মিয়া খলিফা

মিয়া খলিফা ( আৰবী: ميا خليفة, জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৩, মিয়া কালিষ্টা নামেৰেও পৰিচিত, এগৰাকী লেবানন - আমেৰিকান ইণ্টাৰনেট চেলিব্ৰিটি, ৱেবকেম মডেল আৰু প্ৰাপ্তবয়স্ক মডেল যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে পৰ্ণগ্ৰাফিক অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি সকলোৰে পৰিচিত হৈ পৰিছিল।

বেইৰুটত জন্মগ্ৰহণ কৰা খলিফা ২০০০ চনত আমেৰিকালৈ গুচি যায়। ২০১৪ চনৰ অক্টোবৰ মাহত পৰ্ণগ্ৰাফিক ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু ডিচেম্বৰ মাহত পৰ্ণহাব ৱেবছাইটৰ তালিকাত শীৰ্ষস্থান দখল কৰে। তাইৰ পেছাৰ বাছনি মধ্যপ্ৰাচ্যত বিতৰ্কৰ বিষয় হৈ পৰিছিল, বিশেষকৈ এটা ভিডিঅ’, যত তাই ইছলামিক হিজাব পিন্ধি যৌন কাৰ্য্য সম্পাদন কৰিছিল। অৱশ্যে প্ৰায় তিনিমাহৰ পিছত পৰ্ণ উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ ক্ৰীড়া ভাষ্যকাৰ হিচাপে কাম কৰি আছে।

তথ্যসূত্ৰ

Tags:

আমেৰিকা যুক্তৰাষ্ট্ৰআৰবী ভাষালেবানন

🔥 Trending searches on Wiki অসমীয়া:

ভবেন্দ্ৰ নাথ শইকীয়ালখিমপুৰ জিলাবাণিজ্যমদন কামদেৱ দেৱালয়ৰেৱতী মোহন দত্তচৌধুৰীঅসম আন্দোলনমোৱামৰীয়া বিদ্ৰোহভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকালোক-সংগীতঅসমৰ বাঁহ-বেতৰ শিল্পঅসমৰ সমস্যাৰাসোৎসৱঈয়াৰুইঙ্গমপৰিমেয় সংখ্যাপৃথুবৰপেটা সত্ৰবানপানীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবুলু ফিল্মচুটিগল্পঅৰুণোদইকামৰূপ জিলাবিশেষ্য পদকোচ ৰাজবংশীঘিলাধাৰী ঘাটৰ সন্ধিবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসভাৰতীয় নাগৰিকত্ব আইনঅসমৰ ৰাজ্যপালসকলৰ তালিকালক্ষ্মীনাথ বেজবৰুৱাকোচ ৰাজবংশঅব্যয় পদধৰ্মভূমি প্ৰদূষণভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাপতঞ্জলিৰ যোগসূত্ৰমোহনদাস কৰমচান্দ গান্ধীগণতন্ত্ৰকৃষ্ণচূড়াভাৰতীয় সাহিত্যৰুক্মিণী হৰণ নাটবাঁহীহেমচন্দ্ৰ বৰুৱাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যজোনাকী (আলোচনী)মৰিগাঁও জিলাভটিমাইংৰাজী ভাষাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসত্যনাথ বৰাঅৰ্কিডউপভাষাঅমিয় কুমাৰ ভূঞাযুগ্ম সংখ্যাআমগ্ৰহ২৫ এপ্ৰিলকৃষিমূৰাৰা, ৰঙিয়াভাৰত-আৰ্য ভাষা পৰিয়ালভাৰতৰ ইতিহাসগৱেষণাঘৰ শালিকাকৃষ্ণকান্ত সন্দিকৈজেং বিহুযতীন্দ্ৰ নাথ দুৱৰাইণ্টাৰনেটমানৱ ভূগোলঅসমীয়া ভাষা উন্নতি সাধিনী সভামৈদামসমাজশিশুৰ খেল-ধেমালিগঙ্গা নদীঅসমীয়া প্ৰতিদিনচামেলি মেমচা'বশুৱালকুছি🡆 More