ভাৰতৰ চৰকাৰী ভাষাসমূহ

ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই। বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আছে।মূলতঃ ১৪.৫-২৪.৫% লোকে হিন্দী কয়, কিন্তু প্ৰায় ৪৫% ভাৰতীয়ই হিন্দী বা ইয়াৰ উপভাষা কয়। এই জনসংখ্যাৰ ৪৫% হিন্দীভাষী ৰাজ্য যেনে বিহাৰ, উত্তৰপ্ৰদেশ ইত্যাদি ৰাজ্যত বাস কৰে। বাকী ভাৰতীয় ভাষাসমূহ ভাৰতৰ জনসংখ্যাৰ ১০%তকৈও কম লোকে কয়।

ভাৰতৰ চৰকাৰী ভাষাসমূহ
ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰধান ভাষা

ৰাজ্যসমূহে আইনৰ দ্বাৰা নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰিব পাৰে। সংবিধানৰ এই ধাৰাত ৰাজ্যসমূহে সেই ভাষাসমূহ কেৱল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাম-কাজৰ বাবেই নহয়, ৰাজ্যসমূহৰ নিজেও বিভিন্ন চৰকাৰী কাম-কাজৰ বাবেও ব্যৱহাৰ কৰিব পাৰে আৰু এই ভাষাসমূহৰ জৰিয়তে ৰাজ্যখনেও দেশৰ সৈতে সংযোগ স্থাপন কৰে।

ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষা যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত সংবিধান গৃহীত হোৱাৰ সময়ত ১৫ বছৰৰ ভিতৰত ক্ৰমান্বয়ে ইংৰাজীৰ ঠাইত হিন্দী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পিছলৈ আইন প্ৰণয়ন কৰি ইংৰাজী ভাষাৰ ব্যৱহাৰ অক্ষুণ্ণ ৰাখিছিল। আন ৰাজ্যৰ চৰকাৰী ভাষাৰ লগতে হিন্দীও চৰকাৰী ভাষা হৈয়েই আছে।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ পৰম্পৰাগত সাজ-পাৰকবিতাসংগীতপাৰিপাৰ্শ্বিক সংঘাতবৰদৈচিলানীলমণি ফুকন (জ্যেষ্ঠ)নেলছন মেণ্ডেলাবাৰেচহৰীয়া ভাওনা মহোৎসৱভাৰতত মহিলা শিক্ষাপৰিৱেশ অধ্যয়নঅসমীয়া সাহিত্যত মালিতাতোলনি বিয়াভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগগুৱাহাটী২৪ এপ্ৰিলকেঁচুসাৰপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰকমলাবাৰী সত্ৰউপভাষাভূমিস্খলনদিনআনন্দৰাম ঢেকিয়াল ফুকনফাট বিহুশৰৎচন্দ্ৰ গোস্বামীকামৰূপ জিলাঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰশৰাইঘাটৰ যুদ্ধব্যৱস্থাপনামোৱামৰীয়া বিদ্ৰোহঅসম বিধানসভাপাঠ্যক্ৰমঘৰ শালিকাকৰ'নাভাইৰাছ ৰোগ ২০১৯হীৰেন ভট্টাচাৰ্যতথ্যনামচিংগুগলমহাকাব্যজীৱনৰ বাটতমাৰ্ঘেৰিটা মহকুমাআপংমানৱ শৰীৰপ্ৰথম বিশ্বযুদ্ধশিৱসাগৰপৰ্যটনদীৰ্ঘেশ্বৰী দেৱালয়হেম বৰুৱা (ত্যাগবীৰ)শিৱসাগৰ পুখুৰীঅপভ্ৰংশঋতুলোকভাষাতলাতল ঘৰভাৰতীয় দৰ্শনব্ৰহ্মপুত্ৰ নদকাতি বিহুকামৰূপ ৰাজ্যযোৰানামধৰ্মকোষ (জীৱবিজ্ঞান)আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাআত্মজীৱনীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবিহু নৃত্যকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানপাচন তন্ত্ৰআজান পীৰভাষাবিদ্যুৎযৌন সংগমভাৰত-চীন যুদ্ধবহনক্ষম ভূমি ব্যৱস্থাপনাঢোলমাইলছ ব্ৰনছনভোলানাথ দাস🡆 More