মছজিদে নববী

মছজিদে নববী (আৰবী: المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ। মছজিদটো দিন-ৰাতি সকলো সময়ত খোলা থাকে।

মছজিদে নববী
المسجد النبوي
মছজিদে নববী
সাধাৰণ তথ্য
স্থান মদিনা, চৌদি আৰৱ
ভৌগোলিক স্থানাংক 24°28′06″N 39°36′39″E / 24.468333°N 39.610833°E / 24.468333; 39.610833 39°36′39″E / 24.468333°N 39.610833°E / 24.468333; 39.610833
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
স্থাপত্য শৈলী ধ্ৰুপদী আৰু সাম্প্ৰতিক ইছলামী, উছমানীয় আৰু মামলুক স্থাপত্য
ক্ষমতা ৬,০০,০০০ (হজ্জৰ সময়ত এই সংখ্যা বৃদ্ধি পায় ১০,০০,০০০ হয়)
মিনাৰ ১০

মুহাম্মাদ (ছাঃ)ৰ বাসগৃহৰ ওচৰতেই এই মছজিদ নিৰ্মিত হৈছিল। তেখেত নিজে ব্যক্তিগতভাৱে মছজিদৰ নিৰ্মাণকামত অংশ লৈছিল। সেই সময়ত মছজিদ সম্মিলনস্থল, আদালত আৰু মাদ্ৰাছা হিচাপে ভূমিকা পালন কৰিছিল। পৰৱৰ্তীকালত মুছলিম শাসকসকলে মছজিদ সম্প্ৰসাৰণ আৰু সৌন্দৰ্যবৰ্ধন কৰিছে। ১৯০৯ খ্ৰিষ্টাব্দত আৰৱ উপদ্বীপৰ মাজত ইয়াতেৰথমে বৈদ্যুতিক বাতি জ্বলোৱা হয়। মছজিদ খাদেমুল হাৰামাইন শ্বদিফাইনৰ নিয়ন্ত্ৰণত থাকে। মছজিদ ঐতিহ্যগতভাৱে মদিনাৰ কেন্দ্ৰস্থলত অৱস্থিত। মছজিদে নববী অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান। বিদায় হজ্জৰ সময়ত আগতে হাজিসকলে হজ্জৰ আগতে বা পাছত মদিনাত অৱস্থান কৰে।

তথ্যসূত্ৰ

Tags:

আৰবী ভাষাচৌদি আৰৱমক্কাৰ মছজিদমদিনামুহাম্মাদ

🔥 Trending searches on Wiki অসমীয়া:

য়ুৰি গেগেৰিনবিশ্ব থিয়েটাৰ দিৱসডিব্ৰুগড় জিলাভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাপালি ভাষাকীৰ্তন-ঘোষাযতীন্দ্ৰ নাথ দুৱৰাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানকৃষিমামণি ৰয়ছম গোস্বামীপাঠ পৰিকল্পনাভাৰত ত্যাগ আন্দোলনসত্য প্ৰসাদ বৰুৱাবধকাব্যলভিতাসময়অসমীয়া ব্যাকৰণকলীয়াভোমোৰা সেতুবিহুৰ বাদ্যযন্ত্ৰশক্তিৰ সংৰক্ষণশীলতাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা২০২২ ফিফা বিশ্বকাপঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমোহনদাস কৰমচান্দ গান্ধীবিহু নৃত্যদেউৰী জনগোষ্ঠীইয়াত এখন অৰণ্য আছিলআৰ. এম. এছ. টাইটানিকহোমেন বৰগোহাঞিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰত ৰত্নহিমন্ত বিশ্ব শৰ্মাউটপ্ৰাচীন গ্ৰীচভাৰতীয় সংবিধানফণী শৰ্মাতথ্যভাষাবিজ্ঞানৰমজানৰাভা জনগোষ্ঠীপানীবিয়া নামৰাষ্ট্ৰসংঘঅভিধানবৃশ্চিক (ৰাশি)কলাআৰ্যভট্টঅসমৰ জনগোষ্ঠীঅৰ্কিডবুঢ়ী আইৰ সাধুৰম্বাছঁ (চন্দ্ৰবিন্দু)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসমানস ৰাষ্ট্ৰীয় উদ্যানমহাকাব্যগোৱালপৰীয়া লোকগীতনেলছন মেণ্ডেলাৰীতা গাংগুলীবকুল ফুলৰ দৰেব'হাগ বিহুইটো সিটো বহুতোগোলাঘাটনিৰ্মলপ্ৰভা বৰদলৈগড়গাঁওমাধৱ কন্দলিশিক্ষাৰ অধিকাৰজ্যামিতিমাঘ বিহুবাৰেচহৰীয়া ভাওনা মহোৎসৱঅনন্ত কন্দলিনীলমণি ফুকন (জ্যেষ্ঠ)বাইখো পূজাৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগদশম স্কন্ধৰ আদিছোৱামাৰিয়া মণ্টেছৰীনিৰুপমা বৰগোহাঞি🡆 More