্যক্তিত্বগ্ৰহইন্দিৰা মিৰিশূন্যৰঘুনাথ চৌধাৰীদিনমণিৰাম দেৱানসূৰ্যকুমাৰ ভূঞাতোলনি বিয়াডাকৰ বচনঅমিয় কুমাৰ ভূঞাব্ৰহ্মপুত্ৰ উপত্যকাপদুমকথা কবিতাইংৰাজী ভাষানেতাই ধুবুনী ঘাটআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰুদ্ৰেশ্বৰ দেৱালয়বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসলোক-সংগীতযতীন বৰাযোগ দৰ্শনঅযোধ্যা (পৌৰাণিক নগৰ)গাঁও পঞ্চায়ততগৰৰূপালীমপ্ৰশান্ত মহাসাগৰভগদত্তবকুল ফুলৰ দৰে (গ্ৰন্থ)মৰিগাঁও জিলাসাম্যবাদপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনফুলমহেন্দ্ৰ বৰাখাদ্য সুৰক্ষাইংলেণ্ডসংস্কৃত ভাষাজৈৱিক কৃষিঅসমীয়া গালি-গালাজহেমচন্দ্ৰ গোস্বামীশব্দ (অভিধান)পালি ভাষাপুৰাণগঙ্গা নদীফকৰা যোজনাপঞ্চায়তী ৰাজকাৰ্বি আংলং জিলাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)শীতল যুদ্ধঅসম বিধানসভাব্যৱস্থাপনাঅসমৰ মুখা শিল্পবিবাহজল সংৰক্ষণঅৰ্কিডকোচ ৰাজবংশীঅসমীয়া সাহিত্যত মালিতাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশৰাইঘাটৰ যুদ্ধএচিদ বৰষুণদৰং জিলাবিশেষ শিক্ষাকপৌ ফুলধ্যান চান্দসত্যনাথ বৰাএৰী ৰেচমইণ্ডোনেছিয়ামানৱ শৰীৰঅসমৰ জিলাসমূহপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅসম আৰক্ষী🡆 More