ৰাইন: পশ্চিম ইউৰোপৰ প্ৰধান নদী

ৰাইন (জাৰ্মান: Rhein; ফৰাচী: Rhin; ওলন্দাজ: Rijn) এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী

4°4′50″E / 51.98167°N 4.08056°E / 51.98167; 4.08056

Rhine (Rhenus, Rhein, Rhin, Rijn)
River
ৰাইন: পশ্চিম ইউৰোপৰ প্ৰধান নদী
Lorelei rock in Rhineland-Palatinate
Name origin: Celtic Rēnos
দেশসমূহ Germany, Austria, Switzerland, France, Netherlands, Liechtenstein
Rhine Basin Luxembourg, Belgium, Italy
Primary source Vorderrhein
 - অৱস্থান Tomasee ("Lai da Tuma"), Surselva, Graubünden, Switzerland
 - উচ্চতা ২,৩৪৫ মি (৭,৬৯৪ ফুট)
 - স্থানাঙ্ক 46°37′57″N 8°40′20″E / 46.6325°N 8.67222°E / 46.6325; 8.67222
Secondary source Hinterrhein
 - location Paradies Glacier, Graubünden, Switzerland
Source confluence Reichenau
 - location Tamins, Graubünden, Switzerland
 - elevation ৫৯৬ মি (১,৯৫৫ ফুট)
 - coordinates 46°49′24″N 9°24′27″E / 46.82333°N 9.4075°E / 46.82333; 9.4075
মোহনা North Sea
 - অৱস্থান Hoek van Holland, Rotterdam, Netherlands
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 51°58′54″N 4°4′50″E / 51.98167°N 4.08056°E / 51.98167; 4.08056
দৈৰ্ঘ্য ১,২৩০ কিমি (৭৬৪ মাইল)
অৱবাহিকা ১,৮৫,০০০ বৰ্গকিমি (৭১,৪২৯ বৰ্গমাইল)
প্ৰবাহ
 - গড় ২,৯০০ ঘনমিটাৰ/ছেকেণ্ড (১,০২,৪১৩ ঘনফুট/ছেকেণ্ড)
 - সৰ্বোচ্চ ১৩,০০০ ঘনমিটাৰ/ছেকেণ্ড (৪,৫৯,০৯১ ঘনফুট/ছেকেণ্ড)
 - সৰ্বনিম্ন ৮০০ ঘনমিটাৰ/ছেকেণ্ড (২৮,২৫২ ঘনফুট/ছেকেণ্ড)
ইউনেস্ক’ বিশ্ব ঐতিহ্যবাহী স্থান
Name Upper Middle Rhine Valley
ৰাইন: পশ্চিম ইউৰোপৰ প্ৰধান নদী
Map of the Rhine basin
Wiki Commons: Rhine

ৰাইন আৰু ড’নুবে (Danube) নদীয়ে ৰোমান সাম্ৰাজ্যৰ উত্তৰদিশ সামৰি আছিল আৰু তেতিয়াৰে পৰা বাণিজ্য সম্প্ৰসাৰণ তথা জলজ সম্পদৰ ক্ষেত্ৰত এই নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাইন নদীৰ পাৰত অৱস্থিত ঐতিহাসিক অট্টালিকা সমূহে ৰোমান সাম্ৰাজ্যৰ কালত এই নদীৰ গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰমাণ কৰে। আধুনিক যুগত এই নদী জাৰ্মান ৰাষ্ট্ৰীয়তাৰ প্ৰতীক হৈ পৰিছে।

ভৌগোলিক বিৱৰণ

ৰাইন: পশ্চিম ইউৰোপৰ প্ৰধান নদী 

ৰাইন নদীৰ দৈৰ্ঘ্য পৰম্পৰাগতভাৱে ”ৰাইন-কিলোমিটাৰ ("Rhine-kilometers" )ত মাপ কৰা হৈ আহিছে। এই মাপ ১৯৩৯ চনত প্ৰথমে আৰম্ভ কৰা হৈছিল। ই Old Rhine Bridge ত শূন্যৰ পৰা আৰম্ভ হৈ Hoek van Holland লৈকে ১০৩৬.২০ কিমি পাইগৈ।

উনৈশ আৰু বিংশ শতাব্দীত এই নদী নিৰ্মাণ কৰা বিভিন্ন কৃত্ৰিম খাল (canalisation projects) ৰ প্ৰভাৱত ৰাইন নদীৰ প্ৰাকৃতিক দৈৰ্ঘ্য যথেষ্ট হ্ৰাস পাইছে।

ৰাইন নদীৰ গতিপথত ৰ বিভিন্ন অংশবোৰ তলৰ তালিকাত দিয়া হ’ল-

দৈৰ্ঘ্য avg. discharge সাগৰ পৃষ্ঠৰ পৰা উচ্চতা left tributaries right tributaries
76 km The various sources and headwaters forming the Vorderrhein and Hinterrhein within Grisons, Switzerland 114 m3/s 584 m Rein da Curnera Valser Rhine, Rabiusa, Hinterrhein (Albula)
c. 90 km The Alpine Rhine along the Rhine Valley (forming part of the Austrian-Swiss and Liechtenstein border). 400 m Plessur, Landquart, Ill
c. 60 km Lake Constance, including the short channel called Seerhein at Constance, connecting Obersee (Lake Constance) and Untersee (Lake Constance); 395 m Aach Bregenzer Ache, Leiblach, Argen, Schussen, Rotach, Linzer Aach, Stockacher Aach, Radolfzeller Aach
c. 150 km the High Rhine from the exit of Lake Constance to Basel, forming a substantial part of the German-Swiss border 1,300 m3/s 246 m Thur, Töss, Aar, Birs, Birsig Wutach, Alb
362 km the Upper Rhine from Basel to Bingen forming the Upper Rhine Plain and in its upper course the Franco-German border 79 m Ill, Moder River, Lauter, Nahe Wiese, Elz (Rhine), Kinzig (Rhine), Rench, Acher, Murg, Alb, Pfinz, Neckar, Main
159 km the Middle Rhine between Bingen and either Bonn or Cologne is entirely within Germany, passing the Rhine Gorge; 45 m Moselle, Nette, Ahr Lahn, Wied, Sieg
177 km the Lower Rhine downstream of Bonn, passing the Lower Rhine region of Northrhine-Westphalia 11 m Erft Wupper, Düssel, Ruhr, Emscher, Lippe
c. 50 km the Nederrijn or "Nether Rhine" (shortened course of Oude Rijn within the Rhine–Meuse–Scheldt delta in the Netherlands. 2,900 m3/s 0 m Meuse Oude IJssel, Berkel

তথ্যসূত্ৰ

Tags:

ওলন্দাজ ভাষাজাৰ্মান ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কীৰ্তন-ঘোষামৰুভূমিৰাৱণপাটকাইৰ ইপাৰে মোৰ দেশমণিপুৰ সংঘৰ্ষ ২০২৩ভাওনাঅসমৰ সত্ৰসমূহৰ তালিকাৰাষ্ট্ৰসংঘ দিৱসকলাচিৰ চেনেহী মোৰ ভাষা জননীসৰস্বতীতথ্যদিহানামওজাপালিবৌদ্ধ ধৰ্মচি++ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰাজনীতিশিৱমোৰ জীৱন সোঁৱৰণঅসম সাহিত্য সভাঅসমীয়া লোক-সংস্কৃতিৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাৱিকিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫নাৰীবাদপঞ্চায়তী ৰাজআহোম জনগোষ্ঠীএলুমিনিয়ামপুষ্টিকাৰকঅসম বিধানসভামৌলিক সংখ্যাহাবুংবাঁহবৰ্ণালী কলিতাস্তন সংগমলাচিত বৰফুকনআত্মজীৱনীঅসমীয়া ভাষাআল্লাহজিএছটিদৰ্শনঅসমীয়া ভাষা উন্নতি সাধিনী সভাডাকৰ বচনসাহিত্য সমালোচনাইছলামঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীনেপালী জনগোষ্ঠীমুখমৈথুনশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯লক্ষ্মীধৰ শৰ্মাজাপানড়হৰিদত্তমাইলছ ব্ৰনছনচৰিত পুথিজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ইউনিক’ডমাঘ বিহুঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাটকা (বাদ্য)শৰাইঘাট দলংনীলমণি ফুকন (জ্যেষ্ঠ)ভাষাভাৰত ৰত্নবৃত্তকেতেকীপ্লেটোনৱকান্ত বৰুৱাসংস্কৃত ভাষাসাম্যবাদপথৰুঘাটৰ ৰণ🡆 More