সৌন্দৰ্য

সৌন্দৰ্য (ইংৰাজী: Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে। বুদ্ধিৰ সৌন্দৰ্য হৈছে নিখুততাৰ কাৰণে সংস্কৃতি বিশেষে গ্ৰহণ কৰা কৌশল। সৌন্দৰ্যক প্ৰায়ে প্ৰকৃতিৰ লগত সুষমতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হয় যি আকৰ্ষণ আৰু আবেগ সৃষ্টি কৰে। যিহেতু সৌন্দৰ্য বক্তাৰ অনুভৱ সেয়ে প্ৰায়ে কোৱা হয় "সৌন্দৰ্য হ'ল দেখোঁতা জনৰ চকু"। সৌন্দৰ্য হ'ল নিজ অস্তিত্বৰ অৰ্থ সম্পৰ্কে জাগি উঠা এক প্ৰত্যয়জনক শক্তিশালী অনুভৱ। সৌন্দৰ্য এনে এক অনুভূতি যি ব্যক্তিগত অৰ্থবোৰৰ ঝংকাৰ সৃষ্টি কৰে।

সৌন্দৰ্য
১৭ শতিকাত স্পেইনৰ মহিলাসকলে এই পেইণ্টংখনত দেখুওৱা মহিলাগৰাকীক সৌন্দৰ্যৰ মাপকাথি বুলি ভাবিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বিশ্বকোষচ্যু-কা-ফাখাদ্য সুৰক্ষাজ'মাট'হোমেন বৰগোহাঞিজাতনামবিবাহৰমন্যাসবাদগড়গাঁওকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমৰ চাহ জনগোষ্ঠীশব্দ (অভিধান)ভিটামিনসংস্কৃতিপ্লেটোকলাকেঁচুচৰিত পুথিযোগাসনশ্বিলংঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবেণুধৰ শৰ্মাউমানন্দশব্দম’বাইল ফোনঅসমৰ নদীসমূহৰ তালিকালুই পেষ্ট'ৰঅস্বাভাৱিক মনোবিজ্ঞানকেশৱ মহন্তইষ্ট ইণ্ডিয়া কোম্পানীডাকৰ বচনবিহু নৃত্যউদাৰনৈতিকতাবাদব’হাগইছলামভবেন্দ্ৰ নাথ শইকীয়ানাগৰিকত্বব্যৱস্থাপনাপদ্মনাথ গোহাঞি বৰুৱাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)চ্যু-খ্ৰুং-ফাকেঁচুসাৰমাজুলীশক্তিবিশ্ব স্বাস্থ্য সংস্থাঅসহযোগ আন্দোলনঅণুগল্পঅণুজীৱনাৰী সবলীকৰণঔষধি উদ্ভিদইজৰাইলছ'ভিয়েট সংঘভেদাই লতালোকসভাভাষাবিজ্ঞানগুৱাহাটী (লোকসভা সমষ্টি)গোৱালপাৰা জিলাজেং বিহুসিংহগান্ধাৰীকলসমাজবাদকাঞ্চন (উপন্যাস)নগেন শইকীয়াকাৰ্বি জনগোষ্ঠীবিহুভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকামাটিঅসমৰ ৰেচম শিল্পআলেকজেণ্ডাৰইংৰাজী ভাষাঅসমত দেখা চৰাইবোৰনগাঁও (লোকসভা সমষ্টি)মণিকৰ্ণেশ্বৰ দেৱালয়🡆 More